ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Youth Festival I গৌৰৱোজ্জল কাৰবি যুৱ মহোৎসৱৰ সোণালী জয়ন্তীৰ শুভাৰম্ভ  

তাৰালাংছ'ৰ পৰা কামৰুল খান :

News Desk by News Desk
January 13, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

New Logo Smal 1 | ASSAM TIMES POST

উত্তৰ-পূৰ্বাঞ্চলৰ অতিকৈ পুৰণি সৰ্ববৃহৎ কাৰবি যুৱ মহোৎসৱ (Karbi Youth Festival)ৰ গৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী আজিৰে পৰা আনুষ্ঠানিকভাবে আৰম্ভ  হ’ল৷ ৮ দিনীয়া কাৰ্যসূচীৰে ৰংমিলিৰ হাঁহিৰ দেশত উৰিল কাৰবি লোক কৃষ্টি সংস্কৃতিৰ সাংস্কৃতিক বিজয় ধ্বজা৷ সৰু বৰ পাহাৰৰ মনোৰম প্ৰাকৃতিক আৰু নৈসৰ্গিক পৰিবেশৰ মাজতে মন পৰশা জন-জাতীয় নৃত্য গীতেৰে উদ্ভাসিত হ’ল তাৰলাংচৰ বাকৰি৷

69321aae 2938 4547 9b63 07f6a9482d8c | ASSAM TIMES POSTকাৰবি পৰাম্পৰাগত লোক- কৃষ্টি সংস্কৃতিৰ অমিয় সুবাসেৰে আমোল মোলাইছে কাৰবি সাংস্কৃতিক প্ৰকল্প ৷ জিলাখনত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ পৰাম্পৰাগত  কৃষ্টি সংস্কৃতিক অগ্ৰাধিকাৰ দি উদ্যোক্তাসকলে তাৰালাংচত সংস্কৃতিৰ পৃথিৱীখনত এক সকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম  হৈছে৷

গৌৰৱোজ্জল কাৰবি যুৱ মহোৎসৱৰ সোণালী জয়ন্তীৰ শুভাৰম্ভ  
গৌৰৱোজ্জল কাৰবি যুৱ মহোৎসৱৰ সোণালী জয়ন্তীৰ শুভাৰম্ভ  :

৮২৭ বিঘাজোৰা মাটিকালিৰ তাৰালাংচৰ বাকৰিত শিল্পীগ্ৰাম, বিভাগীয় প্ৰদৰ্শনীস্থলী, বজাৰ গৃহ, ক্ৰীড়াংগন, জনগোষ্ঠীয় আৱাস গৃহ, জনগোষ্ঠীয় নৃত্য আৰু কলা প্ৰদৰ্শনীৰ বাবে (আচেথাই) মঞ্চসমূহ বিভিন্ন আলোক সজ্জাৰে ন-কইনাৰ দৰে সজাই পৰাই তোলা হৈছে ৷ ১৯৭৪ চনৰ পৰাৰ পৰা ধাৰাবাহিকভাবে অনুষ্ঠিত হৈ অহা যুৱ মহোৎসৱটিয়ে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম শ্ৰেষ্ট আৰু পুৰণি যুৱ মহোৎসৱ হিচাপে পৰিগণিত হৈ আহিছে ৷

karbip2 1 | ASSAM TIMES POST

গৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষ গৰকা কাৰবি যুৱ মহোৎসৱটি এইবাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব প্ৰায় ৭০ ফুট উচ্চতাৰ কাৰবি নথেংপি (প্ৰাসাদ)৷  আজি আনুষ্ঠানিক ভাবে আৰম্ভ হোৱে মহোৎসৱটিৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি ১৯৭৪ চনতে ডিফুৰ কাৰবি ক্লাৱত জন্ম লাভ কৰা কাৰবি যুৱ মহোৎসৱৰ স্মৃতি হিছাপে কাৰবি ক্লাৱৰ পৰাই বিভিন্ন প্ৰান্তৰ ৩৪টা মাণ্ডলিক কমিটি আৰু বিভিন্ন জিলাৰ পৰা আমন্ত্ৰিত ১৬টা মাণ্ডলিক কমিটিৰে মুঠ ৫০টা মাণ্ডলিক কমিটিৰ ৫ সহস্ৰাধিক শিল্পীয়ে হাতে হাতে চেংপি, চেংচ’, চেংবৰুক, চং আদিৰে শোভাবৰ্দ্ধিত হোৱাৰ লগতে মূৰত পহ’ ৱজাৰু,আংনি,  পুৰুষৰ গাত চইক’ চয়াং,তিৰুতাৰ গাত পিনি, পেকক, কঁকালত ৱামকক, দুই হাতত চংনক আদিৰে কাৰবি ৰিচ’ নিমচ’ সকলে বৰ্ণিল শোভাযাত্ৰা উলিয়াই তাৰালাংচৰ হেমফু মুক্ৰাঙ পতাকা উত্তোলন থলীত উপস্থিত হয়। সাংস্কৃতিক শোভা যাত্ৰাৰ নেতৃত্ব বহন কৰে কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ই৷

KARBIP5 | ASSAM TIMES POST

পিছত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙৰ দ্বাৰা হেম্ফু মুক্ৰাংত থলীত ৫০ উদ্ধোধন কৰাৰলপিছত কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰই ৫০ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ পতাকা উত্তোলন কৰে৷ আজিৰ কাৰ্যসূচীত লাউচ, কম্বোডিয়া, ম্যানমাৰ, ভিয়েটনাম, ঘানা, ইথ’পিয়া, মালৱি ৰাষ্ট্ৰপতি আৰু ইণ্টাৰনেছনেল ষ্টুডেন্টছ হিছাপে অতিথি হিছাপে উপস্থিত থাকে৷

karbip3 1 | ASSAM TIMES POST

ইয়াৰোপৰি কাৰবি ৰজা লংচিং ৰংহাঙ, লিনডকপ’ চিণ্ঠং ৰংবং, লিনডকপ’ আমৰি ৰংবং, ডুমৰা ৰজা হলিচিং ৰংহাঙ, সাংসদ হৰেণছিং বে’, বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, বিধায়কদ্বয় বিদ্যাছিং ইংলেং, দৰচিং ৰংহাঙ, পদ্মশ্ৰী ধনেশ্বৰ ইংতি, কাৰবি লোক-কৃষ্টি সংস্কৃতিৰ গৱেষক লুণছে তিমুঙ, কেচিএছৰ প্ৰতিষ্ঠাপক সম্পাদক ৰয় ইংহি, কাৰবি লাম্মেট আমেইৰ সভাপতি বাৰিম ইংতিকে প্ৰমুখ্য কৰি বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দলৰ সভাপতি-সম্পাদক আৰু নেতা কৰ্মী উপস্থিত থাকে ৷ ইয়াৰ পিছত কাৰবি সাংস্কৃতিক প্ৰকল্পস্থলীত বিভিন্ন বিপনী, শিল্পী গ্ৰাম, পৰাম্পৰাগত গাওঁ, মুল বজাৰ, বিভাগীয় প্ৰদৰ্শনী আদি উদ্ধোধন কৰা হয়৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: KarbiYouthFestivalকাৰবিযুৱমহোৎসৱসোণালীজয়ন্তী
Share6Tweet4Send

Related Posts

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত
KARBI ANGLONG

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত

by News Desk
August 26, 2026
50
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

by News Desk
August 25, 2026
57
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

by ASSAM TIMES POST
August 25, 2026
59
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

by ASSAM TIMES POST
August 25, 2026
56
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

by News Desk
August 22, 2026
61
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

by News Desk
August 21, 2026
66
ADVERTISEMENT
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

August 26, 2026
50
Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬
National-International

Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

August 26, 2026
50
Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ
National-International

Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ

August 26, 2026
50
US Iran conflict : ইৰাণৰ সৈতে ব্যৱসায়; ৩ ভাৰতীয় নাগৰিককে ধৰি চাৰিটা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা ট্ৰাম্প প্ৰশাসনৰ
National-International

US Iran conflict : ইৰাণৰ সৈতে ব্যৱসায়; ৩ ভাৰতীয় নাগৰিককে ধৰি চাৰিটা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা ট্ৰাম্প প্ৰশাসনৰ

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

August 26, 2026
Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

August 26, 2026
Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ

Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d