ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Nagaon : নগাঁৱৰ চামগুৰিত থানাৰ ভিতৰতে আক্ৰমণ আৰক্ষীৰ ওপৰত, আহত উপ-পৰিদৰ্শকসহ চাৰি

নিউজ ডেস্কঃ

News Desk by News Desk
November 2, 2026
Reading Time: 1 min read
A A
0
Nagaon : নগাঁৱৰ চামগুৰিত থানাৰ ভিতৰতে আক্ৰমণ আৰক্ষীৰ ওপৰত, আহত উপ-পৰিদৰ্শকসহ চাৰি

RELATED POSTS

পুনৰ অসমৰ যুৱকৰ বহিঃৰাজ্যত মৃত্যু!

Drugs Seized : হাইলাকান্দিত আৰক্ষীৰ বৃহৎ সফলতা, জব্দ ১২ হাজাৰ য়াবা টেবলেট; এজনক আটক

ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা, নিহত এজন গৃহৰক্ষী জোৱান

New Logo Smal 1 | ASSAM TIMES POST

চামগুৰি আৰক্ষী থানাৰ ভিতৰতে সুৰাসক্ত চালক হেণ্ডিমেনৰ তাণ্ডৱ। আৰক্ষীৰ ওপৰতে গুণ্ডাগিৰি কৰি আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে।যাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। ঘটনা অনুসৰি, সোণাৰিবালিত এখন চাৰিচকীয়া বাহনক খুন্দা মাৰি পলায়ন কৰিছিল এখন ট্ৰাকে। পলায়ন কৰা ট্ৰাক খনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে এখন পথাৰত। দুৰ্ঘটনাৰ সময়ত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন সুৰাসক্ত অৱস্থাত আছিল। সুৰাসক্ত দুই চালক আৰু হেণ্ডিমেনক স্থানীয় ৰাইজে গতাই দিয়ে আৰক্ষীক। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ হৈছে AS 02 CC 3246।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ দুই চালক আৰু হেণ্ডিমেন ক্ৰমে ৰছিদুল ইছলাম আৰু আবেদ আলী। পিছত ঘটনস্থলীৰ পৰা আৰক্ষীয়ে দুই চালক হেণ্ডিমেনক লৈ আনে আৰক্ষী থানালৈ। আৰক্ষী থানাৰ ভিতৰত দুয়োজনক সোধ পোছ কৰি থকাৰ সময়তে কেইবাজনো আৰক্ষীৰ ওপৰত কৰ্তব্যৰত অৱস্থাততে অতৰ্কিতে আক্ৰমণ কৰে দুই চালক হেণ্ডিমেনে। এই আক্ৰমণত চামগুৰি আৰক্ষী নিৱেশৰ উপ-পৰিদৰ্শক বিকাশ বৰা, কনিষ্টবল নিশান জ্যোতি বৰা, পল্লব বাঙঠাই, ভাইটি ইংতি আঘাট প্ৰাপ্ত হয়। ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষীয়ে নিজাবীয়াকৈ দুই আক্ৰমণকাৰী চালক হেণ্ডিমেনৰ ওপৰত গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Dead body recovered : নগাঁৱৰ গৰৈমাৰী পথাৰত উদ্ধাৰ অচিনাকী মহিলাৰ মৃতদেহ
Assam

পুনৰ অসমৰ যুৱকৰ বহিঃৰাজ্যত মৃত্যু!

by News Desk
November 2, 2026
50
“Assam Police Seizes Rs 7 Crore Worth of Illegal Drugs in Cachar District”
Assam

Drugs Seized : হাইলাকান্দিত আৰক্ষীৰ বৃহৎ সফলতা, জব্দ ১২ হাজাৰ য়াবা টেবলেট; এজনক আটক

by ASSAM TIMES POST
November 1, 2026
53
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা, নিহত এজন গৃহৰক্ষী জোৱান

by News Desk
October 31, 2026
51
Social media viral photo : উদাৰবন্দত অশ্লীল ফটো ভাইৰেলৰ অভিযোগ; বিষপান কৰি আত্মহত্যাৰ চেষ্টা কিশোৰীৰ, গ্ৰেপ্তাৰ অভিযুক্ত
Assam

Social media viral photo : উদাৰবন্দত অশ্লীল ফটো ভাইৰেলৰ অভিযোগ; বিষপান কৰি আত্মহত্যাৰ চেষ্টা কিশোৰীৰ, গ্ৰেপ্তাৰ অভিযুক্ত

by News Desk
October 31, 2026
51
Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু
Assam

Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু

by News Desk
October 30, 2026
51
Silchar-Guwahati passenger : শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’লৰ ইঞ্জিন লাইনচ্যুত
Assam

Silchar-Guwahati passenger : শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’লৰ ইঞ্জিন লাইনচ্যুত

by News Desk
October 29, 2026
51
ADVERTISEMENT
Nagaon : নগাঁৱৰ চামগুৰিত থানাৰ ভিতৰতে আক্ৰমণ আৰক্ষীৰ ওপৰত, আহত উপ-পৰিদৰ্শকসহ চাৰি
Assam

Nagaon : নগাঁৱৰ চামগুৰিত থানাৰ ভিতৰতে আক্ৰমণ আৰক্ষীৰ ওপৰত, আহত উপ-পৰিদৰ্শকসহ চাৰি

November 2, 2026
50
Dead body recovered : নগাঁৱৰ গৰৈমাৰী পথাৰত উদ্ধাৰ অচিনাকী মহিলাৰ মৃতদেহ
Assam

পুনৰ অসমৰ যুৱকৰ বহিঃৰাজ্যত মৃত্যু!

November 2, 2026
50
Rahul Gandhi : নকল সংসদতেই জীৱন কটাব লাগিব, প্ৰধানমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহয়; ৰাহুল গান্ধীক আক্ৰমণ অমিত শ্বাহৰ
National-International

Rahul Gandhi : নকল সংসদতেই জীৱন কটাব লাগিব, প্ৰধানমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহয়; ৰাহুল গান্ধীক আক্ৰমণ অমিত শ্বাহৰ

November 2, 2026
50
DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি
KARBI ANGLONG

DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি

November 1, 2026
64
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nagaon : নগাঁৱৰ চামগুৰিত থানাৰ ভিতৰতে আক্ৰমণ আৰক্ষীৰ ওপৰত, আহত উপ-পৰিদৰ্শকসহ চাৰি

Nagaon : নগাঁৱৰ চামগুৰিত থানাৰ ভিতৰতে আক্ৰমণ আৰক্ষীৰ ওপৰত, আহত উপ-পৰিদৰ্শকসহ চাৰি

November 2, 2026
Dead body recovered : নগাঁৱৰ গৰৈমাৰী পথাৰত উদ্ধাৰ অচিনাকী মহিলাৰ মৃতদেহ

পুনৰ অসমৰ যুৱকৰ বহিঃৰাজ্যত মৃত্যু!

November 2, 2026
Rahul Gandhi : নকল সংসদতেই জীৱন কটাব লাগিব, প্ৰধানমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহয়; ৰাহুল গান্ধীক আক্ৰমণ অমিত শ্বাহৰ

Rahul Gandhi : নকল সংসদতেই জীৱন কটাব লাগিব, প্ৰধানমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহয়; ৰাহুল গান্ধীক আক্ৰমণ অমিত শ্বাহৰ

November 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d