ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

নিউজ ডেস্কঃ

News Desk by News Desk
August 24, 2026
Reading Time: 1 min read
A A
0
Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

RELATED POSTS

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

New Logo Smal 2 | ASSAM TIMES POST

প্ৰায় ডেৰ-দুসপ্তাহ পূৰ্বে এগৰাকী মহিলাৰ টুকুৰা-টুকুৰ কৰা মৃতদেহ উদ্ধাৰ (Parts of a woman’s dead body found) হৈছিল। কিছু অংশ ৰঙা ছুটকেছ এটাত ভৰাই দিল্লীলৈ যোৱা ট্ৰেইনত উঠাই দিয়া হৈছিল। আগ্ৰা ষ্টেচনৰ পৰা উদ্ধাৰ (Rescue from Agra station) হৈছে শৰীৰৰ অংগ ভৰ্তি ছুটকেছটো (Body part filling briefcase)। এইবাৰ সেই তদন্তৰ পৰা নতুন তথ্য ওলাইছে। চেন্নাইৰ এটা ভাড়াঘৰত উদ্ধাৰ (Rescued from a rental house in Chennai) হৈছে মৃতদেহটোৰ একাংশ (A part of the dead body)। সেই ঘৰটোতে মহিলাগৰাকীক হত্যা কৰা বুলি তদন্তকাৰীয়ে সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখ্য যে যোৱা ৬ আগষ্টত দিল্লী অভিমুখী তামিলনাডু এক্সপ্ৰেছৰ (Tamilnadu Express) পৰা উদ্ধাৰ হোৱা ৰঙা ৰঙৰ ছুটকেছটো ৰে’লখনৰ এটা ডবাত উদ্ধাৰ কৰা হৈছিল। দুৰ্গন্ধৰ বাবে যাত্ৰীসকলৰ সন্দেহ হয়। পিছত যেতিয়া ৰে’লখন আগ্ৰা ষ্টেচনত ৰৈ যায়, তেতিয়া আৰক্ষীয়ে ছুটকেছটো খুলি মৃতদেহৰ অংগসমূহ উদ্ধাৰ কৰে। ৰে’লখনে আগদিনা অৰ্থাৎ ৫ আগষ্টত চেন্নাই চেণ্ট্ৰেলৰ পৰা আহিছিল। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে।

body | ASSAM TIMES POST
হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

যিটো ছুটকেছত শৰীৰৰ অংগবোৰ ৰখা হৈছিল তাত এটা পলিথিনো আছিল। ইয়াত চেন্নাইৰ কথা উল্লেখ আছিল। সেই অনুসৰি তদন্তকাৰীয়ে চেন্নাই চেণ্ট্ৰেল ষ্টেচনক অৱগত কৰে। তাতো চিচিটিভি কেমেৰাত ধৰা পৰে দেখাত একেধৰণৰ ৰঙা ছুটকেছ। সেই ছুটকেছটো লৈ এগৰাকী মহিলা আৰু এজন পুৰুষ ৰে’লত উঠিছিল।

ইতিমধ্যে তদন্তকাৰীয়ে তেওঁলোকক চিনাক্ত কৰিছে। খবৰ আহিছিল যে তেওঁলোক চেন্নাইৰ এটা ভাড়াঘৰত বাস কৰিছিল। সেই তথ্যৰ ভিত্তিত দেওবাৰে চেন্নাইৰ ঘৰটোত আৰক্ষীয়ে অভিযান চলায়। তাৰ পৰা আৰু দেহাংশ উদ্ধাৰ হয়। ঘৰৰ ভিতৰতে এটা বিৰিয়ানী পাত্ৰত শৰীৰৰ বাকী অংগবোৰ এৰি থৈ গৈছিল।

চিচিটিভিৰ ফুটেজত দেখা পোৱা লোক দুজনে মহিলাগৰাকীক হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। তদন্তকাৰীয়ে দম্পতীহালক বিচাৰি আছে। অৱশ্যে এই পৰ্যন্ত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। মহিলাগৰাকীক কিয় হত্যা কৰা হৈছিল সেয়াও স্পষ্ট হোৱা নাই। সন্দেহযুক্ত দম্পতীহাল চেন্নাই চেণ্ট্ৰেলৰ ৰে’লৰ পৰা ক’ত নামিল জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: BrutalmurdermurderBodyFoundTrain
Share4Tweet3Send

Related Posts

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
50
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
50
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
August 24, 2026
50
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

by News Desk
August 24, 2026
50
Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ
National-International

Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

by News Desk
August 24, 2026
50
BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

by News Desk
August 22, 2026
51
ADVERTISEMENT
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
50
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026
50
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

August 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d