ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

নিউজ ডেস্কঃ

News Desk by News Desk
August 25, 2026
Reading Time: 1 min read
A A
0
Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

RELATED POSTS

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

New Logo Smal 3 | ASSAM TIMES POST

গুজৰাটৰ চুৰাট (Surat in Gujarat)ত ৩০ লাখ টকাৰ (Rs 30 Lakh) ড্ৰাগছ সৰবৰাহৰ অভিযোগ (Drug supply accusation)ত গ্ৰেপ্তাৰ হৈছে এগৰাকী প্ৰাক্তন বিমান পৰিচাৰিকাকে (former flight attendant arrested) ধৰি দুজন লোক। চুৰাট আৰক্ষীয়ে জনোৱা মতে, বদোদৰাৰ পৰা গাড়ীত লুকুৱাই মুম্বাইলৈ ড্ৰাগছখিনি সৰবৰাহ কৰিছিল। দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত গাড়ীখন ৰখাই তালাচী চলোৱা হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, তালাচীৰ অন্তত উদ্ধাৰ কৰা হয় ড্ৰাগছ।

দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত এখন গাড়ীয়ে ড্ৰাগছ সৰবৰাহ কৰি থকা বুলি আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰে। এক সূত্ৰৰ জৰিয়তে এই খবৰ পোৱাৰ পিছতে এক্সপ্ৰেছৱে’ৰ এটা টোল প্লাজাত আৰক্ষীয়ে অপেক্ষা কৰি আছিল। গাড়ীখন টোল প্লাজা পোৱাৰ লগে লগে গাড়ীখন ৰখাই দিয়া হয়। গাড়ীখনৰ পৰা উদ্ধাৰ হৈছে ৯৭৭ গ্ৰাম মেফেড্ৰন (এম ডি)। মানসী চৈয়দ আৰু তেওঁৰ সহযোগী চোহেইল চুলেমান শ্বেখক গ্ৰেপ্তাৰ কৰা হয়। মানসীয়ে বিমান পৰিচাৰিকা হিচাপে কাম কৰিছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, গাড়ীখনৰ পৰা ড্ৰাগছৰ উপৰি কেইবাটাও ফোন উদ্ধাৰ কৰা হৈছে।

drugs1 | ASSAM TIMES POST
ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

আৰক্ষীৰ সূত্ৰই দাবী কৰিছে যে জেৰাৰ সময়ত গ্ৰেপ্তাৰ হোৱা লোকসকলে মুম্বাইৰ পৰা গাড়ীখন ভাড়াত লোৱা বুলি স্বীকাৰ কৰে। তেওঁলোক বদোদৰালৈ গৈছিল আৰু তাৰ পৰা উভতি আহি আছিল। কিন্তু চুৰাটৰ সমীপতে ধৰা পৰে। বদোদৰা ৰে’ল ষ্টেচনৰ সমীপত এগৰাকী অচিনাকি মহিলাৰ পৰা ড্ৰাগছ লৈছিল। ইয়াৰ পিছত গাড়ীত সৰু সৰু পেকেটত লুকুৱাই ৰাখিছিল। ধৃত দুয়োজনেই মুম্বাইৰ ছাণ্টাক্ৰুজৰ বাসিন্দা।

আৰক্ষীৰ সূত্ৰ অনুসৰি, মানসী মালয়েছিয়ান এয়াৰলাইন্সৰ বিমান পৰিচাৰিকা আছিল। কৰ্মসূত্ৰে তেওঁ বিভিন্ন দেশ ভ্ৰমণ কৰিছিল। ২০১৫ চনত মানসী ড্ৰাগছ সৰবৰাহৰ চক্ৰৰ সৈতে জড়িত হৈ পৰে। ২০২১ চনত মধ্যপ্ৰদেশৰ ইন্দোৰত মানসীক গ্ৰেপ্তাৰ কৰা হৈছিল। সেই সময়ত তেওঁৰ পৰা উদ্ধাৰ হৈছিল ১০০ গ্ৰাম ড্ৰাগছ। চাৰি বছৰ তেওঁ জে’ল খাটিবলগীয়াও হৈছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Drugstrafficking
Share4Tweet3Send

Related Posts

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত
National-International

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

by News Desk
August 25, 2026
50
Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা
National-International

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

by News Desk
August 25, 2026
50
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ
National-International

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

by News Desk
August 25, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
51
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
51
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
August 24, 2026
51
ADVERTISEMENT
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
50
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
50
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026
50
Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ
Political

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d