ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Youth Festival Golden Jubilee Year I কাৰবি যুৱ মহোৎসৱত জড়িত প্ৰবীণ ব্যক্তিসকলক বিশেষ সম্বৰ্ধনাৰ আয়োজন

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

News Desk by News Desk
August 29, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ কাৰবি যুৱ মহোৎসৱৰ গৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষলৈ (Karbi Youth Festival Golden Jubilee Year) মাজত মাথো ছয়টা মাহ বাকী৷ কাৰবি জনজাতিসকলৰ হেঁপাহৰ উৎসৱটিৰ গৌৰৱোজ্জল বৰ্ষটি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিবলৈ উদ্যোক্তাসকলে ছমাহ পূৰ্বেই যুদ্ধকালীন তৎপৰতাৰে প্ৰস্তুতি চলাইছে ৷

কাৰবি যুৱ মহোৎসৱত
কাৰবি যুৱ মহোৎসৱত জড়িত প্ৰবীণ ব্যক্তিসকলক বিশেষ সম্বৰ্ধনাৰ আয়োজন:

তাৰ মাজতে ১৯৭৪ চনৰ পৰা ঐতিহ্যমণ্ডিত কাৰবি ক্লাৱৰ পৰা আৰম্ভ হোৱা যুৱ মহোৎসৱটি ভ্ৰাম্যমান হিচাপে ১৯৮৭ চনলৈকে বিভিন্ন স্থানত অনুষ্ঠিত হৈছিল ৷ উক্ত ভ্ৰাম্যমান মহোৎসৱ কেইটাত জড়িত আৰু উত্থানত অৰিহনা যোগোৱা ব্যক্তিসকলক সম্বৰ্ধনা (Felicitation of persons involved in Festivals) বা ইতিমধ্যে ইহসংসাৰৰ পৰা চিৰ বিদায় লোৱা সকলৰ স্মৃতিচাৰণ কৰাৰ বাবে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব৷

karbip1 | ASSAM TIMES POST

অহা ৯ ছেপ্তেম্বৰত কাৰবি ক্লাৱত দিনজোৰা কাৰ্যসূচীৰে এই সম্বৰ্ধনা অনুষ্ঠানত উক্ত ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হ’ব৷ সেয়ে যিসকলক ব্যক্তিক চিনাক্ত কৰা হৈছে সেইসকল ব্যক্তিক উক্ত অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ লগতে যিসকল ব্যক্তি চিনাক্তকৰণ হোৱা নাই সেইসকল ব্যক্তিক নিজাববীয়াকৈ এই সন্দৰ্ভত থকা অভ্যৰ্থনা সমিতিৰ ওচৰত অহা ৬ চেপ্তেম্বৰলৈ যোগাযোগ কৰিবলৈ অভ্যৰ্থনা সমিতিয়ে অনুৰোধ জনাইছে৷ আজিৰ সংবাদমেলত ডিফু-মাঞ্জা জ’নৰ সভাপতি দিলীপচিং তেৰাঙ, কাৰচ’ আমেইৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক ডঃ পংকজ টেৰণ, সহকাৰী সম্পাদক গোৱিন তেৰাঙ আৰু অভ্যৰ্থনা উপ-সমিতিৰ চেয়াৰপাৰ্চন হেলেন ইংতিপী উপস্থিত থাকে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: KarbiYouthFestivalকাৰবিযুৱমহোৎসৱ
Share9Tweet6Send

Related Posts

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

by ASSAM TIMES POST
August 26, 2026
50
Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪
KARBI ANGLONG

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

by News Desk
August 26, 2026
50
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

by News Desk
August 25, 2026
57
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

by ASSAM TIMES POST
August 25, 2026
59
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

by ASSAM TIMES POST
August 25, 2026
56
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

by News Desk
August 22, 2026
61
ADVERTISEMENT
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026
50
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d