
শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰোনোত্তৰ পৰীক্ষা সম্পাদন নহয় ঘনকান্ত গগৈৰ (Ghanakanta Gogoi)।
জনালে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষকে।
ফৰেনছিক বিশেষজ্ঞৰ উপস্থিতি আৰু তিনিখন পৃথক চিকিৎসালয়ৰ চিকিৎসক উপস্থিত থাকিলেহে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত সম্পাদন কৰিব পৰা হব মৰোনোত্তৰ পৰীক্ষা।

শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰিৱৰ্তে যোৰহাট নাইবা অসম চিকিৎসা মহাবিদ্যালয়তহে সম্পাদন কৰিব পৰা ঘনকান্ত গগৈৰ মৰোনোত্তৰ পৰীক্ষা।
বৰ্তমানেও শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ মৰ্গতেই আছে ঘনকান্ত গগৈৰ মৃতদেহ।
এতিয়াও উপস্থিত হোৱা নাই পৰিয়ালৰ










