ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Tribal Land : কাৰ্বি আংলঙৰ নাম সলনিৰ APHLC-ৰ সভাপতি জেআই কাথাৰৰ দাবীক নস্যাৎ ASDC দলৰ

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
January 18, 2025
Reading Time: 1 min read
A A
0

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

ডিফু : কাৰ্বি আংলং জিলাৰ আঞ্চলিক ৰাজনৈতিক দল APHLC দলৰ সভাপতি জে আই কাথাৰে (J.I. Kathar) কার্বি আংলং জিলাৰ নাম সলনি কৰি ট্রাইবেল লেণ্ড (Tribal Land) ৰখাৰ প্ৰচাৰ চলোৱাৰ বিৰোধীতা (Opposition) কৰিছে ASDC দলে। দলটোৰ প্ৰচাৰ সম্পাদক ডেনিয়েল টেৰণ আৰু সহকাৰী সম্পাদক সঞ্জয় কিলিঙে আজি এখন সংবাদ মেলৰ জড়িয়তে দাবী কৰে যে, APHLC দলে কাৰ্বি আংলং জিলাৰ নাম সলনি কৰি ট্রাইবেল লেও কৰিব লাগে বুলি সজোৰে প্ৰচাৰ কৰি আছে। ইয়াৰ বিৰুদ্ধে ASDC দলে পূর্বেও এখন সংবাদমেল অনুষ্ঠিত কৰি এই প্ৰস্তাৱৰ তীব্র বিৰোধীতা কৰিছিল।

APHLC দলৰ এই প্রস্তাৱ সম্পূর্ণ অসাংবিধানিক আখ্যা দি টেৰণে কয় যে, সংবিধানৰ ষষ্ঠ অনুসূচীৰ পেৰা ২০ত কার্বি আংলং জিলা বুলি উল্লেখ আছে। ষষ্ঠ অনুসূচীৰ টেবুল পার্ট-১, আইটেম নম্বৰ ২ত স্পষ্টভাৱে কার্বি আংলং জিলা বুলি সন্নিবিষ্ট আছে। সেয়ে এইটো সলনি কৰাটো সম্ভৱ নহয়। জে আই কাথাৰে কাৰ্বি আংলং নাম সলনি কৰি ট্রাইবেল লেণ্ড কৰিব লাগে বুলি দাবী কৰিছে। এগৰাকী প্রাক্তন আইএএছ বিষয়া হৈও কাথাৰে এই কথা নজনাটো দুখৰ বিষয় বুলি সংবাদমেলত দাবী কৰে। যদি কাথাৰে এই কথা জানি-শুনি কৈছে তেনেহ’লে তেওঁক ক্ষমা খোজাৰ দাবী তোলে।

DiphuP 1 | ASSAM TIMES POST
কাৰ্বি আংলঙৰ নাম সলনিৰ APHLC-ৰ সভাপতি জেআই কাথাৰৰ দাবীক নস্যাৎ ASDC দলৰ

অসাংবিধানিক দাবী তোলাটো কাথাৰৰ স্বভাৱ বুলি সংবাদমেলত উল্লেখ কৰি টেৰণে কয় যে কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নির্বাচন অবৈধ বুলি কাথাৰে উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল। এতিয়া পৰিষদৰ ম্যাদ পাঁচ বছবত ভৰি দিছে।

কাথাৰে তৰা গোচৰৰ কি হ’ল বুলি প্রশ্ন উত্থাপন কৰি বিজেপিৰ সৈতে বুজাবুজি কৰি উচ্চ ন্যায়ালয়ত এই গোচৰ নচলালে নেকি বুলিও প্রশ্ন কৰে। পৰিষদৰ ক্ষেত্ৰত ৰাজ্যপালে মন্ত্রী গোটৰ পৰামৰ্শত হস্তক্ষেপ কৰিব পাৰে বুলিও টেৰণে উল্লেখ কৰি কাথাৰে ষষ্ঠ অনুসূচীত ৰাষ্ট্রপতিয়েও হস্তক্ষেপ কৰিব নোৱাবে বুলি কৰা দাবীক প্রত্যাহ্বান জনায়।

Tags: TribalLandজেআইকাথাৰট্রাইবেললেণ্ড
Share4Tweet3Send

Related Posts

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
ADVERTISEMENT
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল
National-International

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
50
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি
National-International

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

June 15, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

June 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

June 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx