ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা

নিউজ ডেস্কঃ

News Desk by News Desk
October 24, 2026
Reading Time: 1 min read
A A
0
Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা

RELATED POSTS

PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

Bihar Firecracker blast : বিহাৰত ফটকা কাৰখানাত অগ্নিকাণ্ডত নিহত ৪

Donald Trump : ভাৰত-পাকিস্তানৰ ওপৰত ২৫০ শতাংশ শুল্ক আৰোপৰ ভাবুকি দি যুদ্ধ বন্ধ কৰিছোঁ, পুনৰ দাবী ট্ৰাম্পৰ

New Logo Smal | ASSAM TIMES POST

হাৰিয়ানাৰ চাইবাৰ চহৰ গুৰুগ্ৰামত হাহাকাৰ। ব্যক্তিগতকৰণৰ প্ৰতিবাদত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে ধৰ্মঘট কৰাত সমগ্ৰ চহৰখনৰ বাবে এক বৃহৎ দুৰ্যোগৰ সৃষ্টি কৰিছে। গুৰুগ্ৰামত ৪০ ঘণ্টাৰো অধিক সময় বিদ্যুৎবিহীন হৈ আছে। উশাহ বন্ধ হৈ পৰিছে মহানগৰবাসীৰ। ১৫০০ টা কাৰখানাত উৎপাদন বন্ধ হোৱাৰ উপক্ৰম হৈছে। উল্লেখ্য যে ৰাজ্যখনৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে তিনিদিনীয়া ধৰ্মঘটৰ আহ্বান জনাইছে। যাৰ বাবে মহানগৰীৰ বিভিন্ন প্ৰান্তত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰিছে।

মহানগৰীৰ একাংশ ৰাইজে কয় যে তেওঁলোকে প্ৰথমে ইনভাৰ্টাৰেৰে ঘৰৰ লাইট জ্বলাই ৰাখিবলৈ চেষ্টা কৰিছিল। কিন্তু ইনভাৰ্টাৰৰ চাৰ্জো শেষ হৈ গৈছে। কিন্তু আটাইতকৈ ডাঙৰ সমস্যা হৈছে খোৱাপানী। বিদ্যুতৰ অভাৱৰ বাবে খোৱাপানীৰ হাহাকাৰ হৈছে। হাৰিয়ানা বিদ্যুৎ নিয়ন্ত্ৰণ আয়োগে গুৰুগ্ৰাম আৰু নুহৰ বিদ্যুৎ যোগান ব্যৱস্থা ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু আয়োগৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে বিদ্যুৎ কৰ্মীসকলে। ইয়াৰ প্ৰতিবাদত তিনিদিনীয়া ধৰ্মঘটত নামি পৰিছে তেওঁলোক।

hr1 | ASSAM TIMES POST
বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা

বুধবাৰৰ নিশাৰ পৰা গুৰুগ্ৰাম আৰু নুহৰ বিভিন্ন প্ৰান্তৰ পৰা বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ খবৰ আহিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত সময় পাৰ হৈ যোৱাৰ লগে লগে চহৰ দুখনৰ বেছিভাগ ঠাইতে বিদ্যুৎ যোগান বন্ধ হৈ পৰে। গুৰুগ্ৰামত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। এই চহৰখনত বহু কাৰখানা আৰু কাৰ্যালয় আছে। ঔদ্যোগিক এলেকাৰ পৰা আৱাসিক এলেকালৈ ধাপে ধাপে বিদ্যুৎ যোগান বিচ্ছিন্ন হৈ পৰে। অভিযোগ অনুসৰি, বিদ্যুৎ বিভাগক বাৰে বাৰে ফোন কৰাৰ পিছতো কোনো সমাধানৰ সন্ধান পোৱা নাই। হেল্পলাইনত ফোন কৰাৰ পিছতো কোনো লাভ নাই।

স্থানীয় সূত্ৰ অনুসৰি, গুৰুগ্ৰামত বিদ্যুতৰ গ্ৰাহক ৮.৫ লাখ। বৃহস্পতিবাৰে ৫০ হাজাৰ ঘৰত বিদ্যুৎ বিচ্ছিন্ন হয়। ফাৰুকনগৰৰ পালাম বিহাৰ, নতুন পালাম বিহাৰ, অশোক বিহাৰ, ছেক্টৰ-৪, ছেক্টৰ-৫, ছেক্টৰ-৯, ছেক্টৰ-১০৪, ফাৰুকনগৰৰ বাসিন্দাসকলে আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হৈছে। ধাৰাবাহিকভাৱে বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ বাবে মহানগৰবাসীয়ে প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিছে। বিদ্যুৎ পুনৰুদ্ধাৰৰ দাবীত ঠায়ে ঠায়ে বন্ধ হৈ আছে পথ। মুঠতে বিদ্যুৎ কৰ্মচাৰীৰ এই ধৰ্মঘটৰ বাবে গুৰুগ্ৰামত হাহাকাৰৰ সৃষ্টি হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Haryanapowercrisis
Share4Tweet3Send

Related Posts

PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা
National-International

PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

by News Desk
October 24, 2026
50
Bihar Firecracker blast : বিহাৰত ফটকা কাৰখানাত অগ্নিকাণ্ডত নিহত ৪
National-International

Bihar Firecracker blast : বিহাৰত ফটকা কাৰখানাত অগ্নিকাণ্ডত নিহত ৪

by News Desk
October 24, 2026
50
Donald Trump : ভাৰত-পাকিস্তানৰ ওপৰত ২৫০ শতাংশ শুল্ক আৰোপৰ ভাবুকি দি যুদ্ধ বন্ধ কৰিছোঁ, পুনৰ দাবী ট্ৰাম্পৰ
National-International

Donald Trump : ভাৰত-পাকিস্তানৰ ওপৰত ২৫০ শতাংশ শুল্ক আৰোপৰ ভাবুকি দি যুদ্ধ বন্ধ কৰিছোঁ, পুনৰ দাবী ট্ৰাম্পৰ

by News Desk
October 24, 2026
50
Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো
National-International

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

by News Desk
October 23, 2026
51
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ
National-International

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

by News Desk
October 23, 2026
51
Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু
National-International

Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু

by News Desk
October 23, 2026
51
ADVERTISEMENT
Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা
National-International

Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা

October 24, 2026
50
Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ
Assam

Medicine black market : নলবাৰীত ১০ কোটিৰো অধিক মূল্যৰ চোৰাং ঔষধ উদ্ধাৰ

October 24, 2026
50
PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা
National-International

PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

October 24, 2026
50
Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ
Assam

Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ

October 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা

Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা

October 24, 2026
Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ

Medicine black market : নলবাৰীত ১০ কোটিৰো অধিক মূল্যৰ চোৰাং ঔষধ উদ্ধাৰ

October 24, 2026
PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

October 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d