ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সদৌ অসম কবি সন্মিলনৰ ডিফুত কাব্যদিনঃ কাৰ্বি আংলং জিলা কবি সন্মিলন গঠন

ASSAM TIMES POST by ASSAM TIMES POST
September 2, 2019
Reading Time: 1 min read
A A
0

RELATED POSTS

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

[captainform id=”1286858″ lightbox=”1″ miliseconds=”3000″ type=”auto-popup”]

logo atp | ASSAM TIMES POSTASSAM TIMES POST

ডিফুঃ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী “কাব্যদিন” আজি ডিফু কবি সন্মিলনৰ উদ্যোগত ডিফু লেখিকা সমাৰোহ সমিতিৰ ডঃ মামণি ৰয়ছম গোস্বামী ভৱনত অনুষ্ঠিত হয়৷

বিশিষ্ট সাহিত্যিক পাৰি ৰংপিৰ সঞ্চালনাত দিনৰ এঘাৰ বজাত অনুষ্ঠিত সভাখনত সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগাম, ডিফু কবি সন্মিলনৰ সভাপতি পুতুল চেতিয়া, সন্মিলনৰ প্ৰচাৰ সম্পাদক মদাৰজ্যোতি, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সঞ্জীৱ সাগৰ চৌধুৰী, মনোজ নেওগ, হোজাই জিলা কবি সন্মিলনৰ উপ সভাপতি দেৱৰাজ মিলি, নগাঁও জিলাৰ আজীৱন সভ্য পৱন শৰ্মা, ধিং আঞ্চলিক কবি সন্মিলনৰ সম্পাদক দীপজ্যোতি কাকতি উপস্থিত থাকে।

পুতু দেৱীৰ গীতেৰে শুভাৰম্ভ হোৱা সভাখনত টাবু টাইদ, সুষমা স্বৰাজ, অৰুণ জেটলি, পূৰৱী বৰমূদৈ প্ৰমূখ্যে প্ৰয়াত বিশিষ্ট ব্যক্তিসকলৰ স্মৃতিত শোক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ পাছতেই আদৰণি ভাষণত সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগামে কাৰ্বি আংলঙে অসমীয়া কাব্য সাহিত্যৰ উৎকৰ্ষৰ বাবে অনাগত দিনত গুৰিবঠা ধৰিব লাগিব বুলি মত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে জনগোষ্ঠীসমূহৰ মাজত আপোন ভাষাত কাব্য চৰ্চাৰ উত্তৰণৰ মাজেৰে অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধি ঘটাব লাগিব।

WhatsApp Image 2019 09 02 at 3.44.18 AM | ASSAM TIMES POST

ধনীৰাম তিছ, দিপালী আম্ফি ৰংপিপী, মেৰী লাহন, কামিনী বড়ো, কৌস্তভ খাউণ্ড, গীতা বৰা, ৰাণু শইকীয়া ক্ৰপী, ইৰাজ শইকীয়া, পংকজ ডেকা, মালিনী বংৰংপী, ৰবীন বেজবৰুৱা, ভৱপ্ৰসাদ দেউৰী, মঞ্জু টেৰংপী, পৰিমিতা গোস্বামী, প্ৰজ্ঞা পাৰমিতা বৰুৱা, ঔম প্ৰকাশ নাথ, দেৱানন্দ মৰাং, অশোক ঠাকুৰ, মনোজ নেওগ, ডামিনী বড়ো, দিগন্ত মহন্ত, মদাৰজ্যোতি, ডিম্বেশ্বৰ বৰা, ডিম্বেশ্বৰ গগৈ, দেৱৰাজ মিলি, অতুল বৰুৱা, বিদুল বৰুৱা প্ৰমূখ্যে প্ৰায় দুকুৰি কবিৰ কবিতা পাঠৰে মুখৰিত কাব্যদিনৰ অন্তত ডিফু কবি সন্মিলনৰ সভাপতি পুতুল চেতিয়াই উদ্যোক্তাসকলৰ হৈ বক্তব্য ৰাখে।

সদৌ অসম কবি সন্মিলনৰ কাব্য মন্ত্ৰ পাঠৰে সামৰণি পৰা উক্ত সভাতেই পাৰি ৰংপিক সভাপতি, পৰিমিতা গোস্বামী ৰবিন বৰুৱাক উপ সভাপতি ভৱপ্ৰসাদ দেউৰীক সম্পাদক আৰু জয়ছিং টকবিক পত্ৰিকা সম্পাদক আৰু দিগন্ত মহন্ত কৌস্তুভ খাউণ্ডক সহকাৰী সম্পাদক লৈ গঠন কৰা কাৰ্বি আংলং জিলা কবি সন্মিলনৰ তদৰ্থ সমিতিৰ হাতত সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদকে সন্মিলনৰ পতাকা আৰু সংবিধান প্ৰদান কৰে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featuredfeatured3karbi anglong
Share12Tweet7Send

Related Posts

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

by News Desk
August 24, 2026
50
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

by News Desk
August 24, 2026
50
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

by News Desk
August 22, 2026
58
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

by News Desk
August 21, 2026
65
Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ
KARBI ANGLONG

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

by News Desk
August 19, 2026
59
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
ADVERTISEMENT
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
50
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
50
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d