ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Youth Festival I সোণালী জয়ন্তী কাৰ্বি যুৱ মহোৎসৱত বিভিন্ন শিল্পীৰ লগতে ৮খন দেশৰ ৰাজদূতৰ অংশগ্ৰহণ

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

News Desk by News Desk
January 11, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

New Logo Smal 1 | ASSAM TIMES POST
উত্তৰ-পূর্বাঞ্চলৰ সর্ববৃহৎ যুব মহোৎসৱ কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী (Karbi Youth Festival’s Golden Jubilee) উপলক্ষে প্রস্তুতি সম্পূর্ণ কৰি তোলা হৈছে। আজি কার্বি যুব মহোৎসৱস্থলী কার্বি পীপুলছ হলত এখন সংবাদমেলৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে কেচিএছৰ সভাপতি চন্দ্রছিং (KCS President Chandrasing) আৰু আদৰণি সমিতিৰ হৈ সম্পাদক ৰিচার্ড টকবি, পৰিষদৰ কাৰ্যবাহী সদস্য মঙলছিং তিমুং, সূর্য ৰংফাৰ আৰু ৰিতেশ ইংহিয়ে। সংবাদমেলযোগে চন্দ্রছিং ক্ৰয়ে কয় যে, এইবাৰ ৩৫টা মাগুলিকৰ পাঁচ হেজাৰতকৈ অধিক শিল্পীয়ে অংশগ্রহণ কৰিব।

শিল্পীসকলক আদৰিবৰ বাবে ইতিমধ্যে প্রস্তুতি সম্পূর্ণ কৰিছে আদৰণি সমিতিয়ে। এইবাৰ আমেৰিকাৰ কালচাৰেল ৰেজিটেন্স (American Cultural Resistance) নামৰ সংস্থা এটাই জিলাখনৰ সাংস্কৃতিক ক্ষেত্ৰৰ তিনিগৰাকী পুৰোধা ব্যক্তিলৈ বঁটা আগবঢ়াব। কার্বি কালচাৰেল ছ’চাইটিয়ে এই বঁটাৰ বাবে যুব মহোৎসৱৰ অন্যতম প্রতিষ্ঠাপক ৰয়  ইংহি, কার্বি লোক সাহিত্যৰ গৱেষক লুঞ্চে তিমুং আৰু বিশিষ্ট গায়িকা পখিলা লেকথেপীলৈ এই সন্মান প্রদান কৰিবলৈ নাম মনোনীত কৰা বুলি প্রকাশ কৰি এই বঁটা অহা ১৭ জানুৱাৰীত প্রদান কবা হ’ব বুলিও জানিবলৈ দিয়ে।

সোণালী জয়ন্তী
সোণালী জয়ন্তী কাৰ্বি যুৱ মহোৎসৱত বিভিন্ন শিল্পীৰ লগতে ৮খন দেশৰ ৰাজদূতৰ অংশগ্ৰহণ:

পৰিষদৰ ৩০টা বিভাগৰ জৰিয়তে তাৰালাংছ’ত বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰা হৈছে বুলি প্রকাশ কৰি এইবাৰ সোণালী জয়ন্তী মহোৎসৱ বহুক্ষেত্রত ব্যতিক্রমী হ’ব বুলি সংবাদমেলত জানিবলৈ দিয়ে। পৰিৱেশ সংৰক্ষণৰ প্রতি লক্ষ্য ৰাখি এইবাৰ মহোৎসবস্থলীত প্লাষ্টিকৰ ব্যৱহাৰ সীমিত কৰাৰ প্রচেষ্টা গ্রহণ কৰা বুলি বিচার্ড টকবিয়ে উল্লেখ কৰি কয় যে পানীৰ বটল ব্যৱহাৰৰ ক্ষেত্ৰত এইবাৰ নিষেধাজ্ঞা থাকিব। পানীৰ নাটনি দূৰ কৰিবলৈ বহুকেইটা কুঁৱা বনোৱাৰ লগতে জনস্বাস্থ্য কাৰীককৰী  বিভাগে পর্যাপ্ত খোৱা পানীৰ যোগান ধৰিব বুলিও সংবাদমেলত ব্যক্ত কৰে। দেশৰ ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৰ উপৰি ক্রমে লাউচ, কম্বোডিয়া, ম্যানমানৰ ভিয়েটনাম, ঘানা, মালৰি, ইথিওপিয়াৰ ৰাষ্ট্রদূত উপস্থিত থকাৰ বাবে সন্মতি প্রদান কৰা বুলিও সংবাদমেলত জানিবলৈ দিয়ে।

DV AaBWXkAAH1r5 | ASSAM TIMES POSTইয়াৰ লগতে আন্তঃৰাষ্ট্রীয় বহু শিক্ষার্থীয়েও এইবাৰ যুৱ মহোৎসৱত অংশ ল’ব। কালিৰে পৰা অনুষ্ঠিত হ’বলগীয়া কাৰ্বি যুৱ মহোৎসৱত সমগ্র অসমৰ লগতে দেশৰ নাগৰিকক অংশগ্রহণৰ বাবে আমন্ত্রণ জনাইছে আয়োজক কার্বি সাংস্কৃতিক সমাজে। আনহাতে আজি তাৰালাংচত ৰাষ্ট্ৰপতি ভ্ৰমণৰ পূৰ্বে তাৰালাংচত উপস্থিত হৈ নিৰাপত্তাৰ দিশ পৰ্যালোচনা কৰে অসম আৰক্ষীৰ সঞিচালক প্ৰধান জিপি সিঙে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: KarbiYouthFestivalকাৰ্বিযুৱমহোৎসৱ
Share6Tweet4Send

Related Posts

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

by ASSAM TIMES POST
August 26, 2026
50
Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪
KARBI ANGLONG

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

by News Desk
August 26, 2026
50
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

by News Desk
August 25, 2026
57
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

by ASSAM TIMES POST
August 25, 2026
59
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

by ASSAM TIMES POST
August 25, 2026
56
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

by News Desk
August 22, 2026
61
ADVERTISEMENT
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026
50
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d