ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ মাজত মুখ্যমন্ত্ৰীৰ উৎসৱকালীন শুভেচ্ছা উপহাৰ বিতৰণ 

News Desk by News Desk
November 6, 2026
Reading Time: 1 min read
A A
0
কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ মাজত মুখ্যমন্ত্ৰীৰ উৎসৱকালীন শুভেচ্ছা উপহাৰ বিতৰণ 

RELATED POSTS

Man killed son : হামৰেনৰ ৰংছপি তিমুং গাঁৱত নিৰ্মম কাণ্ড, পিতৃয়ে হত্যা কৰিলে দুই নাবালক সন্তানক

Karbi Anglong murder case : পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেঙত সুৰাৰ নিচাত খুলশালীয়েকে হত্যা কৰিলে ভিনিহীয়েকক

Award to Rongbong Terang : ৰংবং তেৰাঙলৈ ৰামানুজন বিদ্যালয়ৰ শৈক্ষিক বঁটা

New Logo Smal 1 | ASSAM TIMES POST

ডিফু, 6 নৱেম্বৰ: শাৰদীয় দুৰ্গোৎসৱ আৰু পোহৰৰ উৎসৱ দিপাৱলী উপলক্ষে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ চৰকাৰী ভাৱে স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৈ প্ৰেৰণ কৰা শুভেচ্ছাসুচক উপহাৰ আজি আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। 

Karbi Anglong
কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ মাজত মুখ্যমন্ত্ৰীৰ উৎসৱকালীন শুভেচ্ছা উপহাৰ বিতৰণ:

এই উপলক্ষে কাৰ্বি আংলং সায়‌ত্ত শাসিত পৰিষদৰ নতুন সচিবালয়ৰ সন্মিলন কক্ষত আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্য কাৰ্য্যবাহী সদস্য তথা বিধায়ক ড’ তুলিৰাম ৰংহাঙে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ সাংবাদিকসকলৰ হাতত মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা প্ৰেৰণ কৰা উপহাৰ টোপোলাসমুহ আনুষ্ঠানিকভাৱে অৰ্পণ কৰে । অনুষ্ঠানত বিভাগীয় কাৰ্য্যবাহী সদস্য মথুৰাম লেকথে,অসম বিধান সভাৰ উপাধ্যক্ষ ডা: হাবে টেৰন , কাৰ্য্যবাহী সদস্য দ্বয় ৰিচাৰ্চ টকবি, ৰীটেশ ইংহি আৰু পাৰিষদ দ্বয় জনী তিমুং আৰু ডা: মংৱে ৰংপি উপস্থিত থাকে ।

অনুষ্ঠানত ভাষন প্ৰসংগত মুখ্য কাৰ্য্যবাহী সদস্য ড’ তুলিৰাম ৰংহাঙে মুখ্যমন্ত্ৰীৰ উৎসৱকালীন শুভেচ্ছা উপহাৰ লাভ কৰা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ সাংবাদিকসকলক অভিনন্দন জ্ঞাপন কৰে । তেওঁ চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলক মুখ্য কাৰ্য্যবাহী সদস্যৰ সাংবাদিক উৎকৃষ্ট বটাঁ প্ৰদান কৰা হব বুলি উল্লেখ কৰি অহা জানুৱাৰীত সাংবাদিকসকলক একোখনকৈ লেপটপ প্ৰদান কৰা হব বুলি অনুষ্ঠানত ঘোষণা কৰে। 

অনুষ্ঠানত বিভাগীয় উপ- সচিব বিদ্যাশ্রী লাংথাছা, উপ – সঞ্চালক জাহিদ এ তাপাদাৰ, বিভাগীয়া বিষয়া কৰ্মচাৰী আৰু স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলক উপস্থিত থাকে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কাৰ্বি আংলং আৰু পশ্চিমকাৰ্বি আংলঙৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্তসাংবাদিকসকলৰ মাজত মুখ্যমন্ত্ৰীৰ উৎসৱকালীন শুভেচ্ছা উপহাৰ বিতৰণ
Share4Tweet3Send

Related Posts

Dead body recovered : নগাঁৱৰ গৰৈমাৰী পথাৰত উদ্ধাৰ অচিনাকী মহিলাৰ মৃতদেহ
KARBI ANGLONG

Man killed son : হামৰেনৰ ৰংছপি তিমুং গাঁৱত নিৰ্মম কাণ্ড, পিতৃয়ে হত্যা কৰিলে দুই নাবালক সন্তানক

by News Desk
November 3, 2026
72
Karbi Anglong murder case : পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেঙত সুৰাৰ নিচাত খুলশালীয়েকে হত্যা কৰিলে ভিনিহীয়েকক
KARBI ANGLONG

Karbi Anglong murder case : পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেঙত সুৰাৰ নিচাত খুলশালীয়েকে হত্যা কৰিলে ভিনিহীয়েকক

by ASSAM TIMES POST
November 3, 2026
65
Award to Rongbong Terang : ৰংবং তেৰাঙলৈ ৰামানুজন বিদ্যালয়ৰ শৈক্ষিক বঁটা
KARBI ANGLONG

Award to Rongbong Terang : ৰংবং তেৰাঙলৈ ৰামানুজন বিদ্যালয়ৰ শৈক্ষিক বঁটা

by News Desk
November 2, 2026
51
ডকমকাৰ থং নকবে কলেজত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ আৰু ‘যুৱ সংসদ’ৰ সফল আয়োজন
KARBI ANGLONG

ডকমকাৰ থং নকবে কলেজত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ আৰু ‘যুৱ সংসদ’ৰ সফল আয়োজন

by News Desk
November 2, 2026
65
DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি
KARBI ANGLONG

DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি

by ASSAM TIMES POST
November 1, 2026
76
Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
KARBI ANGLONG

Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

by News Desk
October 31, 2026
59
ADVERTISEMENT
কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ মাজত মুখ্যমন্ত্ৰীৰ উৎসৱকালীন শুভেচ্ছা উপহাৰ বিতৰণ 
KARBI ANGLONG

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ মাজত মুখ্যমন্ত্ৰীৰ উৎসৱকালীন শুভেচ্ছা উপহাৰ বিতৰণ 

November 6, 2026
50
Assam CM Inaugurates Dharapur Kali Temple, Announces Rs 20 Lakh Aid
Assam

Assam CM Inaugurates Dharapur Kali Temple, Announces Rs 20 Lakh Aid

November 6, 2026
50
Karmabhoomi Express fire I কৰ্মভূমি এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড, কমেও ৪টা ডবা ভস্মীভূত
National-International

Karmabhoomi Express fire I কৰ্মভূমি এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড, কমেও ৪টা ডবা ভস্মীভূত

November 6, 2026
50
Lumding rail station I লামডিঙৰ পাথৰখোলা ৰে’ল ষ্টেচনত বিদ্যুৎ পৰিবাহী তাঁৰত ধৰি আত্মহত্যাৰ চেষ্টা বিহাৰৰ যুৱকৰ
Assam

Lumding rail station I লামডিঙৰ পাথৰখোলা ৰে’ল ষ্টেচনত বিদ্যুৎ পৰিবাহী তাঁৰত ধৰি আত্মহত্যাৰ চেষ্টা বিহাৰৰ যুৱকৰ

November 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ মাজত মুখ্যমন্ত্ৰীৰ উৎসৱকালীন শুভেচ্ছা উপহাৰ বিতৰণ 

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ মাজত মুখ্যমন্ত্ৰীৰ উৎসৱকালীন শুভেচ্ছা উপহাৰ বিতৰণ 

November 6, 2026
Assam CM Inaugurates Dharapur Kali Temple, Announces Rs 20 Lakh Aid

Assam CM Inaugurates Dharapur Kali Temple, Announces Rs 20 Lakh Aid

November 6, 2026
Karmabhoomi Express fire I কৰ্মভূমি এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড, কমেও ৪টা ডবা ভস্মীভূত

Karmabhoomi Express fire I কৰ্মভূমি এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড, কমেও ৪টা ডবা ভস্মীভূত

November 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d