ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Karbi Youth Festival : ৫০ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ বাবে ন- কইনাৰ ৰূপত কাৰবি পিপুলছ হল তাৰালাংছৰ বাকৰি প্ৰায় ১৩ কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তুতি তুংগত 

ভাৰতৰ ৰাষ্ট্ৰপতিৰ লগতে তিনি ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে শোভা বৰ্ধন কৰিব কাৰবি যুৱ মহোৎসৱৰ সোণালী বৰ্ষৰ কাৰ্যসূচীত

ASSAM TIMES POST by ASSAM TIMES POST
January 7, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

New Logo Smal | ASSAM TIMES POST
কাৰবি যুৱক-যুৱতী সকলৰ হেঁপাহৰ উৎসৱ কাৰবি যুৱ মহোৎসৱৰ সোণালী জয়ন্ত্যী (Golden Jubilee ) মূহুৰ্তলৈ লৈ মাথো ছয়  দিন বাকী ৷ ১২ জানুৱাৰীৰ  পৰা ১৯ জানুৱাৰীলৈকে কাৰবি যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি আৱাল বৃদ্ধ -বণিতালৈকে আত্মহাৰা হৈ পৰিব মহোৎসৱটিকলৈ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি আৰু অন্যতম জনজাতীয় কাৰবি যুৱ মহোৎসৱৰ কাৰবি লোক-ককৃষ্টি, সংস্কৃতিৰ অমিয়  সুৱাস বিলাবলৈ  ন-কইণাৰ দৰে সাজি পাৰি ওলাইছে কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সমীপৱৰ্তীৰ কাৰবি পিপুলছ হল তথা বৃহৎ তাৰালাংছৰ বাকৰি ৷

৫০ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ বাবে ন- কইনাৰ ৰূপত কাৰবি পিপুলছ হল তাৰালাংছৰ বাকৰি  প্ৰায় ১৩ কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তুতি তুংগত 
৫০ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ বাবে ন- কইনাৰ ৰূপত কাৰবি পিপুলছ হল তাৰালাংছৰ বাকৰি  প্ৰায় ১৩ কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তুতি তুংগত 

এই বছৰ  ৭ দিনীয়া কাৰ্যসূচীলৈ পুণৰ আৰম্ভ হ’ব ৫০  সংখ্যক কাৰবি যুৱ মহোৎসৱ ৷  এইলৈ যুৱ মহোৎসৱটিৰ আদৰণি সমিতিয়ে  মহোৎসৱ উদযাপনৰ প্ৰস্তুতি তুংগত তুলিছে ৷  ৮২৭ বিঘাৰ বৃহৎ ভূমি ক্ষেত্ৰৰে আৱৰা তাৰালাংচৰ বৃহৎ প্ৰকল্পটোত কাৰবি জাতীয় জীৱনৰ সোপান  আৰু ডেকা-গাভৰুৰ প্ৰেমাস্পদৰ অন্যতম উৎসৱ ‘কাৰবি যুৱ মহোৎসৱ’ক প্ৰতি বছৰৰ দৰে এই বছৰো আথে-বেথে আদৰি লবলৈ উদগ্ৰীৱ হৈ পৰিছে ৷

408758371 753370410168658 7811349522696985800 n | ASSAM TIMES POST৫০  সংখ্যক কাৰবি যুৱ মহোৎসৱৰ উদযাপন সমিতিয়ে ৷  সৰু বৰ পাহাৰৰ মনোৰম প্ৰাকৃতিক আৰু নৈসৰ্গিক পৰিবেশৰ মাজতে  তাৰলাংচৰ বাকৰিত উদ্ভাসিত হ’ব কাৰবি পৰাম্পৰাগত লোক- কৃষ্টি সংস্কৃতিৰ অমিয় সুবাস ৷ জিলা খনত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ পৰাম্পৰাগত  কৃষ্টি সংস্কৃতিক অগ্ৰাধিকাৰ দি উদ্যোক্তা সকলে তাৰালাংচত সংস্কৃতিৰ পৃথিৱীখনত এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম  হৈছে ৷

416942968 916940903136343 8637971462533938691 n | ASSAM TIMES POST৮২৭ বিঘাজোৰা মাটিকালিৰ তাৰালাংচৰ বাকৰিত শিল্পীগ্ৰাম, বিভাগীয় প্ৰদৰ্শনীস্থলী, বজাৰ গৃহ,  ক্ৰীড়াংগন, জনগোষ্ঠীয় আৱাস গৃহ, জনগোষ্ঠীয় নৃত্য আৰু কলা প্ৰদৰ্শনীৰ বাবে ( আচেথাই) মঞ্চ সমূহ বিভিন্ন আলোক সজ্জা আৰু ৰঙ- তুলিকাৰে ন- কইনাৰ দৰে সজাই পৰাই তোলা হৈছে ৷ ১৯৭৪ চনৰ পৰাৰ পৰা ধাৰাবাহিক ভাবে অনুষ্ঠিত হৈ অহা যুৱ মহোৎসৱটিয়ে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম শ্ৰেষ্ট আৰু পুৰণি  যুৱ মহোৎসৱ হিচাপে পৰিগণিত হৈ আহিছে ৷

415515121 796337602538712 2416828311282178975 n | ASSAM TIMES POSTএইবাৰ যুৱ মহোৎসৱটিৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব ১৭ জানুৱাৰীৰ কাৰ্যসূচীত মুখ্য অতিথি ৰাষ্ট্ৰপতি দ্ৰুৌপদী মূৰ্মূৰ অংশ গ্ৰহণ ৷ ৰাষ্ট্ৰপতি গৰাকীৰ লগত অংশ গ্ৰহণ কৰিব অসম, মেঘালয় আৰু নাগালেণ্ড ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্য মন্ত্ৰী সকল ৷ ইয়াৰোপৰি যুৱক-যুৱতী সকলৰ জনপ্ৰিয় গায়ক পাপন মহন্তৰ অংশ গ্ৰহণে যুৱ মহোৎসৱটিক এক অন্য মাত্ৰা প্ৰদান কৰিব ৷ বিভিন্ন দেশৰ পৰ্যটক সকলেে মহোৎসৱ উপভোগ কৰিব বুলি জানিব পৰা গৈছে৷ 

প্ৰায় ৭০ ফুট উচ্চতাৰ কাৰবি মহিলাৰ কাণত পিন্ধা অলংকাৰ কাৰবি নথেংপি ( স্থায়ী প্ৰাসাদ)৷ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হিছাপে থাকিব ৷  ৫০ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক তথ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম ৰিচাৰ্ড টকবিয়ে সাংবাদিক সকলৰ সৈতে হোৱা বাৰ্তালাপত কয়যে, ৫০  সংখ্যক কাৰবি যুৱ মহোৎসৱটি সফলৰূপে উদযাপন কৰিবলৈ উদ্যোক্তা সকলে দিনে- নিশাই হাড়ভগা শ্ৰমেৰে প্ৰায় ৯৫  শতাংশ কাম সম্পূৰ্ণ কৰি তুলিছে ৷

সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তাৰালাংচৰ লগতে ডিফুত কেইবাখনো আঁচনিৰ শুভ উদ্ধোধন কৰিব ৷বিভিন্ন প্ৰান্তৰ পৰা কেইবা সহস্ৰাধিক শিল্পীৰ অংশ গ্ৰহণেৰে মায়া নগৰীলৈ ৰূপান্তৰিত হব তাৰালাংচৰ বাকৰি ৷ ইয়াৰোপৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলেও অংশ গ্ৰহণ কৰিব বুলি কয় ৷

কাৰবি যুৱ মহোৎসৱৰ বাবে ইতিমধ্যে গ্ৰীক আৰ্হিত  নিৰ্মিত   লং মিৰ্জেং আচেথাই (মঞ্চ), চিং মিৰজেং আচেথাই, ছেমছনচিং আচেথাই (মঞ্চ)ও আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে৷ মাঞ্জালৈ যাবলগীয়া ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ফালৰি কাটি ৫০ সংখ্যক কাৰবি  যুৱ মহোৎসৱ থলীলৈ যাব লগীয়া ৪ লেনযুক্ত সমগ্ৰ পথছোৱাৰ বাবে সৌৰচাকী, ষ্ট্ৰীট লাইটৰ ব্যৱস্থাও হৈছে প্ৰশংসনীয় ৷ ইয়াৰোপৰি যাঁন-জট নিয়ন্ত্ৰণ কৰিবলৈ উদ্যোক্তা সকলে স্বেচ্ছাসেৱী সকলক উচিত প্ৰশিক্ষণ প্ৰদান কৰা বুলি জানিব পৰা গৈছে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: প্ৰায় ১৩  কোটি টকা ব্যয় সাপেক্ষে  প্ৰস্তুতি তুংগতবাবে ন- কইনাৰ ৰূপত কাৰবি পিপুলছ হল তাৰালাংছৰ বাকৰি৫০ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ
Share7Tweet4Send

Related Posts

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

by ASSAM TIMES POST
August 26, 2026
50
Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত
KARBI ANGLONG

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত

by News Desk
August 26, 2026
50
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

by News Desk
August 25, 2026
57
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

by ASSAM TIMES POST
August 25, 2026
59
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

by ASSAM TIMES POST
August 25, 2026
56
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

by News Desk
August 22, 2026
61
ADVERTISEMENT
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026
50
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d