ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

Diphu APHLC Protest : ডিফুত এপিএইচএলচিৰ প্ৰতিবাদ

নিউজ ডেস্কঃ

News Desk by News Desk
October 27, 2026
Reading Time: 1 min read
A A
0
Diphu APHLC Protest : ডিফুত এপিএইচএলচিৰ প্ৰতিবাদ

RELATED POSTS

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

New Logo Smal | ASSAM TIMES POST

কাৰ্বি পাহাৰৰ আঞ্চলিক ৰাজনৈতিক দল এপিএইচএলচিৰ (APHLC) কেইবাটাও দাবীত ডিফুত প্ৰতিবাদ (Protest in Diphu)। অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্স চমুকৈ এপিএইচএলচিয়ে মুখ্য নিৰ্বাচন আয়ক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ, পৰিষদীয় নিৰ্বাচনৰ ভোটাৰ তালিকাৰ পৰা খিলঞ্জীয়া অসমীয়া আৰু আদিবাসীৰ বাদে আন অজনজাতীয় লোকৰ নাম কৰ্তন, ইভিএম বাতিল আদি বিভিন্ন দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ উপৰি জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দেশজুৰি চলি থকা চিজেপিৰ আন্দোলনৰ প্ৰতিও দলটোৱে মুকলি সমৰ্থন আগবঢ়ায়।

diphu 2 | ASSAM TIMES POST
ডিফুত এপিএইচএলচিৰ প্ৰতিবাদ

প্ৰতিবাদীসকলে জ্ঞানেশ কুমাৰ মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ, আৰএছএছ মুৰ্দাবাদ, ভোট চোৰ গাদী ছ’ৰ আদি শ্ল’গানেৰে ডিফু চহৰ উত্তাল কৰি তোলে। লগতে ডিফুৰ কাৰ্বি ক্লাবৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়ায়। সমদলৰ অন্তত প্ৰতিবাদকাৰীসকলে জিলা আয়ুক্তক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। এই প্ৰতিবাদৰ সময়তে প্ৰতিবাদকাৰীসকলে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ সচিবালয়ত প্ৰৱেশ কৰাৰ চেষ্টা চলায় যদিও আৰক্ষীয়ে তেওঁলোকক বাধা আৰোপ কৰে। ইয়াৰ পিছত প্ৰতিবাদকাৰীসকলে উক্ত স্থানতে কিছু সময় ধৰ্ণাত বহে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DiphuAPHLCProtest
Share4Tweet3Send

Related Posts

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা
DIPHU

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা

by News Desk
October 7, 2026
52
Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান
DIPHU

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

by News Desk
October 5, 2026
58
Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন
DIPHU

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

by News Desk
October 4, 2026
63
Gandhi Jayanti : কাৰ্বি আংলং জিলা মহিলা সমিতিৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গান্ধীজয়ন্তী উদযাপন
DIPHU

Gandhi Jayanti : কাৰ্বি আংলং জিলা মহিলা সমিতিৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গান্ধীজয়ন্তী উদযাপন

by News Desk
October 2, 2026
54
KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা
DIPHU

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

by News Desk
September 30, 2026
59
Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই
DIPHU

Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

by News Desk
September 30, 2026
58
ADVERTISEMENT
Diphu APHLC Protest : ডিফুত এপিএইচএলচিৰ প্ৰতিবাদ
DIPHU

Diphu APHLC Protest : ডিফুত এপিএইচএলচিৰ প্ৰতিবাদ

October 27, 2026
50
Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক
National-International

Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক

October 27, 2026
50
Guwahati hotel firing : হোটেল বিলাস ইনৰ হত্যাকাণ্ড, অভিযুক্ত ঘনকান্ত গগৈৰ পৰিয়ালৰ বিস্ফোৰক মন্তব্য
Guwahati

Guwahati hotel firing : হোটেল বিলাস ইনৰ হত্যাকাণ্ড, অভিযুক্ত ঘনকান্ত গগৈৰ পৰিয়ালৰ বিস্ফোৰক মন্তব্য

October 27, 2026
50
Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ
NORTHEAST

Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ

October 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu APHLC Protest : ডিফুত এপিএইচএলচিৰ প্ৰতিবাদ

Diphu APHLC Protest : ডিফুত এপিএইচএলচিৰ প্ৰতিবাদ

October 27, 2026
Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক

Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক

October 27, 2026
Guwahati hotel firing : হোটেল বিলাস ইনৰ হত্যাকাণ্ড, অভিযুক্ত ঘনকান্ত গগৈৰ পৰিয়ালৰ বিস্ফোৰক মন্তব্য

Guwahati hotel firing : হোটেল বিলাস ইনৰ হত্যাকাণ্ড, অভিযুক্ত ঘনকান্ত গগৈৰ পৰিয়ালৰ বিস্ফোৰক মন্তব্য

October 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d