ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Medicine black market : নলবাৰীত ১০ কোটিৰো অধিক মূল্যৰ চোৰাং ঔষধ উদ্ধাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
October 24, 2026
Reading Time: 1 min read
A A
0
Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ

RELATED POSTS

Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ

Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

Road accident : বৰমাৰ বাটাচাৰাত পথ দুৰ্ঘটনা, নিহত এগৰাকী ছাত্ৰী

New Logo Smal | ASSAM TIMES POST

নলবাৰীত উদ্ধাৰ হৈছে বৃহৎ মূল্যৰ চোৰাং ঔষধ। বালিকৰিয়াত উদ্ধাৰ ১০ কোটিৰো অধিক মূল্যৰ চোৰাং ঔষধ ৷ আনহাতে, এই চোৰাং ঔষধৰ মাষ্টাৰ মাইণ্ড অপূৰ্ব দাসে পলায়ন কৰে৷ উল্লেখ্য যে নলবাৰীৰ বালিকৰিয়াৰ শিলখাগুড়িত নিবাৰণ বৰ্মন নামৰ এজন ব্যক্তিৰ পৰিত্যক্ত বাসগৃৰ পৰা উদ্ধাৰ কৰে এই ঔষধখিনি।

ইফালে ঘটনাস্থলীত উপস্থিত হয় ঔষধ প্ৰস্তুত কোম্পানী মেকলয়ডৰ স্বত্ত্বাধিকাৰী৷ প্ৰাপ্ত তথ্য মতে, নিবাৰণ বৰ্মনৰ খুলশালীয়েক অপূৰ্ব দাসে মেকলয়ড কোম্পানীৰ দুজন কৰ্মীচাৰীক ঔষধ খিনিৰ বিনিময়ত ডেৰ কোটিকৈ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ মেকলয়ডৰ দুই কৰ্মচাৰী ৰাহুল যাদৱ আৰু পূৰ্ণানন্দ দাসে স্বত্ত্বাধিকাৰীৰ ওচৰত ইতিমধ্যে আত্মসমৰ্পণ কৰাৰ কথা জনাইছে৷

me | ASSAM TIMES POST
নলবাৰীত ১০ কোটিৰো অধিক মূল্যৰ চোৰাং ঔষধ উদ্ধাৰ (প্ৰতীকী ছবি)

উল্লেখ্য যে মেকলয়ড কোম্পানীৰ চোৰাং ঔষধখিনি শুকুৰবাৰে নিশা নিবাৰণ বৰ্মনৰ পৰিত্যক্ত বাসগৃহত স্থানীয় লোকে উদ্ধাৰ কৰে৷ জানিব পৰা মতে, নিবাৰণ বৰ্মন গুৱাহাটীৰ ৰহমান হাস্পতালৰ এগৰাকী ব্লাড বেংকৰ কৰ্মচাৰী৷

কোম্পানীটোৰ একাংশ মাৰ্কেটিং ৰিপ্ৰেজেণ্টেটিভে ঔষধখিনি প্ৰত্যক্ষ কৰি সেয়া দুৰ্গা পূজাৰ সময়ত চুৰি হোৱা বুলি মন্তব্য কৰে৷ জানিব পৰা মতে, যোৱা ১৯ অক্টোবৰত এই ঔষধখিনি চুৰি হোৱাৰ পিছত গুৱাহাটীৰ বশিষ্ট থানাত কোম্পানীটোৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰা হৈছিল৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Medicineblackmarket
Share4Tweet3Send

Related Posts

Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ
Assam

Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ

by News Desk
October 24, 2026
50
Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ
Assam

Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

by News Desk
October 23, 2026
51
Road accident : বৰমাৰ বাটাচাৰাত পথ দুৰ্ঘটনা, নিহত এগৰাকী ছাত্ৰী
Assam

Road accident : বৰমাৰ বাটাচাৰাত পথ দুৰ্ঘটনা, নিহত এগৰাকী ছাত্ৰী

by News Desk
October 23, 2026
51
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

ROAD ACCIDENT : জখলাবন্ধা ৰাঙলুত ভয়ংকৰ দুৰ্ঘটনা, নিহত দুই বাইক আৰোহী

by News Desk
October 23, 2026
50
CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway
Assam

CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

by News Desk
October 22, 2026
56
Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!
Assam

Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!

by News Desk
October 22, 2026
51
ADVERTISEMENT
Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা
National-International

Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা

October 24, 2026
50
Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ
Assam

Medicine black market : নলবাৰীত ১০ কোটিৰো অধিক মূল্যৰ চোৰাং ঔষধ উদ্ধাৰ

October 24, 2026
50
PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

Assam Times Post is an Online Assamese and English News Portal from Assam.

Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা

Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা

October 24, 2026
Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ

Medicine black market : নলবাৰীত ১০ কোটিৰো অধিক মূল্যৰ চোৰাং ঔষধ উদ্ধাৰ

October 24, 2026
PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

October 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d