ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

নিউজ ডেস্কঃ

News Desk by News Desk
August 24, 2026
Reading Time: 1 min read
A A
0
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

RELATED POSTS

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

New Logo Smal 2 | ASSAM TIMES POST

ককৰোচ জনতা পাৰ্টি (Cockroach Janata Party) আৰু কংগ্ৰেছৰ হেঁচাত ৰাজস্থান (Rajasthan) চৰকাৰে চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত (Infrastructure of government schools is improved) কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। বিদ্যালয়ৰ মান উন্নত কৰাৰ বাবে আগন্তুক তিনি বছৰত ১২,৫০০ কোটি টকা ব্যয় (12,500 crore rupees) কৰিব। অহা মাহত ৰাজস্থানত পৌৰসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। তাৰ পূৰ্বে ৰাজস্থানত বিজেপি চৰকাৰে এই কাৰ্যপৰিকল্পনা ঘোষণা কৰাটো তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

দিল্লীৰ যন্তৰ-মন্তৰত আন্দোলনৰ সফলতাৰ পিছত সমগ্ৰ দেশতে চিজেপিয়ে নতুন অভিযান আৰম্ভ কৰিছে। দলটোৱে ‘স্কুল ঠিক কৰো’ কাৰ্যসূচী আৰম্ভ কৰিছে। শেহতীয়াকৈ উক্ত কার্যসূচীৰ সময়ত ৰাজস্থানৰ এখন বিদ্যালয়লৈ যাওঁতে চিজেপিৰ যুটীয়া আহ্বায়ক আশুতোষ ৰাংকাক বাধা প্ৰদান হৈছিল৷ তেওঁক আক্ৰমণ কৰাৰো অভিযোগ উত্থাপিত হৈছিল। সেই সন্দৰ্ভতো বিতৰ্ক হৈছিল। কংগ্ৰেছে বিধানসভাত বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বিষয়টোও উত্থাপন কৰে। এই সকলোবোৰৰ মাজতে যোৱা শনিবাৰে সন্ধিয়া ৰাজস্থান চৰকাৰে নতুন একচন প্লেন ঘোষণা কৰে।

ras | ASSAM TIMES POST
পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ৰাজস্থান বিধানসভাত খবৰ আহিছিল যে ৰাজ্যৰ ৬১১খন চৰকাৰী বিদ্যালয়ৰ নিজা ভৱন নাই। অৱশ্যে ইয়াৰ বাবে তেওঁলোকে পূৰ্বৰ কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰিছে। কোৱা হৈছে যে দুহেজাৰৰো অধিক বিদ্যালয়ত নাই শৌচাগাৰ। এক হাজাৰৰো অধিক বিদ্যালয়ত নাই খোৱাপানীৰ সুবিধা। কিন্তু বৰ্তমানৰ চৰকাৰে এই আন্তঃগাঁথনিৰ নাটনিৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰক জগৰীয়া কৰিছে।

মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাৰ চৰকাৰে প্ৰস্তাৱ কৰা পৰিকল্পনা অনুসৰি, আগন্তুক তিনি বছৰত ৩৫৮৭টা নতুন বিদ্যালয় ভৱন নিৰ্মাণ কৰা হ’ব। ইয়াৰ বাবে ২৪৮৭ কোটি ৭০ লাখ টকা খৰচ হ’ব। ৮৩,৭৮৩টা নতুন শ্ৰেণীকোঠাও নিৰ্মাণ কৰা হ’ব। ইয়াৰ বাবে ব্যয় হ’ব ৮,৩৭৮.৩০ কোটি টকা। ইয়াৰ উপৰি ২২,৫৮৯ খন বিদ্যালয়ৰ ভৱন মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ বাবে ১১২৯.৫০ কোটি টকা ব্যয় কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। বিদ্যালয়সমূহৰ বাবে ১৩ হাজাৰৰো অধিক শৌচাগাৰ নিৰ্মাণ কৰা হ’ব। তাৰ বাবে বিজেপি চৰকাৰে ব্যয় কৰিব ৩,৪০.৪০ কোটি টকা।

৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলৈ গৈ আছে ৰাজস্থানত পৌৰসভা নিৰ্বাচন। তাৰ ঠিক আগতেই চিজেপিৰ কাৰ্যসূচী আৰু কংগ্ৰেছৰ বিভিন্ন প্ৰশ্নৰ সন্মুখত শাসক শিবিৰটো অস্বস্তিত পৰিছে। বহুতৰ মতে, কংগ্ৰেছ শিবিৰে প্ৰাক নিৰ্বাচনৰ পূৰ্বে বিদ্যালয়ৰ আন্তঃগাঁথনিৰ সমস্যাক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা চলাইছে। এনে পৰিস্থিতিত ৰাজস্থানৰ বিজেপি চৰকাৰে চৰকাৰী বিদ্যালয়ৰ মান উন্নত কৰাৰ নতুন পৰিকল্পনা ঘোষণা কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CockroachJanataParty
Share4Tweet3Send

Related Posts

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
50
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
August 24, 2026
50
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

by News Desk
August 24, 2026
50
Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত
National-International

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

by News Desk
August 24, 2026
50
Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ
National-International

Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

by News Desk
August 24, 2026
50
BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

by News Desk
August 22, 2026
51
ADVERTISEMENT
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
50
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026
50
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

August 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d