ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

নিউজ ডেস্কঃ

News Desk by News Desk
August 24, 2026
Reading Time: 1 min read
A A
0
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

RELATED POSTS

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

New Logo Smal 2 | ASSAM TIMES POST

দেশৰ বিমানবন্দৰৰ ইমিগ্ৰেচন (Airport immigration) কাউণ্টাৰত আৰু বিদেশ ভ্ৰমণৰ সময়ত যাত্ৰীৰ ব’ৰ্ডিং পাছত (Passenger’s boarding pass) ষ্টাম্প নাথাকিব (No stamp)। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ব্যুৰো অৱ ইমিগ্ৰেচনে এইবাৰ বৰ্তমানৰ নিয়ম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন নিয়ম অনুসৰি মোবাইলত ই-ব’ৰ্ডিং পাছ (E-boarding pass on mobile) দেখুৱাই এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব। ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম।

অৱশ্যে ইমিগ্ৰেচন চেণ্টাৰত ইলেক্ট্ৰনিক আৰু প্ৰিণ্টেড দুয়োটা ব’ৰ্ডিং পাছ গ্ৰহণ কৰা হ’ব। সংবাদ সংস্থা এএনআইক এজন বিষয়াই কয়, “ইমিগ্ৰেচন কাউণ্টাৰত ফিজিকেল ব’ৰ্ডিং পাছ আৰু ই-ব’ৰ্ডিং পাছ দুয়োটা দেখুৱাব পাৰিব। কেৱল ব’ৰ্ডিং পাছত ষ্টাম্প লগোৱাৰ ব্যৱস্থাটোহে বন্ধ কৰা হৈছে।” কৰ্তৃপক্ষৰ মতে, যাত্ৰীসকলৰ বাবে অনুপ্ৰৱেশ প্ৰক্ৰিয়া অধিক সুবিধাজনক আৰু সুশৃংখলিত কৰাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

pass1 | ASSAM TIMES POST
বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

ইমিগ্ৰেছন কৰ্তৃপক্ষই ব’ৰ্ডিং পাছত ষ্টাম্প লগোৱাৰ বাবে যাত্ৰীসকলে বিভিন্ন ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন হৈছিল। চৰকাৰী সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত পিটিআয়ে প্ৰকাশ কৰা অনুসৰি, বহু ক্ষেত্ৰত ষ্টাম্প এনেদৰে লগোৱা হৈছিল যে ব’ৰ্ডিং পাছত লিখাখিনি পঢ়িবলৈ টান হৈছিল। এই সন্দৰ্ভত যাত্ৰীসকলৰ কিছু উদ্বেগ কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হয়। ফলত ব’ৰ্ডিং পাছত বাধ্যতামূলকভাৱে ষ্টাম্প লগোৱাৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি পিটিআইৰ সূত্ৰই দাবী কৰিছে।

ব্যুৰো অৱ ইমিগ্ৰেচনৰ এই সিদ্ধান্তৰ ফলস্বৰূপে অহা মাহৰ পৰা ভাৰতীয় বিমানবন্দৰৰ পৰা বিদেশলৈ যোৱাৰ সময়ত আৰু ছপা ব’ৰ্ডিং পাছ লগত নহ’লেও হ’ব। বিদেশী যাত্ৰীসকলে মোবাইলত ই-ব’ৰ্ডিং পাছ দেখুৱাই ইমিগ্ৰেছন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব। অৱশ্যে কোনো যাত্ৰীয়ে ইচ্ছা কৰিলে ইমিগ্ৰেছন কাউণ্টাৰত ছপা ব’ৰ্ডিং পাছও দেখুৱাব পাৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: E-Boardingpass
Share4Tweet3Send

Related Posts

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
50
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
50
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
August 24, 2026
50
Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত
National-International

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

by News Desk
August 24, 2026
50
Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ
National-International

Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

by News Desk
August 24, 2026
50
BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

by News Desk
August 22, 2026
51
ADVERTISEMENT
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
50
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026
50
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

August 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d