ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Child marriage : বাল্য বিবাহ আইন উলংঘা কৰি অসমত গ্ৰেপ্তাৰ ২০০০ জন

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 3, 2023
Reading Time: 1 min read
A A
0
Child marriage : বাল্য বিবাহ আইন উলংঘা কৰি অসমত গ্ৰেপ্তাৰ ২০০০ জন

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Assam’s Haflong College Students Protest Alleged Exam Irregularities

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

বাল্য বিবাহ (Child Marriage) সহ্য কৰা নহʼব। এই আইন ভংগ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হʼব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) সতৰ্কবাণীৰ পিছতে সমগ্ৰ ৰাজ্যতে বাল্য বিবাহ আইন উলংঘা কৰা ১৮০০ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

Child Marriage
বাল্য বিবাহ আইন উলংঘা কৰা লোকক গ্ৰেপ্তাৰ:

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক সম্পূৰ্ণ ক্ষমতা প্ৰদান কৰাৰ পিছত ৰাজ্যজুৰি অভিযান আৰম্ভ কৰে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে কয় যে পোন্ধৰ দিনতকৈও কম সময়ত সমগ্ৰ ৰাজ্যতে ৪ হাজাৰৰো অধিক বাল্যবিবাহৰ অভিযোগ দাখিল কৰা হৈছে। ইতিমধ্যে তদন্ত আৰম্ভ হৈছে। শুকুৰবাৰৰ পৰা অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হʼব। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ ২৪ ঘণ্টাৰ ভিতৰতে সমগ্ৰ ৰাজ্যৰ ১৮০০ৰো অধিক অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়েও টুইট কৰে। তেওঁ লিখিছে, ‘বাল্য বিবাহ আইন উলংঘা কৰাৰ অভিযোগত সমগ্ৰ ৰাজ্যতে গ্ৰেপ্তাৰ চলি আছে। ১৮০০ৰো অধিক অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। এই সন্দৰ্ভত অভিযুক্তক কোনো ৰেহাই দিয়া উচিত নহয় বুলি মই ৰাজ্যৰ আৰক্ষীক কৈছো। এই কাৰ্য অক্ষমনীয়।”

সংশ্লিষ্ট ব্যক্তিজনে যদি ১৪ বছৰৰ তলৰ ছোৱালীক বিয়া কৰায় তেন্তে POCSO Act ৰ অধীনত গোচৰ ৰুজু কৰা হ’ব। এনে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ মন্ত্ৰীসভাই। আৰু ১৪-১৮ বছৰ বয়সৰ ছোৱালীক বিয়া কৰাই দিয়া পুৰুষৰ বিৰুদ্ধে শিশু বিবাহ প্ৰতিৰোধ আইন, ২০০৬ৰ অধীনত গোচৰ ৰুজু কৰা হʼব। কেৱল সেয়াই নহয়, এই বিবাহৰ লগত জড়িত সকলো ধৰ্মগুৰু বা পুৰোহিতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হʼব বুলি মুখ্যমন্ত্ৰীয়ে সকীয়াই দিছে।

Tags: Child marriageবাল্য বিবাহ
Share4Tweet3Send

Related Posts

Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

by Staff Reporter
June 8, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

by News Desk
June 7, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
ADVERTISEMENT
JK accident I অভিযান চলাই থাকোতেই পাহাৰৰ পৰা পিছলি সেনা বিষয়াৰ মৃত্যু
National-International

JK accident I অভিযান চলাই থাকোতেই পাহাৰৰ পৰা পিছলি সেনা বিষয়াৰ মৃত্যু

June 8, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

TN CM Vijay I নিচামুক্ত তামিলনাডু, যুৱক-যুৱতী, মহিলাৰ উন্নয়নৰ অংগীকাৰ মুখ্যমন্ত্ৰী বিজয়ৰ

June 8, 2026
50
Surat eviction I চুৰাটত বুলডজাৰেৰে ভাঙিলে শতাধিক ঘৰ, স্থানীয় প্ৰশাসনে নাজানে কোনে ভাঙিলে
National-International

Surat eviction I চুৰাটত বুলডজাৰেৰে ভাঙিলে শতাধিক ঘৰ, স্থানীয় প্ৰশাসনে নাজানে কোনে ভাঙিলে

June 8, 2026
50
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

June 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

JK accident I অভিযান চলাই থাকোতেই পাহাৰৰ পৰা পিছলি সেনা বিষয়াৰ মৃত্যু

JK accident I অভিযান চলাই থাকোতেই পাহাৰৰ পৰা পিছলি সেনা বিষয়াৰ মৃত্যু

June 8, 2026
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

TN CM Vijay I নিচামুক্ত তামিলনাডু, যুৱক-যুৱতী, মহিলাৰ উন্নয়নৰ অংগীকাৰ মুখ্যমন্ত্ৰী বিজয়ৰ

June 8, 2026
Surat eviction I চুৰাটত বুলডজাৰেৰে ভাঙিলে শতাধিক ঘৰ, স্থানীয় প্ৰশাসনে নাজানে কোনে ভাঙিলে

Surat eviction I চুৰাটত বুলডজাৰেৰে ভাঙিলে শতাধিক ঘৰ, স্থানীয় প্ৰশাসনে নাজানে কোনে ভাঙিলে

June 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx