ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
November 17, 2025
Reading Time: 1 min read
A A
0
Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

RELATED POSTS

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

New Logo Smal 2 | ASSAM TIMES POST

প্ৰতিবছৰৰ দৰে এইবছৰো কাৰ্বি সাংস্কৃতিক প্ৰকল্প তাৰালাংচৰ বাকৰিত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস ৷ ১৯৫২ চনৰ ১৭ নৱেম্বৰত গঠন হৈছিল  বৰ্তমানৰ কাৰ্বি আংলং আৰু তদানীন্তন সংযুক্ত মিকিৰ পাহাৰ জিলা ৷ এইলৈ সোমবাৰে পুৱা ৮ বজাত পতাকা উত্তোলন কৰি কাৰ্বি আংলং জিলা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷

কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন
কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

ক্ৰমে, জিলা গঠন প্ৰক্ৰিয়াত অৰিহণা যোগোৱা  বৰেণ্য ব্যক্তি সকলৰ প্ৰাতিকৃতিত জন প্ৰতিনিধিৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে পুষ্পাঞ্জলী আৰু মাল্যাৰপণেৰ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷  ইয়াৰ পাছত দিনৰ প্ৰায় ১২ মান বজাত তাৰালাংচৰ চেৰতালিন প্ৰেক্ষা গৃহত পৰিষদৰ অধ্যক্ষ ৰাজু তিচোৰ অধ্যক্ষতাত অনুষ্ঠিত মুকলি অধিৱেশন ৷ মুকলি অধিৱেশনখন কাৰ্বি আংলং সচিবালয়ৰ ষ্টাফে আৰম্ভনি গীত পৰিৱেশন কৰে ৷

584552983 1386744109489351 5106602400933496475 n | ASSAM TIMES POSTআদৰণি ভাষণ প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব আইএএছ বিষয়া মুকুল কুমাৰ শইকীয়াই ৷ তদুপৰি কাৰ্বি পৰাম্পৰাগত সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে সুন্দৰ লোকনৃত্য প্ৰদৰ্শন কৰি দৰ্শকক আপ্লুত কৰে ৷ মুকলি অধিৱেশনত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে অংশ গ্ৰহণ কৰে ৷ মুকলি অধিৱেশনত কাৰ্বি ৰজা লংচিং ৰংহাঙ, পদ্মশ্ৰী ধনেশ্বৰ ইংতি ডঃ ধৰমচিং টেৰণ, ৰয় ইংহি, সাংসদ অমৰচিং তিচো, বিধায়ক সকল ক্ৰমে, বিদ্যাচিং ইংলেঙ, দৰচিং ৰংহাঙ, ৰূপচিং টেৰণ, জিলা আয়ুক্ত নিৰলা ফাংচপী, পৰিষদৰ সকলো ইএম এমএচি আৰু গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে ৷

584557843 1386742949489467 3234789506386133111 n | ASSAM TIMES POSTকাৰ্বি আংলং দিৱস উপলক্ষে সাৰুৱা ভাষণ প্ৰদান কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, ডঃ ধৰমচিং টেৰণ আৰু সাংসদ অমৰচিং তিচোৱে ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি আংলং জিলা গঠন প্ৰক্ৰিয়াত অৰিহণা যোগোৱা প্ৰয়াত নেতা সকলক শ্ৰদ্ধাৰে সোঁৱৰে ৷ তদুপৰি জিলা গঠনৰ পূৰ্বে তদানীন্তন গোপীনাথ বৰদলৈৰ ওচৰত জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ নেতা সকলে প্ৰদান কৰা স্মাৰক পত্ৰৰ সন্মান জনাই উক্ত বিষয়ত ১৯৫১ চনত গোপীনাথ বৰদলৈৰ অনুমোদন কৰে ১৯৫২ চনৰ ১৭ নৱেম্বৰত সংযুক্ত মিকিৰ পাহাৰ জিলা আৰু বৰ্তমানৰ কাৰ্বি আংলং জিলা গঠন হৈছিল বুলি কয় ৰংহাঙে ৷নিশাৰ ভাগত বৰ্ণাঢ্য সাংস্কৃৃৃৃ কাৰ্যসূচীৰে কাৰ্বি আংলং জিলা দিৱসৰ সফল সামৰণি পৰে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কাৰ্বি সাংস্কৃতিক প্ৰকল্প
Share5Tweet3Send

Related Posts

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

by ASSAM TIMES POST
August 26, 2026
50
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

by ASSAM TIMES POST
August 26, 2026
50
Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪
KARBI ANGLONG

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

by News Desk
August 26, 2026
50
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

by News Desk
August 25, 2026
57
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

by ASSAM TIMES POST
August 25, 2026
59
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

by ASSAM TIMES POST
August 25, 2026
56
ADVERTISEMENT
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
50
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
50
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
50
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d