ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Assam University Diphu Campus : অসম বিশ্ববিদ্যালয় ডিফু চৌহদত ছাত্র-ছাত্রীৰ ধর্ণা প্রদর্শন

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

News Desk by News Desk
November 21, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

New Logo Smal 4 | ASSAM TIMES POST

অসম বিশ্ববিদ্যালয় ডিফু চৌহদ (Assam University Diphu Campus)ত আজি ছাত্র-ছাত্রীয়ে ধর্ণা প্রদর্শন কৰে। বিশ্ববিদ্যালয়খনৰ মূল প্রৱেশ দ্বাৰত বিভিন্ন দাবী পূৰণৰ বাবে ছাত্র একতা সভাৰ উদ্যোগত ধর্ণা কার্যসূচী ৰূপায়ণ কৰে ছাত্র-ছাত্রীসকলে। ছাত্র সংগঠনৰ নেতাই সাংবাদিকৰ আগত কয় যে- বিশ্ববিদ্যালয়খনত নামভর্তিকৰণৰ সমস্যা উদ্ভব হৈছে। ২০২৪-২৫ বর্ষৰ বাবে খালী থকা আসনসমূহত ছাত্র-ছাত্রী ভর্তি কৰাৰ দাবী উত্থাপন কৰে। বিশ্ববিদ্যালয়খনত অধ্যয়নৰত ছাত্র-ছাত্রীসকলৰ বাবে পর্যাপ্ত বাছ সেৱা যোগান ধৰাৰ দাবী জনায়।

বিশ্ববিদ্যালয়খনলৈ ছাত্র-ছাত্রী অহা-যোৱাৰ বাবে পর্যাপ্ত বাছ সেৱা উপলব্ধ নাই বুলি প্রতিবাদী ছাত্রসকলে অভিযোগ কৰে৷ পৰীক্ষাৰ সময়ত বাছ সেৱা পর্যাপ্ত নথকাৰ বাবে ছাত্র-ছাত্রীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হয় বুলি অভিযোগ কৰে। বিশ্ববিদ্যালয়খনৰ চৌহদত আজিলৈকে এখন খেলপথাৰ নাই বুলি উল্লেখ কৰি ক্রীড়া সপ্তাহৰ সময়ত ছাত্র-ছাত্রীসকলে আন বিদ্যালয়- মহাবিদ্যালয় অথবা কাৰ্বি আংলং ক্রীড়া সন্থাৰ খেলপথাৰ ব্যৱহাৰ কৰিব লাগে বুলিও অভিযোগ কৰে। বিশ্ববিদ্যালয় চৌহদখনত ছাত্র আৱাস নথকাৰ কথা উল্লেখ কৰি কয় যে, ২০২১ চনত ছাত্রবাস নির্মাণ কৰা হৈছে যদিও আজিলৈকে ছাত্রবাসটো মুকলি কৰা নহ’ল। ছাত্রবাসটোত আজিলৈকে কোনো আচবাব প্রদান কৰা নহ’ল বুলিও অভিযোগ কৰে।

অসম বিশ্ববিদ্যালয় ডিফু চৌহদত ছাত্র-ছাত্রীৰ ধর্ণা প্রদর্শন
অসম বিশ্ববিদ্যালয় ডিফু চৌহদত ছাত্র-ছাত্রীৰ ধর্ণা প্রদর্শন

আনহাতে, ছাত্রী আবাস ২০২৪ চনত নির্মাণ সম্পূর্ণ হ’ল লাগিছিল যদিও আজিলৈকে, ছাত্র আৱাস নির্মাণ সম্পূর্ণ নহ’ল। এতিয়া ঠিকাৰ কাম লাভ কৰা ঠিকাদাৰী প্রতিষ্ঠানে এই আৱাস ২০২৫ চনৰ জানুৱাৰীতহে নির্মাণ সম্পূর্ণ হ’ব বুলি কোৱা কার্যক ছাত্র সংগঠনটোৱে অগ্রাহ্য কৰে। বিশ্ববিদ্যালয় চৌহদত ছাত্র-ছাত্রী অনুপাতে অধ্যাপকৰ সংখ্যা যথেষ্ট কম বুলি অভিযোগ কৰি কয় যে, ছাত্র-ছাত্রী অনুপাতে চৌহদটোত শিক্ষকৰ সংখ্যা যথেষ্ট কম। যাৰ ফলত ছাত্র-ছাত্রীসকল প্রকৃত শিক্ষা লাভৰ পৰা বঞ্চিত হ’ব লগা হৈছে। ৭০-৮০ ছাত্র-ছাত্রীৰ বিপৰীতে কেৱল এগবাকী শিক্ষক থকা বুলি ছাত্র সংগঠনটোৰ নেতৃবর্গই অভিযোগ কৰে ।

ছাত্র শিক্ষকৰ অনুপাত যথেষ্ট কম বুলি অভিযোগ কৰি অতিশীঘ্রে শিক্ষক নিযুক্তিৰ দাবী তোলে বিশ্ববিদ্যালয়খনৰ ছাত্র একতা সভাই। তেওঁলোকৰ দাবী পূৰণ নহ’লে অনির্দিষ্টকালীন ধর্মঘট পালন কৰিবলৈ বাধ্য হ’ব বুলিও ছাত্র সংগঠনটোৱে হুংকাৰ দিয়ে। উল্লেখ্য যে অসম বিশ্ববিদ্যালয় ডিফু চৌহদ স্থাপিত হোবাব সময়ৰে পৰা ডিফু চৌহদত শিক্ষকৰ অনুপাত যথেষ্ট কম বুলি অভিযোগ উত্থাপিত হৈ আহিছে যদিও অসম বিশ্ববিদ্যালয় কর্তৃপক্ষই কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। ছাত্র সংগঠনটোৰ আজিৰ পৰা হোৱা এই আন্দোলনে কর্তৃপক্ষৰ মাজত কিমান প্রভাব পেলায় সেয়া লক্ষ্যণীয় হ’ব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AssamUniversityDiphuডিফুঅসমবিশ্ববিদ্যালয়
Share6Tweet4Send

Related Posts

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

by News Desk
August 25, 2026
50
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

by ASSAM TIMES POST
August 25, 2026
50
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

by ASSAM TIMES POST
August 25, 2026
50
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

by News Desk
August 22, 2026
61
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

by News Desk
August 21, 2026
65
Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ
KARBI ANGLONG

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

by News Desk
August 19, 2026
60
ADVERTISEMENT
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
50
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
50
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026
50
Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ
Political

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d