ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

নগাঁও আৰক্ষীৰ এক সক্ৰিয় অভিযানত কাটিমাৰিৰ পৰা আটক সোণৰ নাও সহ এজন ব্যৱসায়ীঃ

ষ্টাফ ৰিপ'ৰ্টাৰ:নগাঁও

Staff Reporter by Staff Reporter
September 4, 2022
Reading Time: 1 min read
A A
0
নগাঁও আৰক্ষীৰ এক সক্ৰিয় অভিযানত কাটিমাৰিৰ পৰা আটক সোণৰ নাও সহ এজন ব্যৱসায়ীঃ

RELATED POSTS

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

আজি ৰাতিপুৱা নগাঁও আৰক্ষীৰ এক সক্ৰিয় অভিযানত কাটিমাৰিৰ পৰা সোণৰ নাও সহ এজন ব্যৱসায়ী আটক হয় নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বাধীন এটা আৰক্ষী দলে এই অভিযানত ১৮ খন নকল সোণৰ নাও আৰু লখিমপুৰস্থিত বিহপুৰীয়াস্থিত ওবেদ আলী নামৰ এজন সৰবৰাহকাৰীক আটক কৰে।

আটক সোণৰ নাও সহ এজন ব্যৱসায়ীঃআৰক্ষী সুত্ৰই জনোৱা মতে ওবেদ আলিয়ে বিহপুৰীয়াৰ পৰা আহি নগাঁৱৰ কাটিমাৰিত বাহৰ পাতি নকল সোণৰ এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। নগাঁৱকে ধৰি বিভিন্ন স্থানৰ কিছু লোকক প্ৰলোভনেৰে কাটিমাৰিলৈ মাটি আনি প্ৰকৃত সোণ বুলি এই ব্যৱসায় চলাই আহিছিল।

উল্লেখ যে, ইয়াৰ পূৰ্বেও নগাঁও আৰক্ষীয়ে নকল সোণৰ বিভিন্ন সামগ্ৰী জব্দ কৰাৰ লগতে বহু নকল সোণৰ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰিছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: নগাঁও আৰক্ষী
Share5Tweet3Send

Related Posts

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ
Assam

by News Desk
October 27, 2026
50
Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ
Assam

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

by News Desk
October 26, 2026
51
Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক
Assam

Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক

by News Desk
October 26, 2026
51
Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি
Assam

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

by News Desk
October 24, 2026
52
Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

54
Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ
Assam

Medicine black market : নলবাৰীত ১০ কোটিৰো অধিক মূল্যৰ চোৰাং ঔষধ উদ্ধাৰ

by News Desk
October 24, 2026
51
ADVERTISEMENT
Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ
NORTHEAST

Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ

October 27, 2026
50
ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা
National-International

ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা

October 27, 2026
50
Bilas Inn murder : গুৱাহাটীৰ হোটেল বিলাসৰ হত্যাকাণ্ডক লৈ বৰপেটাৰোডত শোকৰ ছাঁ
Guwahati

Bilas Inn murder : গুৱাহাটীৰ হোটেল বিলাসৰ হত্যাকাণ্ডক লৈ বৰপেটাৰোডত শোকৰ ছাঁ

October 27, 2026
50
Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ
Assam

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

October 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ

Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ

October 27, 2026
ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা

ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা

October 27, 2026
Bilas Inn murder : গুৱাহাটীৰ হোটেল বিলাসৰ হত্যাকাণ্ডক লৈ বৰপেটাৰোডত শোকৰ ছাঁ

Bilas Inn murder : গুৱাহাটীৰ হোটেল বিলাসৰ হত্যাকাণ্ডক লৈ বৰপেটাৰোডত শোকৰ ছাঁ

October 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d