ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

নিউজ ডেস্কঃ

News Desk by News Desk
October 24, 2026
Reading Time: 1 min read
A A
0
PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

RELATED POSTS

Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা

Bihar Firecracker blast : বিহাৰত ফটকা কাৰখানাত অগ্নিকাণ্ডত নিহত ৪

Donald Trump : ভাৰত-পাকিস্তানৰ ওপৰত ২৫০ শতাংশ শুল্ক আৰোপৰ ভাবুকি দি যুদ্ধ বন্ধ কৰিছোঁ, পুনৰ দাবী ট্ৰাম্পৰ

New Logo Smal | ASSAM TIMES POST

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত ককৰোচ জনতা পাৰ্টীৰ লগতে বিৰোধী দলসমূহেও প্ৰতিবাদত যোগদান কৰিছে। বাৰে বাৰে আঙুলি টোঁৱাইছে নৰেন্দ্ৰ মোদী চৰকাৰৰ ফালে। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰীয়ে এটা অনুষ্ঠানত ‘বিভাজন শক্তি’ৰ কথা উল্লেখ কৰে। ইয়াৰ বিৰুদ্ধে তেওঁ ‘অখণ্ডতা’ বজাই ৰখাৰ বাৰ্তা দিয়ে। শুকুৰবাৰৰ পৰা দিল্লীত আৰম্ভ হৈছে ‘চিন্ময় অমৃত মহোৎসৱ গ্ল’বেল কনফাৰেন্স’। তিনিদিন ধৰি চলিবলগা এই সন্মিলনত দেশ-বিদেশৰ পৰা প্ৰায় ৯০০০ লোকে যোগদান কৰিছে। তাত উপস্থিত হৈ মোদীয়ে কয় যে চিন্ময় মিছন কোনো প্ৰতিষ্ঠান নহয়, বৰঞ্চ এটা ধাৰণাহে। ইয়াৰ পিছত তেওঁ বিভাজন শক্তিৰ বিষয়ে এটা বাৰ্তা দিয়।

modi 3 | ASSAM TIMES POST
বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

তেওঁ কয়, “যি শক্তিয়ে আমাৰ মাজত বিভাজনৰ সৃষ্টি কৰিব বিচাৰে, সমগ্ৰ সমাজখনে ইয়াৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগিব।” ইয়াৰ পিছত তেওঁ কয়, “২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত গঢ়ি তোলাৰ সংকল্পৰ সৈতে প্ৰতিজন ব্যক্তি জড়িত হ’ব লাগিব। তাৰ বাবে আমি অধিক সক্ৰিয় হ’ব লাগিব।” ১৯৫১ চনত গঠন হোৱা চিন্ময়ানন্দ মিছনৰ উদ্দেশ্য আছিল ভাগৱত আৰু বেদান্তক সকলোৰে বাবে সহজভাৱে সুলভ কৰি তোলা। স্বামী চিন্ময়ানন্দই সেই কাৰ্যসূচী আৰম্ভ কৰিছিল। সেই বিষয়টো শুকুৰবাৰে দিল্লীত আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে। লগতে সংগঠনটোৰ সদস্যসকলক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীৰ মতে, চিন্ময়ানন্দই আধ্যাত্মিকতাৰ লগতে যিবোৰক অগ্ৰাধিকাৰ দিয়া উচিত তেনে বিষয়সমূহৰ বিষয়েও কয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: PMMoodi
Share4Tweet3Send

Related Posts

Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা
National-International

Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা

by News Desk
October 24, 2026
50
Bihar Firecracker blast : বিহাৰত ফটকা কাৰখানাত অগ্নিকাণ্ডত নিহত ৪
National-International

Bihar Firecracker blast : বিহাৰত ফটকা কাৰখানাত অগ্নিকাণ্ডত নিহত ৪

by News Desk
October 24, 2026
50
Donald Trump : ভাৰত-পাকিস্তানৰ ওপৰত ২৫০ শতাংশ শুল্ক আৰোপৰ ভাবুকি দি যুদ্ধ বন্ধ কৰিছোঁ, পুনৰ দাবী ট্ৰাম্পৰ
National-International

Donald Trump : ভাৰত-পাকিস্তানৰ ওপৰত ২৫০ শতাংশ শুল্ক আৰোপৰ ভাবুকি দি যুদ্ধ বন্ধ কৰিছোঁ, পুনৰ দাবী ট্ৰাম্পৰ

by News Desk
October 24, 2026
50
Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো
National-International

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

by News Desk
October 23, 2026
51
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ
National-International

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

by News Desk
October 23, 2026
51
Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু
National-International

Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু

by News Desk
October 23, 2026
51
ADVERTISEMENT
Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা
National-International

Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা

October 24, 2026
50
Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ
Assam

Medicine black market : নলবাৰীত ১০ কোটিৰো অধিক মূল্যৰ চোৰাং ঔষধ উদ্ধাৰ

October 24, 2026
50
PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা
National-International

PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

October 24, 2026
50
Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ
Assam

Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ

October 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা

Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা

October 24, 2026
Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ

Medicine black market : নলবাৰীত ১০ কোটিৰো অধিক মূল্যৰ চোৰাং ঔষধ উদ্ধাৰ

October 24, 2026
PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

October 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d