ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Durga Puja : মহালয়াৰ মহাধ্বনিৰে আজি ধৰালৈ আগমন দুৰ্গা দেৱীৰ, চৌদিশে দুৰ্গা পূজাৰ উখল-মাখল পৰিবেশ

নিউজ ডেস্কঃ

News Desk by News Desk
October 2, 2024
Reading Time: 1 min read
A A
0
Durga Puja : মহালয়াৰ মহাধ্বনিৰে আজি ধৰালৈ আগমন দুৰ্গা দেৱীৰ, চৌদিশে দুৰ্গা পূজাৰ উখল-মাখল পৰিবেশ

RELATED POSTS

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক

New Logo Smal | ASSAM TIMES POST

চাওঁতে চাওঁতে শাৰদীয় দুৰ্গা পূজা (Shardiya Durga Puja) আহি চোতালত উপস্থিত হ’লহি আজি পবিত্ৰ মহালয়া (Holy Mahalaya today)। এই মহালয়াতে ধৰালৈ আগমন ঘটে দেৱী দূর্গাৰ। এইবাৰ দুৰ্গা দেৱীয়ে দোলাত উঠি ধৰালৈ আগমন ঘটিছে।

মহালয়াৰ লগে লগে এতিয়া দেশ তথা ৰাজ্যৰ চৌদিশে দেৱী দূর্গাৰ বন্দনাৰ বাবে সাজু হৈ উঠিছে ভক্তসকল। লগতে সাজু হৈ উঠিছে বিভিন্ন পূজা মণ্ডপ। আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে দেৱীৰ মূৰ্তিৰ লগতে পূজা মণ্ডপসমূহ।

puja 1 | ASSAM TIMES POST
মহালয়াৰ মহাধ্বনিৰে আজি ধৰালৈ আগমন দুৰ্গা দেৱীৰ

উল্লেখযোগ্য যে পিতৃপক্ষৰ অৱসানৰ পিছত আজিৰে পৰা আৰম্ভ হৈছে দেৱীপক্ষ। মহালয়াতে আৰম্ভ হয় দেৱীপক্ষৰ আৰু এই দিনটোতে দেৱী দুৰ্গাৰ পৃথিৱীলৈ আগমন ঘটে৷

আনহাতে, আহিনৰ শুক্লপক্ষৰ ষষ্ঠী তিথিৰ পৰা আৰম্ভ হয় দুৰ্গা পূজা৷ ষষ্ঠীৰ দিনাখন বোধনেৰে বেদীত স্থাপন কৰা হ’ব মহিষমৰ্দিনীক ৷ উল্লেখযোগ্য যে এইবাৰ দেৱী দুৰ্গাৰ আগমন দোলাত আৰু গমন হ’ব ঘোঁৰাত। ইফালে বিভিন্ন জ্যোতিষ গণনা মতে দেৱীৰ আগমন-গমনৰ প্ৰভাৱ পৰে ধৰাৰ ওপৰত। সেই অনুযায়ী, এইবাৰ যিহেতু দেৱী দুৰ্গাৰ দোলাত আগমন ঘটিছে, ইয়াৰ ফলত মহাব্যাধিয়ে দেখা দিব পাৰে৷ দেৱী দুৰ্গা দোলাত আহিলে মহামাৰীৰ সম্ভৱনা ব্যক্ত কৰা হয়। দেৱী দুৰ্গাৰ ঘোঁৰাত গমনৰ ফলত হিংসাত্মক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ লগতে এখন দেশে আন এখন দেশৰ সৈতে যুদ্ধত লিপ্ত হোৱাৰ সম্ভৱনা অধিক দেখা পোৱা যাব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Mahalayaমহালয়া
Share4Tweet3Send

Related Posts

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ
Assam

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

by News Desk
October 27, 2026
50
Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ
Assam

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

by News Desk
October 26, 2026
51
Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক
Assam

Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক

by News Desk
October 26, 2026
51
Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি
Assam

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

by News Desk
October 24, 2026
52
Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ
Assam

Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

by News Desk
October 24, 2026
54
Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ
Assam

Medicine black market : নলবাৰীত ১০ কোটিৰো অধিক মূল্যৰ চোৰাং ঔষধ উদ্ধাৰ

by News Desk
October 24, 2026
51
ADVERTISEMENT
Diphu APHLC Protest : ডিফুত এপিএইচএলচিৰ প্ৰতিবাদ
DIPHU

Diphu APHLC Protest : ডিফুত এপিএইচএলচিৰ প্ৰতিবাদ

October 27, 2026
50
Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক
National-International

Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক

October 27, 2026
50
Guwahati hotel firing : হোটেল বিলাস ইনৰ হত্যাকাণ্ড, অভিযুক্ত ঘনকান্ত গগৈৰ পৰিয়ালৰ বিস্ফোৰক মন্তব্য
Guwahati

Guwahati hotel firing : হোটেল বিলাস ইনৰ হত্যাকাণ্ড, অভিযুক্ত ঘনকান্ত গগৈৰ পৰিয়ালৰ বিস্ফোৰক মন্তব্য

October 27, 2026
50
Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ
NORTHEAST

Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ

October 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu APHLC Protest : ডিফুত এপিএইচএলচিৰ প্ৰতিবাদ

Diphu APHLC Protest : ডিফুত এপিএইচএলচিৰ প্ৰতিবাদ

October 27, 2026
Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক

Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক

October 27, 2026
Guwahati hotel firing : হোটেল বিলাস ইনৰ হত্যাকাণ্ড, অভিযুক্ত ঘনকান্ত গগৈৰ পৰিয়ালৰ বিস্ফোৰক মন্তব্য

Guwahati hotel firing : হোটেল বিলাস ইনৰ হত্যাকাণ্ড, অভিযুক্ত ঘনকান্ত গগৈৰ পৰিয়ালৰ বিস্ফোৰক মন্তব্য

October 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d