ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

দীপাৱলীৰ আনন্দৰ মাজতে অঘটন:ডিফুত জুইত ভস্মীভূত অল্ট’ গাড়ী, স্কুটি

দীপংকৰ দাস, ডিফু:

ASSAM TIMES POST by ASSAM TIMES POST
November 8, 2026
Reading Time: 1 min read
A A
0
দীপাৱলীৰ আনন্দৰ মাজতে অঘটন:ডিফুত জুইত ভস্মীভূত অল্ট’ গাড়ী, স্কুটি

RELATED POSTS

BJP Rally : ডিফুত বিজেপিৰ বিশাল পদযাত্ৰা

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ মাজত মুখ্যমন্ত্ৰীৰ উৎসৱকালীন শুভেচ্ছা উপহাৰ বিতৰণ 

Man killed son : হামৰেনৰ ৰংছপি তিমুং গাঁৱত নিৰ্মম কাণ্ড, পিতৃয়ে হত্যা কৰিলে দুই নাবালক সন্তানক

New Logo Smal 1 | ASSAM TIMES POST
কালীপূজা আৰু দীপাৱলীৰ আৰম্ভণিতে আজি ডিফু চহৰত সংঘটিত হয় এক অঘটন। চহৰখনৰ পানবাৰীত অৱস্থিত শনিমন্দিৰৰ কাষতে থকা এখন গাড়ী ৰখা গেৰেজত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
দীপাৱলীৰ আনন্দৰ মাজতে অঘটন:ডিফুত জুইত ভস্মীভূত অল্ট’ গাড়ী, স্কুটি
দীপাৱলীৰ আনন্দৰ মাজতে অঘটন:ডিফুত জুইত ভস্মীভূত অল্ট’ গাড়ী, স্কুটি

এই অগ্নিকাণ্ডত গেৰেজত ৰখাই থোৱা AS 01 MB 7168 নম্বৰৰ এখন মাৰুতি অল্ট’ গাড়ী আৰু এখন স্কুটি সম্পূৰ্ণৰূপে জ্বলি ছাই হয়। লগতে গাড়ী ৰখা ঘৰটোও সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ উপৰি ঘৰৰ ভিতৰত থকা অন্যান্য সামগ্ৰীও জুইত জাহ যায়।

ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দুখন গাড়ী উপস্থিত হৈ জুই নিৰ্বাপণ কৰাৰ লগতে অগ্নিকাণ্ডটো আন ঠাইলৈ বিয়পি পৰাৰ পৰা ৰক্ষা কৰে।প্ৰাথমিক পৰ্যায়ত কালীপূজাৰ ফটকাৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে।

জুইত ভস্মীভূত হোৱা গাড়ী আৰু স্কুটিখনৰ মালিক তথা ডিফু বজাৰৰ ব্যৱসায়ী ৰিংকন দেৱে সাংবাদিকৰ আগত জানিবলৈ দিয়ে যে অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে তেওঁ ঘটনাস্থলীলৈ ঢাপলি মেলিছিল যদিও তেতিয়ালৈকে সকলো শেষ হৈ গৈছিল। এই অগ্নিকাণ্ডত প্ৰায় কেইবা লাখ টকাৰ সম্পত্তি ধ্বংস হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে।

 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AS 01 MB 7168 মাৰুতি অল্ট’ গাড়ী জ্বলি যোৱাঅগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপণকালীপূজা অগ্নিকাণ্ড ডিফু চহৰকালীপূজাৰ ফটকাৰ পৰা জুই সূত্ৰপাতৰ সন্দেহগাড়ী ৰখা গেৰেজত অগ্নিকাণ্ডডিফু বজাৰৰ ব্যৱসায়ী ৰিংকন দেৱে অগ্নিকাণ্ডৰ খবৰডিফু শনিমন্দিৰ পানবাৰীসম্পত্তি ধ্বংস (কেইবা লাখ টকা) ডিফুস্কুটি ভস্মীভূত ডিফু অগ্নিকাণ্ড
Share5Tweet3Send

Related Posts

BJP Rally : ডিফুত বিজেপিৰ বিশাল পদযাত্ৰা
KARBI ANGLONG

BJP Rally : ডিফুত বিজেপিৰ বিশাল পদযাত্ৰা

by News Desk
November 7, 2026
54
কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ মাজত মুখ্যমন্ত্ৰীৰ উৎসৱকালীন শুভেচ্ছা উপহাৰ বিতৰণ 
KARBI ANGLONG

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ মাজত মুখ্যমন্ত্ৰীৰ উৎসৱকালীন শুভেচ্ছা উপহাৰ বিতৰণ 

by News Desk
November 6, 2026
78
Dead body recovered : নগাঁৱৰ গৰৈমাৰী পথাৰত উদ্ধাৰ অচিনাকী মহিলাৰ মৃতদেহ
KARBI ANGLONG

Man killed son : হামৰেনৰ ৰংছপি তিমুং গাঁৱত নিৰ্মম কাণ্ড, পিতৃয়ে হত্যা কৰিলে দুই নাবালক সন্তানক

by News Desk
November 3, 2026
72
Karbi Anglong murder case : পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেঙত সুৰাৰ নিচাত খুলশালীয়েকে হত্যা কৰিলে ভিনিহীয়েকক
KARBI ANGLONG

Karbi Anglong murder case : পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেঙত সুৰাৰ নিচাত খুলশালীয়েকে হত্যা কৰিলে ভিনিহীয়েকক

by ASSAM TIMES POST
November 3, 2026
65
Award to Rongbong Terang : ৰংবং তেৰাঙলৈ ৰামানুজন বিদ্যালয়ৰ শৈক্ষিক বঁটা
KARBI ANGLONG

Award to Rongbong Terang : ৰংবং তেৰাঙলৈ ৰামানুজন বিদ্যালয়ৰ শৈক্ষিক বঁটা

by News Desk
November 2, 2026
51
ডকমকাৰ থং নকবে কলেজত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ আৰু ‘যুৱ সংসদ’ৰ সফল আয়োজন
KARBI ANGLONG

ডকমকাৰ থং নকবে কলেজত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ আৰু ‘যুৱ সংসদ’ৰ সফল আয়োজন

by News Desk
November 2, 2026
65
ADVERTISEMENT
দীপাৱলীৰ আনন্দৰ মাজতে অঘটন:ডিফুত জুইত ভস্মীভূত অল্ট’ গাড়ী, স্কুটি
KARBI ANGLONG

দীপাৱলীৰ আনন্দৰ মাজতে অঘটন:ডিফুত জুইত ভস্মীভূত অল্ট’ গাড়ী, স্কুটি

November 8, 2026
59
৭১ সংখ্যক বৰদলৈ ট্ৰফীত কাৰ্বি আংলং জিলাৰ চেম্পিয়ন ইউনাইটেড ব্ৰাদাৰ্ছ এফ চিথ
Sports News

৭১ সংখ্যক বৰদলৈ ট্ৰফীত কাৰ্বি আংলং জিলাৰ চেম্পিয়ন ইউনাইটেড ব্ৰাদাৰ্ছ এফ চিথ

November 7, 2026
51
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য
Assam

বৰপেটাৰোডৰ গহনা দোকানৰ পৰা প্ৰৱঞ্চকে লুটিলে ৫ লক্ষাধিক মূল্যৰ সোণ

November 7, 2026
51
Fraud wife I ৮ স্বামীক প্ৰতাৰণা কৰি লাখ লাখ টকা আত্মসাৎ, নৱম বিবাহৰ সময়ত গ্ৰেপ্তাৰ প্ৰৱঞ্চক শিক্ষয়িত্ৰী
ALL NEWS

জীৱিত কন্যাৰ শ্ৰাদ্ধ পাতিলে পিতৃয়ে, শিলচৰত তীব্ৰ চাঞ্চল্য

November 7, 2026
56
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

দীপাৱলীৰ আনন্দৰ মাজতে অঘটন:ডিফুত জুইত ভস্মীভূত অল্ট’ গাড়ী, স্কুটি

দীপাৱলীৰ আনন্দৰ মাজতে অঘটন:ডিফুত জুইত ভস্মীভূত অল্ট’ গাড়ী, স্কুটি

November 8, 2026
৭১ সংখ্যক বৰদলৈ ট্ৰফীত কাৰ্বি আংলং জিলাৰ চেম্পিয়ন ইউনাইটেড ব্ৰাদাৰ্ছ এফ চিথ

৭১ সংখ্যক বৰদলৈ ট্ৰফীত কাৰ্বি আংলং জিলাৰ চেম্পিয়ন ইউনাইটেড ব্ৰাদাৰ্ছ এফ চিথ

November 7, 2026
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

বৰপেটাৰোডৰ গহনা দোকানৰ পৰা প্ৰৱঞ্চকে লুটিলে ৫ লক্ষাধিক মূল্যৰ সোণ

November 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d