ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home crime

Dhing rape case I ধিং কাণ্ডৰ মূল অভিযুক্তৰ পলায়নৰ চেষ্টা, পুখুৰীত পৰি মৃত্যু

News Desk :

ASSAM TIMES POST by ASSAM TIMES POST
August 24, 2024
Reading Time: 1 min read
A A
0
Dhing rape case I ধিং কাণ্ডৰ মূল অভিযুক্তৰ পলায়নৰ চেষ্টা, পুখুৰীত পৰি মৃত্যু

RELATED POSTS

Drugs Seized in Assam’s Khatkhati : two arrested

Powerful Police Bust in Khatkhati: Heroin Seized, Two Arrested in a Swift Crackdown

WhatsApp : মাত্ৰ এটা ক্লিকতে হাইজেক ৱাটছএপ একাউণ্ট

New Logo Smal 3 | ASSAM TIMES POST

ধিঙত সংঘটিত বৰ্বৰ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু। পুখুৰীত পৰি মৃত্যু হোৱা বুলি জানিব পৰা গৈছে এই নিৰ্মম কাণ্ডৰ মূল অভিযুক্তৰ। প্ৰাপ্ত খবৰ অনুসৰি, তদন্তৰ বাবে ঘটনাস্থলীলৈ নিয়াৰ সময়ত তফাজ্জুল ইছলাম নামৰ মূল অভিযুক্তই আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰি পুখুৰীত জাঁপ দিয়ে। ফলত তাতেই সলিল সমাধি ঘটে লম্পটটোৰ।

ধিং কাণ্ডৰ মূল অভিযুক্তৰ পলায়নৰ চেষ্টা, পুখুৰীত পৰি মৃত্যু
ধিং কাণ্ডৰ মূল অভিযুক্তৰ পলায়নৰ চেষ্টা, পুখুৰীত পৰি মৃত্যু

শনিবাৰে পুৱা ৪ মান বজাত সংঘটিত হয় এই ঘটনাটো। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰিছে৷উল্লেখযোগ্য যে আজি পুৱতি নিশা ধৰ্ষণ কাণ্ড সংঘটিত হোৱা স্থানলৈ আৰক্ষীয়ে তদন্তৰ বাবে লৈ গৈছিল। কিন্তু তাতেই আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰি অভিযুক্তই সমীপৰ এটা পুখুৰীত জাঁপ দিয়ে।

ইয়াৰ পিছত প্ৰায় দুঘণ্টাৰ অনুসন্ধানৰ অন্তত অভিযান চলাই আৰক্ষীয়ে অভিযুক্তৰ মৃতদেহটো উদ্ধাৰ কৰে।অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে এতিয়ালৈকে একো জনোৱা নাই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ধিং কাণ্ডৰ মূল অভিযুক্তৰপলায়নৰ চেষ্টাপুখুৰীত পৰি মৃত্যু
Share12Tweet8Send

Related Posts

Drugs Seized in Assam’s Khatkhati : two arrested
crime

Drugs Seized in Assam’s Khatkhati : two arrested

by ASSAM TIMES POST
January 18, 2026
54
Powerful Police Bust in Khatkhati: Heroin Seized, Two Arrested in a Swift Crackdown
crime

Powerful Police Bust in Khatkhati: Heroin Seized, Two Arrested in a Swift Crackdown

by ASSAM TIMES POST
January 12, 2026
60
WhatsApp : মাত্ৰ এটা ক্লিকতে হাইজেক ৱাটছএপ একাউণ্ট
crime

WhatsApp : মাত্ৰ এটা ক্লিকতে হাইজেক ৱাটছএপ একাউণ্ট

by News Desk
December 20, 2025
55
Retired Official and Wife Brutally Attacked by Ex-Caretaker in Nagaon
ALL NEWS

Retired Official and Wife Brutally Attacked by Ex-Caretaker in Nagaon

by ASSAM TIMES POST
November 8, 2025
58
Outrage at Goalpara College: Student Harassment Sparks Protests and Calls for Justice
crime

Outrage at Goalpara College: Student Harassment Sparks Protests and Calls for Justice

by ASSAM TIMES POST
September 16, 2025
52
Doughter in law Injury I বোৱাৰীয়ে কিয় চাকৰি কৰিব? ৰাজপথত বোৱাৰীয়েকক ইটাৰে আঘাত শহুৰেকৰ
crime

Murder I বৰলাংফাৰত পত্নীক ঘপিয়াই হত্যা ঘাতক স্বামীৰ:স্বামী গ্ৰেপ্তাৰ

by Staff Reporter
September 7, 2025
74
ADVERTISEMENT
BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
51
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
57
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত
National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026
51
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d