ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rahul Gandhi : নকল সংসদতেই জীৱন কটাব লাগিব, প্ৰধানমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহয়; ৰাহুল গান্ধীক আক্ৰমণ অমিত শ্বাহৰ

নিউজ ডেস্কঃ

News Desk by News Desk
November 2, 2026
Reading Time: 1 min read
A A
0
Rahul Gandhi : নকল সংসদতেই জীৱন কটাব লাগিব, প্ৰধানমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহয়; ৰাহুল গান্ধীক আক্ৰমণ অমিত শ্বাহৰ

RELATED POSTS

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা

New Logo Smal 1 | ASSAM TIMES POST

দেওবাৰে ‘ইণ্ডিয়া’ ব্লকে দিল্লীৰ ৰামলীলা ময়দানত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত কেন্দ্ৰক সমালোচনা কৰি থকাৰ সময়তে অমিত শ্বাহে চণ্ডীগড়ত অনুষ্ঠিত জনসভাৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ ৰাহুল গান্ধীক কটাক্ষ কৰি কয়, “আপুনি প্ৰধানমন্ত্ৰী হ’ব বিচাৰিছে যদিও গোটেই জীৱন নকল সংসদতেই থাকিব লাগিব । আপোনাৰ সপোন পূৰণ নহ’ব।” শনিবাৰে ‘ইণ্ডিয়া’ ব্লকে ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেৰ দিল্লীৰ বাংলোত নকল সংসদ স্থাপন কৰিছিল। তাত বিৰোধী নেতাসকলে সৰ্বসন্মতিক্ৰমে জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ‘প্ৰতীকী অভিযোগনামা’ প্ৰস্তাৱ ‘গৃহীত’ কৰে। যদিও জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে এই ‘প্ৰস্তাৱ’ অনা হৈছিল, কিন্তু আচলতে কেন্দ্ৰৰ ওপৰত হেঁচা বৃদ্ধিৰ এয়া কৌশলহে আছিল। এইবাৰ প্ৰত্যুত্তৰ দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে।

চাৰি দশক পূৰ্বে শিখবিৰোধী হিংসাৰ আঘাতৰ কথা মনত পেলাই তেওঁ এই দিনটোক ‘গণহত্যাৰ ক’লা দিন’ বুলি অভিহিত কৰে। এনে এটা দিনত অমিত শ্বাহে ৰাহুল গান্ধীৰ ৰামলীলা ময়দান কাৰ্যসূচীক ‘কংগ্ৰেছৰ জলচা’ বুলি তীব্ৰ সমালোচনা কৰে। লগতে কংগ্ৰেছে বিগত কেইবছৰমানৰ পৰা নিৰ্বাচনী যুঁজত বিশেষ লাভ কৰিব পৰা নাই বুলিও সোঁৱৰাই দিয়ে। তেওঁ কয়, “যোৱা ১৫ বছৰ ধৰি তেওঁলোকে হাৰিছে। ছোনিয়াজীৰ সপোন আছিল যে তেওঁৰ পুত্ৰ প্ৰধানমন্ত্ৰী হ’ব। কিন্তু সেই সপোন পূৰণ হোৱা নাই। এইবাৰ তেওঁলোকে এটা নতুন পথ বিচাৰি পাইছে। তেওঁলোকে নকল সংসদ স্থাপন কৰিছে। ঠিকেই কৰিছে। মই ৰাহুলজীক কওঁ, যদি আপুনি প্ৰধানমন্ত্ৰী হ’ব বিচাৰে তেন্তে আপোনাৰ গোটেই জীৱন নকল সংসদতেই কটাওক। আপোনাৰ সুযোগ কেতিয়াও নাহে।”

amt | ASSAM TIMES POST
নকল সংসদতেই জীৱন কটাব লাগিব, প্ৰধানমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহয়; ৰাহুল গান্ধীক আক্ৰমণ অমিত শ্বাহৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে বিৰোধীৰ কাৰ্যসূচীক লৈ প্ৰত্যাক্ৰমণ কৰিছিল। যদিও তেওঁ নকল সংসদ বা ৰামলীলা ময়দানৰ কাৰ্যসূচীৰ কথা পোনপটীয়াকৈ উল্লেখ কৰা নাই, তথাপিও তেওঁ কয় যে বিৰোধীয়ে ‘দেশক বিভাজন কৰিবলৈ একত্ৰিত হৈছে’। এইবাৰ ৰাহুল গান্ধীক আক্ৰমণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, “মিছা কোৱা, অশান্তি বিয়পোৱা আৰু সংসদক স্তব্ধ কৰি ৰখা- এয়া আপোনাৰ স্বভাৱ।”

বিগত কিছুদিন ধৰি বিজেপিয়ে জ্ঞানেশবিৰোধী আন্দোলনৰ প্ৰতি-কাৰ্যসূচী আৰম্ভ কৰিছে। ‘গণতন্ত্ৰ বচাওক, অৰাজকতা আঁতৰাওক’ পদযাত্ৰা চলি আছে। দেওবাৰেও দেশৰ বিভিন্ন প্ৰান্তত ‘ইণ্ডিয়া’ৰ বিৰুদ্ধে বিজেপিয়ে প্ৰতিবাদ কৰে। হাৰিয়ানাৰ ৰোহটকত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি নীতিন নবীনৰ নেতৃত্বত সমদল উলিওৱা হয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হিমাচল প্ৰদেশৰ চিমলাত এক সমদল উলিওৱা হয়। কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু দিল্লী বিজেপিৰ সভাপতি হৰ্ষ মালহোত্ৰাৰ নেতৃত্বতো পশ্চিম দিল্লীৰ হৰিনগৰ অঞ্চলত সমদল উলিওৱা হয়।

হৰদীপ পুৰী আৰু ৰেখা গুপ্তায়ো সেই প্ৰশ্ন উত্থাপন কৰে, যিটো প্ৰশ্ন অমিত শ্বাহে দিল্লীৰ সমদলৰ পৰা ৰামলীলাৰ সমাৱেশৰ তাৰিখ সন্দৰ্ভত কংগ্ৰেছক প্ৰশ্ন কৰিছিল। ১৯৮৪ চনত ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ পিছত যি শিখ বিৰোধী হিংসা বিয়পি পৰিছিল, তাৰ বাবে কংগ্ৰেছে ক্ষমা খুজিব লাগে বুলি দাবী জনায়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী
National-International

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

by News Desk
October 31, 2026
53
Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ
National-International

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

by News Desk
October 31, 2026
51
Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা
National-International

Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা

by News Desk
October 31, 2026
51
Rashtriya Ekta Diwas 2026 : আজি সমগ্ৰ দেশতে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন, গুজৰাটৰ একতা নগৰত বিশেষ পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠান
National-International

Rashtriya Ekta Diwas 2026 : আজি সমগ্ৰ দেশতে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন, গুজৰাটৰ একতা নগৰত বিশেষ পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠান

by News Desk
October 31, 2026
52
ISRO : ভাৰতৰ নিজা ‘জিপিএছ’ অধিক নিখুঁত কৰিবলৈ ইছৰোৰ মহাকাশলৈ বিশেষ উপগ্ৰহ প্ৰেৰণ
National-International

ISRO : ভাৰতৰ নিজা ‘জিপিএছ’ অধিক নিখুঁত কৰিবলৈ ইছৰোৰ মহাকাশলৈ বিশেষ উপগ্ৰহ প্ৰেৰণ

by News Desk
October 31, 2026
51
Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা
National-International

Joshimath copter crashed : যোশীমঠৰ সমীপত হেলিকপ্টাৰ দুৰ্ঘটনাত ৬ জনৰ মৃত্যু, উত্তৰাখণ্ডত ১০ বছৰত ১৩টা দুৰ্ঘটনাত ২৭ জনৰ মৃত্যু

by News Desk
October 30, 2026
51
ADVERTISEMENT
Nagaon : নগাঁৱৰ চামগুৰিত থানাৰ ভিতৰতে আক্ৰমণ আৰক্ষীৰ ওপৰত, আহত উপ-পৰিদৰ্শকসহ চাৰি
Assam

Nagaon : নগাঁৱৰ চামগুৰিত থানাৰ ভিতৰতে আক্ৰমণ আৰক্ষীৰ ওপৰত, আহত উপ-পৰিদৰ্শকসহ চাৰি

November 2, 2026
50
Dead body recovered : নগাঁৱৰ গৰৈমাৰী পথাৰত উদ্ধাৰ অচিনাকী মহিলাৰ মৃতদেহ
Assam

পুনৰ অসমৰ যুৱকৰ বহিঃৰাজ্যত মৃত্যু!

November 2, 2026
50
Rahul Gandhi : নকল সংসদতেই জীৱন কটাব লাগিব, প্ৰধানমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহয়; ৰাহুল গান্ধীক আক্ৰমণ অমিত শ্বাহৰ
National-International

Rahul Gandhi : নকল সংসদতেই জীৱন কটাব লাগিব, প্ৰধানমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহয়; ৰাহুল গান্ধীক আক্ৰমণ অমিত শ্বাহৰ

November 2, 2026
50
DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি
KARBI ANGLONG

DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি

November 1, 2026
64
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nagaon : নগাঁৱৰ চামগুৰিত থানাৰ ভিতৰতে আক্ৰমণ আৰক্ষীৰ ওপৰত, আহত উপ-পৰিদৰ্শকসহ চাৰি

Nagaon : নগাঁৱৰ চামগুৰিত থানাৰ ভিতৰতে আক্ৰমণ আৰক্ষীৰ ওপৰত, আহত উপ-পৰিদৰ্শকসহ চাৰি

November 2, 2026
Dead body recovered : নগাঁৱৰ গৰৈমাৰী পথাৰত উদ্ধাৰ অচিনাকী মহিলাৰ মৃতদেহ

পুনৰ অসমৰ যুৱকৰ বহিঃৰাজ্যত মৃত্যু!

November 2, 2026
Rahul Gandhi : নকল সংসদতেই জীৱন কটাব লাগিব, প্ৰধানমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহয়; ৰাহুল গান্ধীক আক্ৰমণ অমিত শ্বাহৰ

Rahul Gandhi : নকল সংসদতেই জীৱন কটাব লাগিব, প্ৰধানমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহয়; ৰাহুল গান্ধীক আক্ৰমণ অমিত শ্বাহৰ

November 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d