ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sonam Wangsuk I সোণম ৱাংচুকৰ বিদ্যালয় বন্ধ কৰাৰ জাননী লাডাখ প্ৰশাসনৰ

News Desk by News Desk
November 4, 2026
Reading Time: 1 min read
A A
0
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

RELATED POSTS

Aadhar card I আধাৰ নহয়, এতিয়াৰে পৰা পঞ্চায়ত আঁচনিৰ ধনৰ বাবে লাগিব ভোটাৰ কাৰ্ড, বায়’মেট্ৰিকো

Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ

Madhya Pardesh Encounter I এইবাৰ মধ্যপ্ৰদেশত এনকাউণ্টাৰ, আৰক্ষী বিষয়াক মহতিয়াই নিয়া ট্ৰাকৰ চালকসহ দুজনক গুলীচালনা

New Logo Smal 1 | ASSAM TIMES POST

নীট প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে পঁইতাচোৰাৰ আন্দোলনত তেওঁ সক্ৰিয়ভাৱে জড়িত আছিল। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ আৰু এছআইআৰ বাতিলৰ দাবীত চলি থকা আন্দোলনৰ প্ৰতিও তেওঁ একমত প্ৰকাশ কৰিছে। ইয়াৰ মাজতে কেন্দ্ৰীয়শাসিত অঞ্চল লাডাখৰ প্ৰশাসনে পৰিবেশ কৰ্মী তথা সমাজকৰ্মী সোণম ৱাংচুকৰ (Sonam Wangchuk) ‘ডেজাৰ্ট ফ্লাৱাৰ স্কুল’ বন্ধ কৰাৰ নিৰ্দেশ দিছে। প্রয়োজনীয় অনুমতি অবিহনে বিদ্যালয়খন আৰম্ভ কৰা বুলি অভিযোগ উত্থাপন কৰিছে৷

Sonam Wangsuk I
সোণম ৱাংচুকৰ বিদ্যালয় বন্ধ কৰাৰ জাননী লাডাখ প্ৰশাসনৰ;

মঙলবাৰে লাডাখৰ ৰাজধানী লেহৰ মহকুমাধিপতিৰ (তহচিলদাৰ) দ্বাৰা জাৰি কৰা জাননী ৱাংচুকৰ পত্নী ‘হিমালয়ান ইনষ্টিটিউট অব অলটাৰনেটিভছ, লাডাখ’ৰ প্ৰতিষ্ঠাপক সঞ্চালক গীতাঞ্জলি জে আংমোলৈ প্ৰেৰণ কৰা হয়। জাননীখনত কোৱা হৈছে যে জম্মু-কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা ভূমিৰ গোচৰত প্ৰভাৱ পৰিব পৰা কোনো কাম কৰিব নালাগে। লাডাখ প্ৰশাসনৰ দাবী যে ২২ ছেপ্টেম্বৰত আংমোৱে লেহৰ উপাযুক্তলৈ পত্ৰ লিখি বিদ্যালয়খনৰ প্ৰস্তাৱিত পৰিচালনা সমিতিৰ সদস্যসকলৰ বাবে ক্লিয়াৰেন্স (ন’ অবজেক্সন চাৰ্টিফিকেট বা এনঅ’চি) বিচাৰিছিল।

অৱশ্যে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা ক্লিয়াৰেন্স পোৱাৰ পূৰ্বে বিদ্যালয়খনত পাঠদান আৰম্ভ কৰা হয়। এনে পৰিস্থিতিত আদালতৰ চূড়ান্ত নিৰ্দেশ নোপোৱালৈকে বিদ্যালয় চলোৱাৰ সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰিবলৈ জাননীত নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে ২০১৮ চনত প্ৰশাসনে ফিয়াং থাং অঞ্চলত বিশ্ববিদ্যালয় চৌহদ নিৰ্মাণৰ বাবে ‘হিমালয়ান ইনষ্টিটিউট অব অলটাৰনেটিভছ, লাডাখ’ক ৪০ বছৰৰ লীজত ১০৭৬ কানাল মাটি আবণ্টন দিছিল। কিন্তু ২০২৫ চনত লাডাখ প্ৰশাসনে সেই আবণ্টন বাতিল কৰিছিল। সেই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই ৱাংচুকৰ হৈ উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰা হৈছিল, যিটো বৰ্তমান বিচাৰাধীন হৈ আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: বন্ধ কৰাৰ জাননী লাডাখ প্ৰশাসনৰসোণম ৱাংচুকৰ বিদ্যালয়
Share4Tweet3Send

Related Posts

Ration Card I আধাৰ কার্ড নাথাকিলেও পাব ৰেচন, নতুন নিয়ম কেন্দ্রীয় চৰকাৰৰ
National-International

Aadhar card I আধাৰ নহয়, এতিয়াৰে পৰা পঞ্চায়ত আঁচনিৰ ধনৰ বাবে লাগিব ভোটাৰ কাৰ্ড, বায়’মেট্ৰিকো

by News Desk
November 4, 2026
50
Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ
National-International

Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ

by News Desk
November 4, 2026
50
Dacoit killed in police encounter in Assam:
National-International

Madhya Pardesh Encounter I এইবাৰ মধ্যপ্ৰদেশত এনকাউণ্টাৰ, আৰক্ষী বিষয়াক মহতিয়াই নিয়া ট্ৰাকৰ চালকসহ দুজনক গুলীচালনা

by Staff Reporter
November 4, 2026
50
Centre on Securities of Doctors : চিকিৎসকৰ সুৰক্ষাৰ আইন-শাস্তি স্পষ্টকৈ লিখিবলৈ সকলো চিকিৎসালয়ক কেন্দ্ৰৰ পৰামৰ্শ
National-International

Fraud Doctors arrested I গুজৰাটত আৰক্ষী-স্বাস্থ্য বিভাগৰ অভিযানত গ্ৰেপ্তাৰ ৩৮ ভুৱা চিকিৎসক, ৩৫ জনৰ বিৰুদ্ধে গোচৰ

by News Desk
November 4, 2026
50
Supreme Court of India : দল সলনি আৰু জনসাধাৰণৰ ধনেৰে উপ-নিৰ্বাচন সন্দৰ্ভত কেন্দ্ৰ-নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী
National-International

SC on Delhi protest I প্ৰতিবাদৰ নামত দিনৰ পিছত দিন দিল্লী অৱৰোধ কৰিব নোৱাৰিব, উচ্চতম ন্যায়ালয়ৰ স্পষ্ট বাৰ্তা

by News Desk
November 4, 2026
50
Ship attack : ভাৰতীয় পতাকাযুক্ত জাহাজত আক্ৰমণ, এজন ভাৰতীয় নাৱিক নিহত
National-International

Ship attack : ভাৰতীয় পতাকাযুক্ত জাহাজত আক্ৰমণ, এজন ভাৰতীয় নাৱিক নিহত

by News Desk
November 3, 2026
51
ADVERTISEMENT
Ration Card I আধাৰ কার্ড নাথাকিলেও পাব ৰেচন, নতুন নিয়ম কেন্দ্রীয় চৰকাৰৰ
National-International

Aadhar card I আধাৰ নহয়, এতিয়াৰে পৰা পঞ্চায়ত আঁচনিৰ ধনৰ বাবে লাগিব ভোটাৰ কাৰ্ড, বায়’মেট্ৰিকো

November 4, 2026
50
Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ
National-International

Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ

November 4, 2026
50
Dacoit killed in police encounter in Assam:
National-International

Madhya Pardesh Encounter I এইবাৰ মধ্যপ্ৰদেশত এনকাউণ্টাৰ, আৰক্ষী বিষয়াক মহতিয়াই নিয়া ট্ৰাকৰ চালকসহ দুজনক গুলীচালনা

November 4, 2026
50
শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰোনোত্তৰ পৰীক্ষা সম্পাদন নহয় ঘনকান্ত গগৈৰ
Assam

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰোনোত্তৰ পৰীক্ষা সম্পাদন নহয় ঘনকান্ত গগৈৰ

November 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ration Card I আধাৰ কার্ড নাথাকিলেও পাব ৰেচন, নতুন নিয়ম কেন্দ্রীয় চৰকাৰৰ

Aadhar card I আধাৰ নহয়, এতিয়াৰে পৰা পঞ্চায়ত আঁচনিৰ ধনৰ বাবে লাগিব ভোটাৰ কাৰ্ড, বায়’মেট্ৰিকো

November 4, 2026
Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ

Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ

November 4, 2026
Dacoit killed in police encounter in Assam:

Madhya Pardesh Encounter I এইবাৰ মধ্যপ্ৰদেশত এনকাউণ্টাৰ, আৰক্ষী বিষয়াক মহতিয়াই নিয়া ট্ৰাকৰ চালকসহ দুজনক গুলীচালনা

November 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d