ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

সাংসদ ভূৱনেশ্বৰ কলিতাৰ উপস্থিতিত ডিফুত কাৰ্বি আংলং-উত্তৰ কাছাৰ স্বায়ত্ত শাসিত পৰিষদৰ কৰ্মশালা সম্পন্ন:

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
March 22, 2025
Reading Time: 1 min read
A A
0

New Logo Smal 1 | ASSAM TIMES POST
ইণ্ডিয়ান এছ’চিয়েছন অফ পার্লিয়ামেণ্টেৰিয়ান অন পপুলেছন এণ্ড ডেভেলপমেন্ট, নতুন দিল্লী নামৰ সাংসদ সকলৰ সংগঠনৰ উদ্যোগত আজি ডিফুৰ আৰব’বেটাম কাম ক্রাফ্ট চেণ্টাৰত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ স্বায়ত্ত শাসিত পৰিষদৰ নির্বাচিত সদস্য সকলৰ সৈতে এখন কর্মশালা অনুষ্ঠিত হৈ যায়। মূলতঃ পাঁচটা বিষয়ত এই কর্মশালা অনুষ্ঠিত কৰা হয়। বাল্য বিবাহ, পুষ্টিহীনতা, মেলেৰিয়া, শিশু আৰু প্ৰসূতিৰ মৃত্যু আদি সামাজিক বিষয়ত এই কর্মশালা অনুষ্ঠিত হয়।

সাংসদ ভূৱনেশ্বৰ কলিতাৰ উপস্থিতিত ডিফুত কাৰ্বি আংলং-উত্তৰ কাছাৰ স্বায়ত্ত শাসিত পৰিষদৰ কৰ্মশালা সম্পন্ন
সাংসদ ভূৱনেশ্বৰ কলিতাৰ উপস্থিতিত ডিফুত কাৰ্বি আংলং-উত্তৰ কাছাৰ স্বায়ত্ত শাসিত পৰিষদৰ কৰ্মশালা সম্পন্ন

সাংসদ ভূবনেশ্বৰ কলিতা, ডিফুৰ সাংসদ অমৰছিং তিছ’, দুয়োখন পৰিষদৰ নিৰ্বাচিত সদস্য সকল এই কর্মশালাত উপস্থিত থাকে। জনসংখ্যা আৰু উন্নয়নৰ লগত জড়িত বিষয় সমূহ ইয়াত আলোচিত হোৱা বুলি সাংসদ কলিতাই উল্লেখ কৰি কয় যে, এই আলোচনাত স্থায়ী উন্নয়নমূলক আঁচনি সন্দর্ভতো আলোচনা হয়। স্বাস্থ্য, উন্নয়ন আৰু সামাজিক বিষয়ৰ ওপৰত আলোচনা অতি ফলপ্রসূ আছিল বুলি উল্লেখ কৰি কিছু কিছু ক্ষেত্রত এই দুয়োখন পৰিষদৰ এলেকা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক হাৰতকৈ যথেষ্ট উন্নতমানৰ বুলিও কলিতাই উল্লেখ কৰে।

RELATED POSTS

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

Tags: অমৰছিং তিছ'অসম স্বাস্থ্য বিষয়ইণ্ডিয়ান এছ'চিয়েছন অফ পার্লিয়ামেণ্টেৰিয়ানউত্তৰ কাছাৰকর্মশালাকাৰ্বি আংলংজনসংখ্যা উন্নয়নজনস্বাস্থ্য উদ্যোগডিফুৰ আৰব'বেটাম কাম ক্রাফ্ট চেণ্টাৰনতুন দিল্লী সাংসদনিৰ্বাচিত সদস্য কর্মশালা.পপুলেছন এণ্ড ডেভেলপমেন্টপুষ্টিহীনতাপ্রসূতি মৃত্যুপৰিষদ এলেকা উন্নতমানবাল্য বিবাহমেলেৰিয়াশিশু মৃত্যুসাংসদ ভূবনেশ্বৰ কলিতাসামাজিক উন্নয়নসামাজিক বিষয়সামাজিক বিষয় আলোচনাস্থায়ী উন্নয়নমূলক আঁচনিস্বাস্থ্য উন্নয়নস্বায়ত্ত শাসিত পৰিষদ
Share4Tweet3Send

Related Posts

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।
KARBI ANGLONG

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

by Staff Reporter
June 8, 2026
50
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

by ASSAM TIMES POST
June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

by News Desk
June 2, 2026
50
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

by Staff Reporter
June 2, 2026
50
Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by Staff Reporter
May 29, 2026
50
Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী
KARBI ANGLONG

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

by News Desk
May 27, 2026
50
ADVERTISEMENT
JK accident I অভিযান চলাই থাকোতেই পাহাৰৰ পৰা পিছলি সেনা বিষয়াৰ মৃত্যু
National-International

JK accident I অভিযান চলাই থাকোতেই পাহাৰৰ পৰা পিছলি সেনা বিষয়াৰ মৃত্যু

June 8, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

TN CM Vijay I নিচামুক্ত তামিলনাডু, যুৱক-যুৱতী, মহিলাৰ উন্নয়নৰ অংগীকাৰ মুখ্যমন্ত্ৰী বিজয়ৰ

June 8, 2026
50
Surat eviction I চুৰাটত বুলডজাৰেৰে ভাঙিলে শতাধিক ঘৰ, স্থানীয় প্ৰশাসনে নাজানে কোনে ভাঙিলে
National-International

Surat eviction I চুৰাটত বুলডজাৰেৰে ভাঙিলে শতাধিক ঘৰ, স্থানীয় প্ৰশাসনে নাজানে কোনে ভাঙিলে

June 8, 2026
50
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

June 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

JK accident I অভিযান চলাই থাকোতেই পাহাৰৰ পৰা পিছলি সেনা বিষয়াৰ মৃত্যু

JK accident I অভিযান চলাই থাকোতেই পাহাৰৰ পৰা পিছলি সেনা বিষয়াৰ মৃত্যু

June 8, 2026
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

TN CM Vijay I নিচামুক্ত তামিলনাডু, যুৱক-যুৱতী, মহিলাৰ উন্নয়নৰ অংগীকাৰ মুখ্যমন্ত্ৰী বিজয়ৰ

June 8, 2026
Surat eviction I চুৰাটত বুলডজাৰেৰে ভাঙিলে শতাধিক ঘৰ, স্থানীয় প্ৰশাসনে নাজানে কোনে ভাঙিলে

Surat eviction I চুৰাটত বুলডজাৰেৰে ভাঙিলে শতাধিক ঘৰ, স্থানীয় প্ৰশাসনে নাজানে কোনে ভাঙিলে

June 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx