ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ভোগেশ্বৰ বৰুৱাৰ আত্মকথা ‘সোণালী দৌৰ’ নামৰ গ্ৰন্থ উন্মোচন

ASSAM TIMES POST by ASSAM TIMES POST
September 3, 2019
Reading Time: 1 min read
A A
0
ভোগেশ্বৰ বৰুৱাৰ আত্মকথা ‘সোণালী দৌৰ’ নামৰ গ্ৰন্থ উন্মোচন

RELATED POSTS

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

[captainform id=”1286858″ lightbox=”1″ miliseconds=”3000″ type=”auto-popup”]

logo atp | ASSAM TIMES POSTASSAM TIMES POST

নিউজ ডেস্কঃ অসমৰ প্ৰথমজন অৰ্জুন বঁটাপ্ৰাপক ভোগেশ্বৰ বৰুৱা৷ ১৯৬৬ চনত বেংককত অনুষ্ঠিত এছিয়ান গেমছত স্বৰ্ণ পদক প্ৰাপ্ত ভোগেশ্বৰ বৰুৱাৰ সফলতাৰ কাহিনী যিদৰে ৰোমাঞ্চকৰ তেনেদৰে নতুন পুৰুষৰ বাবে প্ৰেৰণাৰ উৎস৷

উল্লেখযোগ্য যে বেংককত অনুষ্ঠিত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা ভোগেশ্বৰ বৰুৱাৰ বিষয়ে আজি পৰ্যন্ত কোনো গ্ৰন্থ প্ৰকাশ পোৱা নাই৷ এনে সময়তে বিশিষ্ট চকু চিকিৎসক ডাঃ নাৰায়ণ বৰদলৈৰ সৈতে হোৱা কথোপকথনত ভোগেশ্বৰ বৰুৱাৰ আত্মকথা “সোণালী দৌৰ” নামৰ এখন গ্ৰন্থ প্ৰকাশ পালে৷

এই গ্ৰন্থখন ৩ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে উন্মোচন কৰে৷ অভিৰুচী ক্ৰীড়া দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ ত্যাগবীৰ তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত গ্ৰন্থখন উন্মোচন কৰা হয়৷

যোৰহাটৰ বিশিষ্ট গ্ৰন্থ প্ৰকাশক বিপ্লৱ বৰুৱাৰ প্ৰকাশন প্ৰতিষ্ঠান “বেদকণ্ঠ”ই এই গ্ৰন্থখন প্ৰকাশ কৰিছে৷ ভোগেশ্বৰ বৰুৱাৰ বহু গুৰুত্বপূৰ্ণ ছবিসহ প্ৰকাশ পোৱা গ্ৰন্থখন মুঠ ২১৫ পৃষ্ঠাৰ৷ মূল্য ২৫০ টকা৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share14Tweet9Send

Related Posts

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?
Assam

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

by ASSAM TIMES POST
August 27, 2026
50
BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত
Assam

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

by News Desk
August 27, 2026
57
Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal
Assam

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

by News Desk
August 27, 2026
58
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

by News Desk
August 27, 2026
54
Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
August 25, 2026
54
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
54
ADVERTISEMENT
Mohan Bhagawat : নিউয়ৰ্কত আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ অনুষ্ঠান আয়োজন কৰা সংস্থাটোৰ টুইটাৰ হেণ্ডেল সাময়িকভাৱে ব্লক
National-International

Mohan Bhagawat : নিউয়ৰ্কত আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ অনুষ্ঠান আয়োজন কৰা সংস্থাটোৰ টুইটাৰ হেণ্ডেল সাময়িকভাৱে ব্লক

August 28, 2026
50
Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ
NORTHEAST

Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ

August 28, 2026
50
Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?
Assam

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
50
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mohan Bhagawat : নিউয়ৰ্কত আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ অনুষ্ঠান আয়োজন কৰা সংস্থাটোৰ টুইটাৰ হেণ্ডেল সাময়িকভাৱে ব্লক

Mohan Bhagawat : নিউয়ৰ্কত আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ অনুষ্ঠান আয়োজন কৰা সংস্থাটোৰ টুইটাৰ হেণ্ডেল সাময়িকভাৱে ব্লক

August 28, 2026
Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ

Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ

August 28, 2026
Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d