ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱৰ ভেৰভৰীৰ শ্ৰী শ্ৰী মহা মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে

আন্দোলন,হত্যা ,হিংসা আদিৰ বাবে জনাজাত অসম আজি বিকাশৰ পথত: অমিত শ্বাহ

Staff Reporter by Staff Reporter
February 25, 2021
Reading Time: 1 min read
A A
0
নগাঁৱৰ ভেৰভৰীৰ শ্ৰী শ্ৰী মহা মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে

logo new 2 1 1 4 4 | ASSAM TIMES POST

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

নগাঁও:

নগাঁও জিলাৰ নিকটৱৰ্তী ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত নিৰ্মান সম্পূৰ্ণ হোৱা বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহা মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰি পূজা আগবঢ়াবৰ বাবে উপস্থিত হলহি দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহ।মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা,বি জে পিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসক লগত লৈ মন্দিৰ প্ৰাংগণত উপস্থিত হৈ পোন প্ৰথমে গৃহমন্ত্ৰী গৰাকীয়ে প্ৰায় নিৰ্মান সম্পূৰ্ণ হৈ উঠা হোৱা বিশ্বৰ সৰ্ববৃহৎ মন্দিৰটো পৰিদৰ্শন কৰাৰ পিছতে মন্দিৰৰ কাষত থকা অস্থায়ী যজ্ঞ মন্দপত উপস্থিত হয়হি। উল্লেখযোগ্য যে অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ অনুষ্ঠিত হব লগা ১০৮ কুণ্ডৰ যজ্ঞ আৰু মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ বাবে ২২ ফেব্ৰুৱাৰীৰ পৰা চলি থকা মৃত্যুঞ্জয় ,জপ ,বেদপাঠ আৰু আহুতি প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে গৃহমন্ত্ৰী গৰাকীয়ে।ইয়াৰ পিছতে সাংবাদিকক সম্বোধন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বাবা ভৃগুগিৰি মহাৰাজে এনে এটা মন্দিৰৰ সংকল্প কৰিছিল।

WhatsApp Image 2021 02 25 at 19.02.35 | ASSAM TIMES POST

এই ভূমিত দৈত্য গুৰু শুক্ৰাচাৰ্যই মৃত্যুঞ্জই বিদ্যাৰ আবিস্কাৰ কৰিছিল।যাৰ পৰিপ্ৰেক্ষিতত বাবা ভৃগুগিৰি মহাৰাজে আবিস্কাৰ কৰাএই ভূমিত ১২৬ ফুটকৈ উচ্চতাৰ শিৱলিংগ আকৃতিৰ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ দিশত গতি কৰিছে।ভৃগুগিৰি মহাৰাজে এই ভূমি নিৰ্বাচন কৰিছিল আৰু মহা মৃত্যুঞ্জয় মন্দিৰ নিৰ্মানৰ বাবে সংকল্প লৈছিল বুলি কৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে আৰু কয় যে এই মন্দিৰটো সম্পূৰ্ণ হোৱাৰ বাবে অসম পুনৰ বিকাশৰ পথত গতি কৰিছে বুলি উল্লেখ কৰে। এটা সময়ত অসম আন্দোলন,হত্যা ,হিংসা আদিৰ বাবে জনাজাত আছিল বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কয় যে এই অসম এতিয়া বিকাশৰ পথত।অকল বিকাশেই নহয় উদ্যোগিক নিবেশ,শিক্ষা আদিৰ ক্ষেত্ৰতো পৰিবৰ্তন আহিল।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ,মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন চৰকাৰখনে পাঁচ বছৰত এক নতুন যুগৰ সুচনা কৰিলে।

এয়া প্ৰথম পদক্ষেপহে বুলি উল্লেখ কৰি অসমখনক দুস্কৃতি ,হিংসা আদিৰ পৰা মুক্ত কৰিব লাগিব বুলিও উল্লেখ কৰে।মহা মৃত্যুঞ্জয় যজ্ঞ আৰু মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ কথা উল্লেখ কৰি গৃহ মন্ত্ৰী গৰাকীয়ে কয় এই শিৱলিংগ আকৃতিৰ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ পিছতে নিশ্চিত ভাৱে সমগ্ৰ অসম তথা ভাৰতবাসীৰ বাবে ভগৱান শিৱৰ আশীৰ্বাদ থাকিব।

Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
ADVERTISEMENT
Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day
DIPHU

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

June 6, 2026
50
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য
National-International

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
50
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ
National-International

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026
50
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

June 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

June 6, 2026
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx