ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

জনশতাব্দী এক্সপ্ৰেছত টিকটবিহীন যাত্ৰাৰ বাবে টিটিইৰ ভুৱা জৰিমনাৰ টিকট ! কাঢ়িলে সাংবাদিকৰ আই কাৰ্ড, টিকট

ASSAM TIMES POST by ASSAM TIMES POST
August 8, 2019
Reading Time: 1 min read
A A
0

assam times post | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

ডিফুঃ ৰেলেৰে যাত্ৰা কৰোঁতে সাৱধান হওক আপুনি৷ আপুনিও চিকাৰ হ’ব পাৰে ভুৱা টিকটৰ৷ হয় তেনে এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুৰ ৰেল’ ষ্টেচনত৷ আজি এগৰাকী সাংবাদিকৰ অভিযোগ অনুসৰি নিজকে হোজাই জিলাৰ লংকাৰ বৈদ্যুতিন মাধ্যম ‘প্ৰাগ নিউজৰ’ৰ সাংবাদিক হেমন্ত গোস্বামী বুলি পৰিচয় দি সাংবাদিকৰ আগত কয় যে, তেওঁ আজি হঠাৎ বিশেষ জৰুৰী কাম বশত হঠাত ডিফুলৈ আহিবলগীয়াত পৰে৷

লংকা ষ্টেছনত সেই সময়তে জনশতাব্দী ৰেল’খন আহি পায়হি। সাংবাদিক হেমন্ত গোস্বামীয়ে ৰেল’ খনৰ এগৰাকী নিৰিক্ষক কৈ ৰেল’খনত টিকট অবিহনে উঠে। যিহেতু জনশতাব্দী টিকট আগতীয়া কাটিব লাগে, তৎমুহুৰ্তত টিকট নাপাই যাত্ৰা কৰিবলৈ ওলায় গোস্বামীয়ে৷ যাত্ৰাকালত এগৰাকী মহিলা আৰু এগৰাকী পুৰুষ টিকট নিৰিক্ষকে সাংবাদিক জনৰ টিকট বিচৰাত টিকট লোৱা নহ’ল বুলি জনায় সাংবাদিক জনে৷

ইয়াৰ পিছত সাংবাদিক জনক টিকটবিহীন যাত্ৰাৰ বাবে ৪৩০ টকা জৰিমনা বিচাৰে টিকট নিৰীক্ষকে৷ সাংবাদিক জনে বিনাবাক্যই জৰিমনাৰ ধন আদায় কৰে৷ জৰিমনাৰ টিকটটো লোৱাৰ পিছত তাত যাত্ৰী হিচাপে সাংবাদিক জনৰ স্বাক্ষৰ, নাম আদি নিলিখাত সাংবাদিকজনে টিকট নিৰীক্ষকক আপত্তি কৰে৷ সেই সময়ত নিৰিক্ষক দুগৰাকীয়ে ইজনে-সিজনৰ মুখলৈ চাবলৈ ধৰে, সময় কম হোৱাৰ বাবে এনেদৰে টিকট দিয়া হ’ল বুলি কয়৷ সাংবাদিকজনে টিকটটোৰ আখৰ সমূহ অস্পষ্ট আৰু বিসংগতিমূলক দেখি ঘটনাৰ ভিডিঅ’গ্ৰাফী কৰিবলৈ ধৰাত ৰেল’ত নিৰীক্ষক দুজনৰ সৈতে থকা ৬-৭ জনমান অসামৰিক পোছাকত থকা ৰেল’ৰ বিষয়া কৰ্মীয়ে সাংবাদিক জনক ঘেৰাও কৰি কিয় ভিডিঅ’ কৰিছ বুলি ভাবুকি দিয়ে৷

সাংবাদিক জনে নিজৰ পৰিচয় পত্ৰ প্ৰদান কৰাৰ পিছত তাৰে কোনোবা এজনে সাংবাদিকজনৰ পৰিচয় পত্ৰ আৰু জৰিমনা বিহা টিকট কাঢ়ি লয় বুলি অভিযোগ কৰে৷ বহু কাকুতি-মিনতি কৰাৰ পিছতো সাংবাদিক জনৰ টিকট আৰু পৰিচয় পত্ৰটো ঘুৰাই নিদিলে৷ সাংবাদিক গৰাকী ডিফু ষ্টেচনত নমাৰ পাছত তাত সাংবাদিক জনৰ সৈতে দূৰ্ব্যৱহাৰত লিপ্ত হোৱা দুজন অসামৰিক পোছাক পিন্ধা লোকো নামে৷

সাংবাদিক জনে ঘটনা সন্দৰ্ভত ডিফু সংবাদ মহলক অৱগত কৰাত সাংবাদিক সকল ডিফু চৰকাৰী ৰেল’ আৰক্ষী চকীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত কৰি দুয়োগৰাকী বিষয়া পৰিচয় উদ্ধাৰ কৰে৷ বিষয়া দুগৰাকী কমাৰ্চিয়েল ইন্সপেক্টৰ প্ৰাঞ্জল বৰদলৈ আৰু জিএন ৰাজু বুলি চিনাক্ত কৰে৷

বিষয়া দুগৰাকীয়ে ৰেল’খনত সাংবাদিক জনৰ সৈতে হোৱা ঘটনাক লৈ কিছু উপৰুৱা মন্তব্য কৰে যদিও সাংবাদিকজনে তোলা ভিডিঅ’ত বিষয়া দুজন আৰু টিকট নিৰিক্ষকৰ লগত সংঘটিত ঘটনাৰ সত্যতা প্ৰতিফলিত হয়৷ উল্লেখযোগ্য যে জনশতাব্দী আৰু অনান্য ট্ৰেইনত জৰিমনা বিহা টিকটৰ নামত ৰেল’ৱে নিয়ম বহিৰ্ভূতভাবে হিতাধিকাৰীৰ নাম আৰু স্বাক্ষৰ নোহোৱাকৈ টিকট নিৰিক্ষক সকলে টিকট প্ৰদান কাৰ্য দীৰ্ঘ দিনৰ পৰাই চলি আছে বুলি সচেতন মহলে অভিযোগ কৰিছে৷

Share9Tweet3Send

Related Posts

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
ADVERTISEMENT
India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ
National-International

India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

June 19, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

June 19, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

June 19, 2026
50
9-Year-Old’s Body Found in Suitcase in Delhi :
National-International

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

June 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

June 19, 2026
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

June 19, 2026
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

June 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx