ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

RG Kar Rape and Murder Case I আৰ জি কৰৰ নিৰ্যাতিতাৰ নাম আৰু ছবি প্ৰকাশৰ লগতে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি, এজনক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 19, 2024
Reading Time: 1 min read
A A
0
RG Kar Rape and Murder Case I আৰ জি কৰৰ নিৰ্যাতিতাৰ নাম আৰু ছবি প্ৰকাশৰ লগতে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি, এজনক গ্ৰেপ্তাৰ

RELATED POSTS

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা

PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

New Logo Smal 2 | ASSAM TIMES POST

আৰ জি কৰ হাস্পতাল (RG Kar Hospital)ত নিহত চিকিৎসকৰ নাম আৰু ছবি প্ৰকাশ (Name and photograph of the deceased doctor was released) কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক হত্যাৰ ভাবুকি (Mamata Banerjee receives death threats) দিয়াৰ অভিযোগত তালতলাৰ পৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ (One person arrested) কৰা হৈছে। ইনষ্টাগ্ৰাম পোষ্টৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। সোমবাৰে তালতলা আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত তালতলাৰ পৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ
মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত তালতলাৰ পৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ

আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্তই ‘কিৰ্টিছ’চিয়েল’ নামৰ এটা হেণ্ডেলৰ পৰা ইনষ্টাগ্ৰামত আৰ জি কৰ কাণ্ডৰ সৈতে জড়িত কেইবাটাও পোষ্ট কৰিছিল। তিনিওটা পোষ্টতে জানিব পৰা গৈছে ভুক্তভোগীৰ নাম আৰু ফটো। এই পোষ্টবোৰ যথেষ্ট আপত্তিজনক বুলিও অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰি আন দুটা পোষ্টৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰা হয়। এই পোষ্ট দুটাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপমানজনক আৰু গালি-গালাজৰ মন্তব্য প্ৰকাশ পাইছিল। অভিযোগ অনুসৰি, মুখ্যমন্ত্ৰীক মৃত্যুৰ ভাবুকিও দিয়া হৈছিল।

ইনষ্টাগ্ৰাম পোষ্টৰ ভিত্তিত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। অভিযোগ অনুসৰি, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা পোষ্টসমূহ অতি উত্তেজক আছিল। যিকোনো সময়তে সেই মন্তব্যৰ ভিত্তিত সামাজিক অশান্তি আৰু আন্তঃগোষ্ঠীয় হিংসা বিয়পিব পাৰে। আৰক্ষীয়ে অভিযুক্তৰ জেৰা অব্যাহত ৰাখিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: MamataBanerjeeRGKarRapeCaseআৰজিকৰমমতাবেনাৰ্জী
Share4Tweet3Send

Related Posts

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক
National-International

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

by News Desk
October 24, 2026
53
Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা
National-International

Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা

by News Desk
October 24, 2026
50
PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা
National-International

PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

by News Desk
October 24, 2026
51
Bihar Firecracker blast : বিহাৰত ফটকা কাৰখানাত অগ্নিকাণ্ডত নিহত ৪
National-International

Bihar Firecracker blast : বিহাৰত ফটকা কাৰখানাত অগ্নিকাণ্ডত নিহত ৪

by News Desk
October 24, 2026
56
Donald Trump : ভাৰত-পাকিস্তানৰ ওপৰত ২৫০ শতাংশ শুল্ক আৰোপৰ ভাবুকি দি যুদ্ধ বন্ধ কৰিছোঁ, পুনৰ দাবী ট্ৰাম্পৰ
National-International

Donald Trump : ভাৰত-পাকিস্তানৰ ওপৰত ২৫০ শতাংশ শুল্ক আৰোপৰ ভাবুকি দি যুদ্ধ বন্ধ কৰিছোঁ, পুনৰ দাবী ট্ৰাম্পৰ

by News Desk
October 24, 2026
51
Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো
National-International

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

by News Desk
October 23, 2026
51
ADVERTISEMENT
Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি
Assam

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

October 24, 2026
52
Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক
National-International

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

October 24, 2026
53
Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ
Assam

Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

October 24, 2026
53
Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য
Dima Hasao

Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য

October 24, 2026
61
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

October 24, 2026
Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

October 24, 2026
Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

October 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d