ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

World Environment Day I ‘প্লাষ্টিক বৰ্জন কৰক’ থীম লৈ ডিফুত বিশ্ব পৰিৱেশ দিৱস উদযাপন

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
June 5, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি আজি কাৰবি আংলঙৰ (Karbi Anglong) বিভিন্ন প্ৰান্তত “প্লাষ্টিক বৰ্জন কৰক” (Avoid plastic) থীম হিচাপেলৈ ডিফুতো (Diphu) পৰিৱেশ আৰু বনবিভাগৰ উদ্যোগত সাংস্কৃতিক পৰিক্ৰমা আৰৱ জিলা প্ৰশাসনৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন (Celebrating World Environment Day) কৰা হয় ৷ আজি পুৱাৰ ভাগত ডিফু বেচৰকাৰী বাছ আস্থানতো ডিফু বিধানসভা সমষ্টিৰ বিধায়ক বিদ্যাছিং ইংলেঙ, জিলা উপায়ুক্ত মধুমিতা ভাগৱতী আৰু জিলা শ্ৰম বিষয়া অপৰ্ণা কিন্দুৰ উপস্থিতিত উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস ৷

'প্লাষ্টিক বৰ্জন
‘প্লাষ্টিক বৰ্জন কৰক’ থীম লৈ ডিফুত বিশ্ব পৰিৱেশ দিৱস উদযাপন:

কাৰবি আংলঙৰ ডিফু, হাওৰাঘাট, ডকমকা, লাংহিন আৰু বোকাজান, ছয়টাকৈ স্থানত উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস ৷ উক্ত পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ জনপ্ৰিয় অভিনেতা ৰাজীৱ ক্ৰ’ আৰু তেওঁৰ সংগী বৃন্দই “প্লাষ্টিক এৰো, পৃথিৱী গঢ়ো” শীৰ্ষক এক আকৰ্ষণীয় বাটৰ নাট প্ৰদৰ্ণন কৰি প্লাষ্টিক ব্যৱহাৰ ভয়াবহতা, বায়ু প্ৰদুষণ লগতে প্লাষ্টিক বৰ্জন কৰিলেহে প্লাষ্টিকৰ পৰা পৰিত্ৰাণ পাব পাৰে বুলি বাটৰ নাটেৰে সজাগতা সৃষ্টি কৰে৷

diphup1 | ASSAM TIMES POST

ইযাৰ পিছত উপস্থিত ৰাইজৰ মাজত বনবিভাগৰ উদ্যোগত গছপুলি ৰোপন কৰা হয় ৷সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জিলা উপায়ুক্ত মধুমিতা ভাগৱতীয়ে কয় যে, সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি কাৰবি আংলঙৰ বিভিন্ন ঠাইত বনবিভাগৰ উদ্যোগত বৃক্ষ পুলি ৰোপন, মিউনিচিপালটি বোৰ্ডৰ উদ্যোগত চাফাই অভিযান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বাটৰ নাট কৰি জিলাখনত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় বুলি কয়৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: World Environment Dayবিশ্ব পৰিৱেশ দিৱস
Share8Tweet5Send

Related Posts

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

by ASSAM TIMES POST
August 26, 2026
50
Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪
KARBI ANGLONG

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

by News Desk
August 26, 2026
50
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

by News Desk
August 25, 2026
57
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

by ASSAM TIMES POST
August 25, 2026
59
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

by ASSAM TIMES POST
August 25, 2026
56
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

by News Desk
August 22, 2026
61
ADVERTISEMENT
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026
50
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d