ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home  কাৰ্বি আংলঙ

Kharoni protest : প্ৰয়োজনত প্ৰাণ দিম, কিঞ্চিৎ মাটিও নিদিওঁ; পিজিআৰ-ভিজিআৰক কেন্দ্ৰ কৰি পুনৰ উত্তাল খেৰণি

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
February 2, 2026
Reading Time: 1 min read
A A
0

RELATED POSTS

CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

Narcotics seized : খটখটী আৰক্ষীৰ বৃহৎ সফলতা, প্ৰায় ৬ কেজি নিষিদ্ধ দ্ৰব্যসহ আটক ২

CM Karbi Anglong visit : কাৰ্বি আংলঙৰ ৫ বিধানসভা সমষ্টিত কোনে পাব প্ৰাৰ্থীত্ব, মুখ্যমন্ত্ৰীৰ কৌশলী উত্তৰ

New Logo Smal 2 | ASSAM TIMES POST

পশ্চিম কাৰ্বি আংলং (West Karbi Anglong) জিলাত খিলঞ্জীয়াৰ সুৰক্ষা আৰু বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱাৰ দাবীত ঐক্যবদ্ধ সংগ্ৰাম। নিজৰ ভূমিৰ সুৰক্ষাৰ দাবীত সোমবাৰে ফেলাংপিত অনুষ্ঠিত হয় বিশাল গণ সমাবেশ (Massive public gathering)। জিলাখনৰ কেইবাটাও জাতীয় সংগঠনৰ উদ্যোগত অনুষ্ঠিত হয় এই বিশাল গণ সমাবেশ।
প্ৰয়োজনত প্ৰাণ দিম, কিঞ্চিৎ মাটিও নিদিওঁ; পিজিআৰ-ভিজিআৰক কেন্দ্ৰ কৰি পুনৰ উত্তাল খেৰণি
প্ৰয়োজনত প্ৰাণ দিম, কিঞ্চিৎ মাটিও নিদিওঁ; পিজিআৰ-ভিজিআৰক কেন্দ্ৰ কৰি পুনৰ উত্তাল খেৰণি

ইণ্ডিজিনিয়াছ ফ’ৰাম অসম, সোণোৱাল কছাৰী ছাত্র সংস্থা, তিৱা ছাত্ৰ সংস্থা, যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৃন্দই এই গণ সমাবেশত অংশগ্ৰহণ কৰে। লিটচন ৰংফাৰৰ নেতৃত্বত গঢ় লৈ উঠা এই সংগ্ৰামৰ জৰিয়তে পিজিআৰ-ভিজিআৰ ভূমি (PGR-VGR Land)ত শীঘ্ৰে উচ্ছেদ চলোৱাৰ দাবী (Demand to carry out eviction) উত্থাপন কৰে সংগঠনকেইটাৰ নেতৃবৃন্দই।

আনহাতে, প্ৰয়োজনত প্ৰাণ দিম কিন্তু কিঞ্চিৎ মাটিও এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰে তিৱা ছাত্ৰ সংস্থাৰ বিষয়ববীয়াসকলে। উল্লেখ্য যে বিগত বছৰৰ ডিচেম্বৰ মাহৰ ২৩ তাৰিখে খেৰণিত উচ্ছেদৰ দাবীক লৈ কৰা আন্দোলক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল হিংসাত্মক ঘটনা।

Diphu2 | ASSAM TIMES POST

এই আন্দোলনৰ কাৰ্যসূচীৰ পিছতে কাৰ্বি আংলঙৰ ভূমিপুত্ৰসকলক সমৰ্থন প্ৰকাশ কৰে অসমৰ সকলোবোৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ দল-সংগঠনে। তাৰ ফলশ্ৰুতিতে সোমবাৰে হাজাৰ হাজাৰ সচেতন ৰাইজ আৰু বিভিন্ন খিলঞ্জীয়া দল-সংগঠনে ফেলাংপিত একত্ৰিত হৈ বেদখলকাৰীৰ উচ্ছেদ আৰু খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবীত পুনৰ ফেলাংপিৰ আকাশ-বতাহ উত্তাল কৰি তোলে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কিঞ্চিৎ মাটিও নিদিওঁ; পিজিআৰ-ভিজিআৰক কেন্দ্ৰ কৰি পুনৰ উত্তাল খেৰণিপ্ৰয়োজনত প্ৰাণ দিম
Share6Tweet4Send

Related Posts

CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
 কাৰ্বি আংলঙ

CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

by News Desk
March 11, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
 কাৰ্বি আংলঙ

Narcotics seized : খটখটী আৰক্ষীৰ বৃহৎ সফলতা, প্ৰায় ৬ কেজি নিষিদ্ধ দ্ৰব্যসহ আটক ২

by ASSAM TIMES POST
February 25, 2026
50
CM Karbi Anglong visit : কাৰ্বি আংলঙৰ ৫ বিধানসভা সমষ্টিত কোনে পাব প্ৰাৰ্থীত্ব, মুখ্যমন্ত্ৰীৰ কৌশলী উত্তৰ
 কাৰ্বি আংলঙ

CM Karbi Anglong visit : কাৰ্বি আংলঙৰ ৫ বিধানসভা সমষ্টিত কোনে পাব প্ৰাৰ্থীত্ব, মুখ্যমন্ত্ৰীৰ কৌশলী উত্তৰ

by News Desk
February 24, 2026
50
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২
 কাৰ্বি আংলঙ

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

by ASSAM TIMES POST
February 8, 2026
53
কাৰ্বি আংলঙৰ ৩ ঘোষিত বিদেশীক বহিষ্কাৰৰ নির্দেশ, ২৪ ঘণ্টাৰ ভিতৰত এৰিব লাগিব অসম
 কাৰ্বি আংলঙ

Declared Foreigners : কাৰ্বি আংলঙৰ ৩ ঘোষিত বিদেশীক বহিষ্কাৰৰ নির্দেশ, ২৪ ঘণ্টাৰ ভিতৰত এৰিব লাগিব অসম

by ASSAM TIMES POST
February 7, 2026
63
Road accident : কাৰ্বি আংলঙৰ ফুলনিত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত স্কুটি আৰোহী
 কাৰ্বি আংলঙ

Road accident : কাৰ্বি আংলঙৰ ফুলনিত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত স্কুটি আৰোহী

by News Desk
February 6, 2026
61
ADVERTISEMENT
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ
National-International

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026
50
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

August 21, 2026
52
MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ
National-International

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

August 21, 2026
51
Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets
NORTHEAST

Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets

August 21, 2026
57
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

August 21, 2026
MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

August 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d