ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

AHSEC Result Karbi Anglong I কাৰবি আংলং AHSEC-২০২৩ৰ ফলাফল : কলাত ৫১.৯৩, বাণিজ্যত ৮১.১৬ আৰু বিজ্ঞানত ৭৩.৮২ শতাংশ

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু

News Desk by News Desk
June 6, 2023
Reading Time: 1 min read
A A
0
AHSEC Result Karbi Anglong I কাৰবি আংলং AHSEC-২০২৩ৰ ফলাফল : কলাত ৫১.৯৩, বাণিজ্যত ৮১.১৬ আৰু বিজ্ঞানত ৭৩.৮২ শতাংশ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

মঙলবাৰে পুৱা ৯ বজাত ঘোষিত হোৱা অসম উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা ২০২৩ (12 th Class rersult)-ত (AHSEC-2023) পাহাৰীয়া জিলা কাৰবি আংলঙে বাণিজ্য শাখাত আশা ব্যঞ্জক ফলাফল লাভ (Promising results in commerce stream) কৰিবলৈ সক্ষম হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি কাৰবি আংলং জিলাত কলা শাখাত ৭৮১২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈ মুঠ ২৯৬৩ গৰাকী উত্তীৰ্ণ হৈছে ৷ কলা শাখাত উত্তীৰ্ণৰ শতকৰা হাৰ হৈছে ৫১’৯৩ শতাংশ ৷ 

 AHSEC
কাৰবি আংলং AHSEC-২০২৩ৰ ফলাফল:

ইয়াৰে প্ৰথম বিভাগত ২৮৩, দ্বিতীয় বিভাগত ৮১১ আৰু তৃতীয় বিভাগত ২৯৬৩ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷বাণিজ্য শাখাত ৬৫৩ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈ ৫৩০ গৰাকী উত্তীৰ্ণ হৈছে৷ উত্তীৰ্ণ শতকৰা হাৰ হৈছে ৮১’১৬ শতাংশ ৷ ইয়াৰে প্ৰথম বিভাগত ১৪৫, দ্বিতীয় বিভাগত ২৩৭ আৰু তৃতীয় বিভাগত ১৪৮ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ বিজ্ঞান শাখাত ৭১৮ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈ ৫৩০ গৰাকী উত্তীৰ্ণ হৈছে ৷ উত্তীৰ্ণৰ শতকৰা হাৰ হৈছে ৭৩’৮২ শতাংশ ৷

আনহাতে পশ্চিম কাৰবি আংলঙত কলা শাখাত ৩৩৬৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈ ১৯৪০ গৰাকী উত্তীৰ্ণ হৈছে ৷ ইয়াৰে প্ৰথম বিভাগত ২৪৩৮, দ্বিতীয় বিভাগত ২১০ আৰু তৃতীয় বিভাগত ৭৩৮ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ বাণিজ্য শাখাত ৭১ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈ ৬৯ গৰাকী উত্তীৰ্ণ হৈছে ৷ইয়াৰে ২০ গৰাকী প্ৰথম বিভাগত, ৩০ গৰাকী দ্বিতীয় বিভাগত আৰু ১৯ গৰাকী তৃতীয় গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ উল্লেখযোগ্যযে, পশ্চিম কাৰবি আংলং জিলাত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখা উপলব্ধ নাই৷

Tags: 12th Class rersultAHSEC-২০২৩karbi anglongঅসম উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা ২০২৩কাৰবি আংলং
Share4Tweet3Send

Related Posts

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ
KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

by News Desk
June 9, 2026
50
ADVERTISEMENT
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

June 13, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
National-International

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

June 13, 2026
50
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন
National-International

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

June 13, 2026
50
জম্মু-কাশ্মীৰৰ পুঞ্চত গ্ৰেনেড বিস্ফোৰণত শ্বহীদ সেনাৰ কেপ্টেইন আৰু জে চি অ’, আহত ৬ জন জোৱান
National-International

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

June 13, 2026
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

June 13, 2026
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

June 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx