ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Youtube Video I ইউটিউবৰ ভিডিঅ’ লাইক কৰোঁতে সাৱধান, লুটিব পাৰে বেংকৰ ধন!

নিউজ ডেস্কঃ

News Desk by News Desk
May 22, 2023
Reading Time: 1 min read
A A
0
Youtube Video I ইউটিউবৰ ভিডিঅ’ লাইক কৰোঁতে সাৱধান, লুটিব পাৰে বেংকৰ ধন!

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

‎৮ জুনত দিল্লীত হ’বলগীয়া বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বৈঠকলৈ বিজয়ৰ দলক আমন্ত্ৰণ জনোৱাৰ প্ৰস্তাৱ কংগ্ৰেছৰ ‎

‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা  ‎

নয়ডাৰ এগৰাকী মহিলাই অতিৰিক্ত ধন উপাৰ্জনৰ বাবে কেইবাটাও ইউটিউব ভিডিঅ’ (Youtube Video) লাইক কৰে। আৰু তেনে কৰি থাকোঁতে তেওঁৰ বেংক একাউণ্টৰ পৰা প্ৰায় ৪.৫ লাখ টকা নোহোৱা হৈ যায়। নয়ডাৰ ছেক্টৰ ৬১ এলেকাত (Sector 61 area of Noida) সংঘটিত হয় এই ঘটনা।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মহিলাগৰাকীক প্ৰথমে হোৱাটছএপৰ জৰিয়তে যোগাযোগ কৰি চাকৰি লাভৰ বাবে প্ৰলোভিত কৰা হৈছিল। তেওঁক কোৱা হয় যে তেওঁ বিভিন্ন ই-কমাৰ্চ ৱেবছাইটৰ ইউটিউব ভিডিঅ’ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি ঘৰতে বহি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰে।

ইয়াৰ পিছতে মহিলাগৰাকীক টেলিগ্ৰামৰ এটা গ্ৰুপত যোগ কৰি ইউটিউবৰ কিছুমান ভিডিঅ’ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ কোৱা হয়। মহিলাগৰাকীৰ আস্থা লাভৰ বাবে প্ৰথমে মহিলাগৰাকীৰ একাউণ্টলৈ কিছু ধনো প্ৰেৰণ কৰা হৈছিল। ইয়াৰ পিছত তেওঁক আন কিছুমান ইউটিউব চেনেল লাইক কৰিবলৈ কোৱা হৈছিল। কিন্তু তাৰ পিছত কিছু মুহূৰ্তৰ ভিতৰতে মহিলাগৰাকীৰ একাউণ্টৰ পৰা ৪ লাখ ৩৮ হাজাৰ টকা নোহোৱা হৈ যায়।

ইউটিউব
ইউটিউবৰ ভিডিঅ’ লাইক কৰোঁতে সাৱধান:

পিছত প্ৰতাৰণা  কৰা হৈছে বুলি উপলব্ধি কৰি মহিলাগৰাকীয়ে নয়ডাৰ ছেক্টৰ ৫৮ থানাত এজাহাৰ দাখিল কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।দেশত দিনক দিনে বৃদ্ধি পাইছে হোৱাটছএপৰ জৰিয়তে এনে জালিয়াতিৰ ঘটনা। শেহতীয়াকৈ হোৱাটছএপত আন্তঃৰাষ্ট্ৰীয় নম্বৰৰ পৰা ফোন কৰি কেলেংকাৰীৰ সংখ্যা বৃদ্ধি পাইছে।

ইতিমধ্যে চৰকাৰে এনে প্ৰৱঞ্চনা বন্ধ কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। হোৱাটছএপক ভুৱা একাউণ্ট ব্লক কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে।কেন্দ্ৰীয় টেলিকম মন্ত্ৰী অশ্বিনী বৈষ্ণবে টেলিকম বিভাগৰ সঞ্চাৰ সাথী ৱেবছাইট উন্মোচন কৰি কয় যে ভাৰতত ৩৬ লাখৰো অধিক হোৱাটছএপ একাউণ্ট নিষিদ্ধ কৰা হৈছে। সাধাৰণ মানুহকো এনে প্ৰৱঞ্চনাৰ জালত নপৰিবলৈ পৰামৰ্শ দিছে চৰকাৰে।

Tags: cheatingyoutube videoইউটিউব ভিডিঅ'প্ৰতাৰণা
Share4Tweet3Send

Related Posts

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

by Staff Reporter
June 6, 2026
50
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

‎৮ জুনত দিল্লীত হ’বলগীয়া বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বৈঠকলৈ বিজয়ৰ দলক আমন্ত্ৰণ জনোৱাৰ প্ৰস্তাৱ কংগ্ৰেছৰ ‎

by Staff Reporter
June 6, 2026
50
‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা   ‎
National-International

‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা  ‎

by Staff Reporter
June 6, 2026
50
“Supreme Court Refuses to Stay New Election Commissioner Appointment Law, Seeks Detailed Responses”
National-International

Porn Video । ইণ্টাৰনেটত পৰ্ণ’গ্ৰাফিক ছবি চাবলৈ লাগিব আধাৰ কাৰ্ড, নতুন আইনৰ প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
June 6, 2026
50
AirTrunk I ২০৩০ চনৰ ভিতৰত দেশত ৩ লাখ কোটি বিনিয়োগৰ পথত এয়াৰট্ৰাংক
National-International

AirTrunk I ২০৩০ চনৰ ভিতৰত দেশত ৩ লাখ কোটি বিনিয়োগৰ পথত এয়াৰট্ৰাংক

by Staff Reporter
June 6, 2026
50
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!
National-International

Iran US war I অস্ত্ৰৰ নাটনি, যুদ্ধবিৰতিৰ বাহিৰে গত্যন্তৰ নাই ইৰাণৰ: দাবী ট্ৰাম্পৰ

by Staff Reporter
June 6, 2026
50
ADVERTISEMENT
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

June 6, 2026
50
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

‎৮ জুনত দিল্লীত হ’বলগীয়া বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বৈঠকলৈ বিজয়ৰ দলক আমন্ত্ৰণ জনোৱাৰ প্ৰস্তাৱ কংগ্ৰেছৰ ‎

June 6, 2026
50
‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা   ‎
National-International

‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা  ‎

June 6, 2026
50
“Supreme Court Refuses to Stay New Election Commissioner Appointment Law, Seeks Detailed Responses”
National-International

Porn Video । ইণ্টাৰনেটত পৰ্ণ’গ্ৰাফিক ছবি চাবলৈ লাগিব আধাৰ কাৰ্ড, নতুন আইনৰ প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

June 6, 2026
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক

‎৮ জুনত দিল্লীত হ’বলগীয়া বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বৈঠকলৈ বিজয়ৰ দলক আমন্ত্ৰণ জনোৱাৰ প্ৰস্তাৱ কংগ্ৰেছৰ ‎

June 6, 2026
‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা   ‎

‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা  ‎

June 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx