ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home  কাৰ্বি আংলঙ

CM Karbi Anglong visit : কাৰ্বি আংলঙৰ ৫ বিধানসভা সমষ্টিত কোনে পাব প্ৰাৰ্থীত্ব, মুখ্যমন্ত্ৰীৰ কৌশলী উত্তৰ

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
February 24, 2026
Reading Time: 1 min read
A A
0
CM Karbi Anglong visit : কাৰ্বি আংলঙৰ ৫ বিধানসভা সমষ্টিত কোনে পাব প্ৰাৰ্থীত্ব, মুখ্যমন্ত্ৰীৰ কৌশলী উত্তৰ

RELATED POSTS

CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

Narcotics seized : খটখটী আৰক্ষীৰ বৃহৎ সফলতা, প্ৰায় ৬ কেজি নিষিদ্ধ দ্ৰব্যসহ আটক ২

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

New Logo Smal 3 | ASSAM TIMES POST

মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত মঙলবাৰে বোকাজান বিধানসভা সমষ্টি (Bokajan Legislative Assembly Constituency)ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) প্ৰদান কৰে ১০ হাজাৰ টকাকৈ চেক (Issues a cheque)। সৰিয়হজান সাংজাংলাংছ’ ষ্টেডিয়াম খেলপথাৰত আয়োজিত অনুষ্ঠানত সমষ্টিটোৰ মুঠ ১৭,৩৯৮ গৰাকী আত্মসহায়ক গোট (Self-Help Group)ৰ মহিলাৰ মাজত এই পুঁজি বিতৰণ কৰা হয়।

cm1 1 | ASSAM TIMES POST
বোকাজান সমষ্টিত ১৭,৩৯৮ গৰাকী আত্মসহায়ক গোটৰ মহিলাৰ মাজত এই পুঁজি বিতৰণ মুখ্যমন্ত্ৰীৰ

আনহাতে, এই সভাতেই প্রায় ২০ কোটি টকাৰে খটখটিত নিৰ্মাণ কৰা এটা ষ্টেডিয়াম, বালিপথাৰ, বৰপথাৰ, চিলনীজান আৰু হিদীপিত নিৰ্মান কৰি উলিওৱা ৪টা বজাৰ গৃহৰ মুখ্যমন্ত্ৰীয়ে ভাৰ্চুৱেলী শুভ উদ্বোধন (Market house inauguration) কৰে। দিনৰ ১১.৩০ বজাত অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং, সাংসদ অমৰ সিং তিছ’, বিধানসভাৰ উপাধ্যক্ষ তথা বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডঃ নোমল মমিন, অভিভাৱক মন্ত্ৰী নন্দিতা গাৰলোচা আৰু পৰিষদৰ কাৰ্যবাহী সদস্যসকলৰ লগতে কাৰ্বিআংলং জিলা উপায়ুক্ত।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে, বোকাজান বিধানসভা সমষ্টিত ১১৫ সংখ্যক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ অনুষ্ঠান অনুষ্ঠিত হৈছে। আনহাতে, অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত আজি যোৰহাটৰ মৰিয়নীতো এই অভিযানৰ পুঁজি প্ৰদান কৰা হ’ব আৰু ইয়াকে লৈ ১২৬ টা বিধানসভা সমষ্টিত এই কাৰ্যসূচী সম্পন্ন হ’ব। আনহাতে, এই আঁচনিৰ অধীনত বৰ্তমানলৈকে ৰাজ্যৰ ২৮,৬১,২৪০ গৰাকী মহিলা উপকৃত হৈছে। অনাগত দিনত ৪ লাখ মহিলাই এই পুঁজি লাভ কৰিব।

cm2 | ASSAM TIMES POST
মহিলাৰ মাজত এই পুঁজি বিতৰণ মুখ্যমন্ত্ৰীৰ

আনহাতে, পৰৱৰ্তী সময়ত ১.৫ লাখ মহিলাক এই পুঁজি প্ৰদান কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ লগতে কয় যে এতিয়ালৈকে অসমৰ মহিলা আত্মসহায়ক গোটত ৪০ লাখ মহিলা জড়িত হৈ আছে আৰু ইয়াৰে ভিতৰত ৮ লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হৈছে আৰু ৪ লাখ মহিলা লাখপতি বাইদেউ হোৱাৰ পথত। লগতে বোকাজান সমষ্টিত ৬৮০ গৰাকী লাখপতি বাইদেউ থকা বুলিও তেওঁ উল্লেখ কৰে। নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে বোকাজানত ৩৫০ কোটি টকাৰে এখন সৈনিক স্কুল স্থাপন কৰাৰো প্ৰতিশ্ৰুতি দিয়ে।

আনহাতে, সভাৰ অন্তত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়ালৈকে বোকাজানত প্ৰাৰ্থী নিৰ্ণয় কৰা হোৱা নাই। লগতে তেওঁ অহা ১৬ মাৰ্চৰ ভিতৰত এন ডি এ মিত্ৰদলৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ হ’ব পাৰে বুলি উল্লেখ কৰে। আনহাতে, কাৰ্বি আংলং জিলাৰ ৫ টা বিধানসভা সমষ্টিৰ দুই-তিনিটা সমষ্টিত নতুন মুখ আহিব পাৰে বুলিও মুখ্যমন্ত্ৰীয়ে এক কৌশলী উত্তৰ দিয়ে। ইফালে কাৰ্বি আংলং জিলাত বিৰোধী এ পি এইছ চি এল দলে শাসকীয় দলৰ কোনো ক্ষতি কৰিব নোৱাৰে বুলি দৃঢ়তাৰে কয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CMBokajanCMKarbiAnglongvisit
Share4Tweet3Send

Related Posts

CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
 কাৰ্বি আংলঙ

CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

by News Desk
March 11, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
 কাৰ্বি আংলঙ

Narcotics seized : খটখটী আৰক্ষীৰ বৃহৎ সফলতা, প্ৰায় ৬ কেজি নিষিদ্ধ দ্ৰব্যসহ আটক ২

by ASSAM TIMES POST
February 25, 2026
50
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২
 কাৰ্বি আংলঙ

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

by ASSAM TIMES POST
February 8, 2026
53
কাৰ্বি আংলঙৰ ৩ ঘোষিত বিদেশীক বহিষ্কাৰৰ নির্দেশ, ২৪ ঘণ্টাৰ ভিতৰত এৰিব লাগিব অসম
 কাৰ্বি আংলঙ

Declared Foreigners : কাৰ্বি আংলঙৰ ৩ ঘোষিত বিদেশীক বহিষ্কাৰৰ নির্দেশ, ২৪ ঘণ্টাৰ ভিতৰত এৰিব লাগিব অসম

by ASSAM TIMES POST
February 7, 2026
63
Road accident : কাৰ্বি আংলঙৰ ফুলনিত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত স্কুটি আৰোহী
 কাৰ্বি আংলঙ

Road accident : কাৰ্বি আংলঙৰ ফুলনিত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত স্কুটি আৰোহী

by News Desk
February 6, 2026
61
Kharoni protest : প্ৰয়োজনত প্ৰাণ দিম, কিঞ্চিৎ মাটিও নিদিওঁ; পিজিআৰ-ভিজিআৰক কেন্দ্ৰ কৰি পুনৰ উত্তাল খেৰণি
 কাৰ্বি আংলঙ

Kharoni protest : প্ৰয়োজনত প্ৰাণ দিম, কিঞ্চিৎ মাটিও নিদিওঁ; পিজিআৰ-ভিজিআৰক কেন্দ্ৰ কৰি পুনৰ উত্তাল খেৰণি

by News Desk
February 2, 2026
70
ADVERTISEMENT
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
50
Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?
National-International

Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

August 22, 2026
50
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ
National-International

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026
50
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

August 21, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

August 22, 2026
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d