ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

আজি ডিফুৰ তাৰালাংচৰ বাকৰিত ৫০ সংখ্যক কাৰবি যুৱ মহোৎসৱত উপস্থিত থাকিব  ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ

ষ্টাফ ৰিপৰ্টাৰ, ডিফুঃ

Staff Reporter by Staff Reporter
January 17, 2024
Reading Time: 1 min read
A A
0
আজি ডিফুৰ তাৰালাংচৰ বাকৰিত ৫০ সংখ্যক কাৰবি যুৱ মহোৎসৱত উপস্থিত থাকিব  ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ

RELATED POSTS

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

New Logo Smal 2 | ASSAM TIMES POST

অসমৰ অন্যতম বৃহৎ সাংস্কৃতিক মহোৎসৱ হিচাপে চিহ্নিত হোৱা কাৰ্বি যুৱ মহোৎসৱৰ (Karbi Youth Festival) সোণালী জয়ন্তী বৰ্ষ উদযাপনক কেন্দ্ৰ কৰি সম্প্ৰতি ব্যাপক উৎসৱমূখৰ পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ পাহাৰীয়া জিলাখনত।

৫০ সংখ্যক কাৰবি যুৱ মহোৎসৱ
৫০ সংখ্যক কাৰবি যুৱ মহোৎসৱত উপস্থিত থাকিব  ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ:

যুৱ মহোৎসৱৰ এই পৰিৱেশক এক অনন্য মাত্ৰা প্ৰদান কৰি কাইলৈ তাৰালাংছʼৰ মহোৎসৱস্থলীত উপস্থিত হʼবহি ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ। যুৱ মহোৎসৱলৈ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ আগমনক কেন্দ্ৰ কৰি ব্যাপক উৎসাহৰ বিপৰীতে সমগ্ৰ এলেকাতে একপ্ৰকাৰ নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে।

ৰাষ্ট্ৰপতিৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি মহোৎসৱস্থলীত কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে। ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ তালাচী। কাৰ্যসূচী অনুসৰি কাইলৈ দিনৰ 11.50 বজাত ৰাষ্ট্ৰপতি গৰাকী মহোৎসৱৰ মূল মণ্ডপত উপস্থিত হোৱাৰ লগতে প্ৰায় দুঘণ্টা সময় তাৰালাংছʼত অতিবাহিত কৰিব।

ৰাষ্ট্ৰপতিৰ লগতে উক্ত অনুষ্ঠানত অসম আৰু মেঘালয়ৰ ৰাজ্যপাল, অসম, নাগালেণ্ড আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব। ৰাষ্ট্ৰপতিৰ আগমন উপলক্ষে ডিফু চহৰখনো বিশেষভাৱে সজাই পৰাই তোলাৰ লগতে আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: আজি ডিফুৰ তাৰালাংচৰ বাকৰিতমহোৎসৱত উপস্থিত থাকিব  ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ৫০ সংখ্যক কাৰবি যুৱ
Share6Tweet4Send

Related Posts

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

by ASSAM TIMES POST
August 26, 2026
50
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

by ASSAM TIMES POST
August 26, 2026
50
Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪
KARBI ANGLONG

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

by News Desk
August 26, 2026
50
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

by News Desk
August 25, 2026
57
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

by ASSAM TIMES POST
August 25, 2026
59
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

by ASSAM TIMES POST
August 25, 2026
56
ADVERTISEMENT
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
50
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
50
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
50
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d