ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

PGR-VGR land : ডিফুত পিজিআৰ-ভিজিআৰ ভূমি অবৈধ বেদখল উচ্ছেদৰ দাবীত পুনৰ উত্তাল প্ৰতিবাদ দল-সংগঠনৰ

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
March 1, 2025
Reading Time: 1 min read
A A
0
PGR-VGR land : ডিফুত পিজিআৰ-ভিজিআৰ ভূমি অবৈধ বেদখল উচ্ছেদৰ দাবীত পুনৰ উত্তাল প্ৰতিবাদ দল-সংগঠনৰ

RELATED POSTS

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

New Logo Smal 3 | ASSAM TIMES POST

কাৰবি আংলঙ (Karbi Anglong) জিলাৰ পিজিআৰ-ভিজিআৰ ভূমি (PGR-VGR land)ৰ অবৈধ বেদখলকৃত (Illegal encroachment) ভূমিত শীঘ্ৰে উচ্ছেদৰ দাবী (Demand for eviction)ত পুণৰ ডিফুত পুণৰ উত্তাল প্ৰতিবাদ (Protest) সাব্যস্ত কৰে দল সংগঠনে৷ শনিবাৰে ডিফুত কেএছএ, কেএছৱাইচি আৰু সহযোগী দল-সংগঠনে আজি ডিফু ডাকঘৰৰ সন্মুখত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান আওৰাই প্ৰতিবাদ কৰি ডিফুৰ আকাশ-বতাহ কঁপাই তোলে৷

kar 1 | ASSAM TIMES POST
ডিফুত পিজিআৰ-ভিজিআৰ ভূমি অবৈধ বেদখল উচ্ছেদৰ দাবীত পুনৰ উত্তাল প্ৰতিবাদ দল-সংগঠনৰ

প্ৰতিবাদকাৰী অভিযোগ কৰি কয় যে কাৰবি আংলঙৰ পিজিআৰ আৰু ভিজিআৰ ভূমিখণ্ডত অবৈধ ভূমিখণ্ডত যোৱা চল্লিছ বছৰে অবৈধভাবে বসবাস কৰি অহা প্ৰায় ১০ হাজাৰ অবৈধ বেদখলকাৰীক উচ্ছেদ কৰাৰ বাবে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দিয়া প্ৰতিশ্ৰুতি এবছৰকাল উকলি যোৱাৰ পিছতো আজিলৈকে উক্ত ভূমিত উচ্ছেদ নহ’ল৷ ফলত পৰিষদে কাৰবি আংলঙৰ ৰাইজক চৰকাৰে চৰম বিশ্বাস ঘাতকতা কৰিলে ৷ স্বায়ত্তশাসিত পৰিষদৰ হাতত সম্পূৰ্ণ কৰ্তৃত্ব থকাৰ পিছতো কিয় উচ্ছেদ কৰিব নোৱাৰিলে প্ৰশ্ন কৰে প্ৰতিবাদকাৰীসকলে৷

kar 2 | ASSAM TIMES POST
ডিফুত কেএছএ, কেএছৱাইচি আৰু সহযোগী দল-সংগঠনে পিজিআৰ-ভিজিআৰ ভূমি অবৈধ বেদখল উচ্ছেদৰ দাবীত পুনৰ উত্তাল প্ৰতিবাদ

আনহাতে পিজিআৰ-ভিজিআৰ ভূমিত অবৈধ বেদখল উচ্ছেদৰ দাবীত প্ৰতিবাদকাৰীসকলে বাৰম্বাৰ জনাই অহা দাবীক নস্যাত কৰাত ক্ষুব্ধ হৈ পৰিছে প্ৰতিবাদকাৰী সকল ৷ এইলৈ প্ৰতিবাদকাৰী সকলে আজি প্ৰতিবাদস্থলীতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ প্ৰাতৃকৃতিত ধুপ-ধূণা আৰু ঘণ্টা বজাই পূজা অৰ্চনা কৰি পিজিআৰ-ভিজিআৰত অবৈধ বেদখল শীঘ্ৰে উচ্ছেদৰ প্ৰাৰ্থনা কৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: PGR-VGRLandপিজিআৰ-ভিজিআৰভূমি
Share4Tweet3Send

Related Posts

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

by News Desk
August 22, 2026
58
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

by News Desk
August 21, 2026
65
Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ
KARBI ANGLONG

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

by News Desk
August 19, 2026
59
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

by News Desk
August 16, 2026
50
Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত
KARBI ANGLONG

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

by News Desk
August 13, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ
KARBI ANGLONG

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

by News Desk
August 13, 2026
53
ADVERTISEMENT
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
50
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026
50
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

August 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d