ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Youth Festival I কাৰবি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ অতিথি ৰাষ্ট্ৰপতি মুৰ্মু

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

News Desk by News Desk
October 21, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

কাৰ্বি কালচাৰেল চ’ছাইটীৰ উদ্যোগত আগন্তুক বৰ্ষৰ ১২ৰ পৰা ২০জানুৱাৰীলৈ কাৰ্বি আংলং জিলাৰ ডিফুৰ তাৰালাংছত অনুষ্ঠিত হ’বলগীয়া কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী (Karbi Youth Festival’s Golden Jubilee) অনুষ্ঠানৰ মুখ্য অতিথি হ’ব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (President Draupadi Murmu was the chief guest)৷

আজি তাৰালাংছত এক সংবাদমেল (Press Conference in Taralangso) সম্বোধন কৰি এই কথা সদৰি কৰে কাৰ্বি কালচাৰেল চ’ছাইটীৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ আৰু সাধাৰণ সম্পাদক বিদ্যাছিং ৰংপীয়ে৷ অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীৰ সন্মুখনত ৫ হাজাৰ কাৰ্বি ডেকা-গাভৰুৱে জাতীয় সাজপাৰ পৰিধান কৰি যুৱ মহোৎসৱৰ থীম ছঙত কাৰ্বি লোকনৃত্য প্ৰদৰ্শন কৰিব৷ ই এক একক প্ৰচেষ্টাৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ৩ হাজাৰ যুৱকে বাহঁত উঠি খোজকঢ়া প্ৰদৰ্শন কৰি  বিশ্ব অভিলেখ গঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও সংবাদমেলত সদৰি কৰে৷

কাৰবি যুৱ মহোৎসৱ
কাৰবি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ অতিথি ৰাষ্ট্ৰপতি মুৰ্মু:

ইয়াৰোপৰি আগন্তুক বৰ্ষত অনুষ্ঠিত হবলগীয়া কাৰবি যুৱ মহোৎসৱৰ সোণালী বৰ্ষ উপলক্ষে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হব কাৰবি মাণ্ডলিক যুৱ মহোৎসৱ৷ এই উপলক্ষে কেচিএছৰ সভাপতি সম্পাদকে মাণ্ডলিক যুৱ মহোৎসৱ সূচাৰুৰূপে পালন কৰিবলৈ মহোৎসৱ সমিতিক শুভেশ্চা জ্ঞাপন কৰিছে৷

Karbi youth | ASSAM TIMES POST

আনহাতে সভাপতি-সম্পাদক গৰাকীয়ে সংবাদমেলৰ জৰিয়তে জনায়যে কাৰবি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ গৌৰৱোজ্জল কাৰ্যসূচীত ক্ৰমে, ভিয়েটনাম, ইণ্ডোনেচিয়া, দক্ষিণ কোৰিয়া, মালেয়েচিয়া, লাও, কম্বোডিয়া, স্পেনিছ আৰু ম্যানমাৰৰ দৰে বহিঃ ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷ আনহাতে কেচিএছৰ তৰফৰ পৰা জিলাখনৰ সকলো জাতি-জনগোষ্ঠীক কাৰবি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীত নিজৰ নিজৰ পৰাম্পৰাগত সাজপাৰ পৰিধান কৰি অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: KarbiYouthFestivalKarbiYouthFestivalGoldenJubileeকাৰবিযুৱমহোৎসৱ
Share6Tweet4Send

Related Posts

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

by ASSAM TIMES POST
August 26, 2026
50
Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪
KARBI ANGLONG

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

by News Desk
August 26, 2026
50
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

by News Desk
August 25, 2026
57
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

by ASSAM TIMES POST
August 25, 2026
59
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

by ASSAM TIMES POST
August 25, 2026
56
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

by News Desk
August 22, 2026
61
ADVERTISEMENT
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026
50
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d