ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Autonomous State I অসমৰ তিনি পাহাৰীয়া জিলাক সামৰি স্বায়ত্বশাসিত ৰাজ্যৰ দাবীত দিল্লীৰ যন্তৰ-মন্তৰত ধৰ্ণা দল-সংগঠনৰ

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
March 20, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

স্বায়ত্তৰাজ্য অবিহনে অধিক ক্ষমতাৰ টোপ গ্ৰহণ নকৰে পাৰ্বত্য জিলা তিনিখনৰ দল সংগঠনে ৷ এই মন্তব্য ʼকাধাচকমʼৰ সভাপতি অজিত তিমুঙৰ (Ajit Timung)৷ভাৰতীয় সংবিধান (Indian Constitution)ৰ ২৪৪ (ক) ধাৰা (Section 244 (a))ৰ অধীনত অসমৰ তিনি পাহাৰীয়া জিলা ক্ৰমে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত পুনৰ সৰৱ হৈ পৰিছে জিলাখনৰ কেইবাটাও দল-সংগঠন।

উল্লিখিত দাবীৰ সমৰ্থনত জিলাখনৰ কেইবাটাও দল- সংগঠনে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ যন্তৰ মন্তৰত (Jantar Mantar) ধৰ্ণাত অৱস্থান কৰাৰ কথা ঘোষণা কৰিছে। কাৰ্বি আংলং ডিমা হাচাও স্বায়ত্বশাসিত ৰাজ্য দাবী সমিতি চমুকৈ ʼকাধাচকমʼৰ তৰফৰ পৰা আজি ডিফু (Diphu)ত এক সংবাদমেল (Press meet)ৰ আয়োজন কৰি ʼকাধাচকমʼৰ সভাপতি অজিত তিমুঙে অহা ২৩ জানুৱাৰীত যন্তৰ মন্তৰত কেইবাটাও দল-সংগঠনৰ প্ৰতিনিধিয়ে স্বায়ত্বশাসিত ৰাজ্যৰ দাবীৰ সমৰ্থনত ধৰ্ণা প্ৰদৰ্শন কৰিব বুলি মন্তব্য কৰে।

 স্বায়ত্বশাসিত ৰাজ্য
তিনি পাহাৰীয়া জিলাক সামৰি স্বায়ত্বশাসিত ৰাজ্যৰ দাবীত দিল্লীত ধৰ্ণা দল-সংগঠনৰ:

উক্ত প্ৰতিবাদী কাৰ্যসূচীত সংগঠনসমূহৰ কমেও চাৰি শতাধিক প্ৰতিবাদকাৰীয়ে অংশ লʼব বুলি সভাপতি গৰাকীয়ে কয়। ʼকাধাচকমʼৰ সভাপতি-সম্পাদক ক্ৰমে অজিত তিমুং আৰু ছিং তিমুঙ (Sing Timung)ৰ নেতৃত্বত প্ৰদৰ্শিত হʼবলগীয়া উক্ত ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া দল-সংগঠনসমূহ ক্ৰমে কাধাচকম, কে এছ এ, ডি এছ ইউ, কে আৰ এ, কাৰছা, কুয়া, কাৰ্বি আদৰবাৰ, জে এন এইচ, তিৱা দৰবাৰ, কাৰা, বিজেপি আৰু অন্য ৰাজনৈতিক দলসমূহ। সংবাদ মাধ্যমক সম্বোধন কৰি ‘কাধাচকম’ৰ সভাপতি অজিত তিমুঙে কয় যে, তিনিখন পাৰ্বত্য জিলাত সংঘটিত গোষ্ঠীগত আৰু ভাতৃগত সংঘৰ্ষ পাহৰি স্বায়ত্তৰাজ্য হাচিল কৰিবলৈ সংকল্পৱদ্ধ হব লাগে ৷

মেঘালয়ৰ নেতা সকলে ৰা্য পাবলৈ যিদৰে সৰ্বোচ্চ ত্যাগ কৰাৰ লগতে ক্ষমতাৰ কথা নেভাবি কেৱল ৰাজ্য লাভৰ কথা ভাৱি ৰাজ্য লাভ কৰিছিল, তেনে উদ্দেশ্য আগত ৰাখি তিনি পাৰ্বত্য জিলাৰ নেতা সকলেও ত্যাগ স্বীকাৰ কৰি স্বায়ত্তৰাজ্য পাবলৈ উঠি পৰি লাগিব লাগে ৷ স্বায়ত্তৰাজ্যৰ বাবে চৰকাৰে দিয়া অধিক ক্ষমতাৰ টোপ আৰু কাৰবি আংলঙৰ ৰাইজ আৰু দল-সংগঠনে গ্ৰহণ নকৰে ৷ স্বায়ত্তৰাজ্য হাচিলৰ বাবে তিনি পাৰ্বত্য জিলাই বহুত হেৰুৱাইছে, এতিয়া স্বায়ত্তৰাজ্য পাবই লাগিব বুলি কয় ৷

আনহাতে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কেএছএ (KSA)ৰ সভাপতি থানছিং তিমুঙে (Thansing Timunge) কয় , বিগত ৪০ বছৰে ভাৰতীয় সংবিধান প্ৰদত্ত দাবী ২৪৪(ক) ৰূপায়নৰ দাবীত সংগ্ৰাম কৰাৰ পিছত কোনো এখন কেন্দ্ৰীয় চৰকাৰে সেই দাবী পূৰণ কৰা নাই ৷ বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্য আৰু দুয়োখন স্বায়ত্তশাসিত পৰিষদত বিজেপিৰ চৰকাৰ যদিও আজিলৈকে স্বায়ত্তৰাজ্যৰ দাবী পূৰণ নহ’ল ৷

তিনিখন পাৰ্বত্য জিলাৰ নেতা সকলে স্বায়ত্তৰাজ্য পাবলৈ কেন্দ্ৰক হেঁচা প্ৰয়োগ কৰক আৰু কেন্দ্ৰই মান্তি নহলে তিনি পাৰ্বত্য জিলাৰ ৰাইজৰ আৱেগৰ প্ৰতি সন্মান জনাই নৈতিক দায়িত্ব স্বীকাৰ কৰি নেতা সকলে পদত্যাগ কৰক৷ স্বায়ত্তৰাজ্য নাপালে তিনি পাৰ্বত্য জিলাৰ দল সংগঠন অধিক আন্দোলনমুখী হোৱাৰো হুংকাৰ প্ৰদান কৰে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Autonomous StateJantar-MantarKSAকেএছএযন্তৰ-মন্তৰস্বায়ত্বশাসিত ৰাজ্য
Share7Tweet5Send

Related Posts

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

by ASSAM TIMES POST
August 26, 2026
50
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

by ASSAM TIMES POST
August 26, 2026
50
Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪
KARBI ANGLONG

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

by News Desk
August 26, 2026
70
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

by News Desk
August 25, 2026
57
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

by ASSAM TIMES POST
August 25, 2026
59
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

by ASSAM TIMES POST
August 25, 2026
56
ADVERTISEMENT
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
50
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
50
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
50
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d