ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

RG Kar case : আৰ জি কৰ আন্দোলনৰ প্ৰভাৱ, বংগত একেলগে ৪৩ চৰকাৰী চিকিৎসকৰ বদলি

নিউজ ডেস্কঃ

News Desk by News Desk
August 17, 2024
Reading Time: 1 min read
A A
0
RG Kar case : আৰ জি কৰ আন্দোলনৰ প্ৰভাৱ, বংগত একেলগে ৪৩ চৰকাৰী চিকিৎসকৰ বদলি

RELATED POSTS

ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা

Rahul Gandhi : মোদীক কওক, জ্ঞানেশক আঁতৰাই দিয়ক, ৩০ ছেকেণ্ডত শেষ হ’ব প্ৰতিবাদ; দিল্লীৰ উদ্বিগ্ন ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা

Supreme Court of India : দল সলনি আৰু জনসাধাৰণৰ ধনেৰে উপ-নিৰ্বাচন সন্দৰ্ভত কেন্দ্ৰ-নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

New Logo Smal 2 | ASSAM TIMES POST

আৰ জি কৰ আন্দোলন (RG Kar Movement)ৰ পৰিপ্ৰেক্ষিতত পশ্চিমবংগ (West Bengal)ৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে (Department of Health and Family Welfare) ৪৩ গৰাকী চিকিৎসক (43 doctors)ক বদলিৰ নিৰ্দেশ (Transfer Order) জাৰি কৰিছে। শুকুৰবাৰে এই সন্দৰ্ভত আনুষ্ঠানিক অধিসূচনা প্ৰকাশ কৰা হয়। চৰকাৰী নিয়ম অনুসৰি, এই অধিসূচনাত ‘ৰাজ্যপালৰ ইচ্ছামতে দায়িত্ব’ৰ বাৰ্তা সন্নিবিষ্ট কৰা হৈছে।

আনহাতে, আৰ জি কৰ হাস্পতালত এগৰাকী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবেই এয়া শাস্তিমূলক বদলি বুলি অভিযোগ উত্থাপন কৰে বিজেপিয়ে।

RG 1 1 | ASSAM TIMES POST
পশ্চিমবংগৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৪৩ গৰাকী চিকিৎসকক বদলিৰ নিৰ্দেশ জাৰি

শনিবাৰে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই বংগত চিকিৎসকৰ বদলি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দলটোৰ সৰ্বভাৰতীয় মুখপাত্ৰ শ্বেহজাদ পুনেৱালাই কয়, “আজি যদি হিটলাৰ, ষ্টেলিন, ইন্দিৰা গান্ধী, কিম জং ইলৰ দৰে একনায়কত্ববাদী থাকিলহেঁতেন তেন্তে মমতা বেনাৰ্জীক প্ৰশংসা কৰিলেহেঁতেন। আৰ জি কৰ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি চিকিৎসালয়ত মহিলাৰ সুৰক্ষাৰ দাবী উত্থাপন কৰা চিকিৎসকসকলক বদলি কৰা হ’ল।”

বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ৪৩গৰাকী চিকিৎসকৰ বদলিক ‘শাস্তিমূলক ব্যৱস্থা’ বুলিও অভিহিত কৰে। আনহাতে, চিকিৎসক সংগঠন ‘ইউনাইটেড ডাক্তৰছ ফ্ৰন্ট এছ’চিয়েচন’এ এই বদলিৰ প্ৰতিবাদ সাব্যস্ত কৰে। এক্স পোষ্টৰ বিবৃতিত কোৱা হৈছে, “আমাৰ প্ৰতিবাদক সমৰ্থন কৰা সদস্যসকলক বংগৰ ৰাজ্যপালে অন্যায়ভাৱে বদলি কৰিলে। কিন্তু এই শাস্তিমূলক ব্যৱস্থাই আমাৰ ন্যায় আৰু নিৰাপত্তাৰ দাবী ৰোধ কৰিব নোৱাৰে। আমি আমাৰ যুঁজত ঐক্যবদ্ধ আৰু দৃঢ়প্ৰতিজ্ঞ।”

এছ’চিয়েচন অৱ হেল্থ চাৰ্ভিচ ডাক্তৰৰ সাধাৰণ সম্পাদক উৎপল বেনাৰ্জীয়ে কয়, “এতিয়া সকলো চিকিৎসকে এই ঘটনাৰ প্ৰতিবাদ কৰিছে। ইয়াৰে কিছুমান অধিক সক্ৰিয়। আমাৰ প্ৰমোচন স্থগিত ৰখা হৈছে। স্বাস্থ্য খণ্ডত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াত আমাক বদলি কৰাৰ আদেশ কিয়?”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: doctorsTransferOrderRGKarCaseআৰজিকৰআন্দোলন
Share5Tweet3Send

Related Posts

ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা
National-International

by News Desk
October 27, 2026
50
Rahul Gandhi : মোদীক কওক, জ্ঞানেশক আঁতৰাই দিয়ক, ৩০ ছেকেণ্ডত শেষ হ’ব প্ৰতিবাদ; দিল্লীৰ উদ্বিগ্ন ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা
National-International

Rahul Gandhi : মোদীক কওক, জ্ঞানেশক আঁতৰাই দিয়ক, ৩০ ছেকেণ্ডত শেষ হ’ব প্ৰতিবাদ; দিল্লীৰ উদ্বিগ্ন ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা

by News Desk
October 27, 2026
50
Supreme Court of India : দল সলনি আৰু জনসাধাৰণৰ ধনেৰে উপ-নিৰ্বাচন সন্দৰ্ভত কেন্দ্ৰ-নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী
National-International

Supreme Court of India : দল সলনি আৰু জনসাধাৰণৰ ধনেৰে উপ-নিৰ্বাচন সন্দৰ্ভত কেন্দ্ৰ-নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

by News Desk
October 27, 2026
50
Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ
National-International

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

by News Desk
October 26, 2026
51
Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন
National-International

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

by News Desk
October 26, 2026
52
Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ
National-International

Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ

by News Desk
October 26, 2026
51
ADVERTISEMENT
ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা
National-International

ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা

October 27, 2026
50
Bilas Inn murder : গুৱাহাটীৰ হোটেল বিলাসৰ হত্যাকাণ্ডক লৈ বৰপেটাৰোডত শোকৰ ছাঁ
Guwahati

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ
Assam

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

October 27, 2026
50
Rahul Gandhi : মোদীক কওক, জ্ঞানেশক আঁতৰাই দিয়ক, ৩০ ছেকেণ্ডত শেষ হ’ব প্ৰতিবাদ; দিল্লীৰ উদ্বিগ্ন ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা
National-International

Rahul Gandhi : মোদীক কওক, জ্ঞানেশক আঁতৰাই দিয়ক, ৩০ ছেকেণ্ডত শেষ হ’ব প্ৰতিবাদ; দিল্লীৰ উদ্বিগ্ন ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা

October 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা

ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা

October 27, 2026
Bilas Inn murder : গুৱাহাটীৰ হোটেল বিলাসৰ হত্যাকাণ্ডক লৈ বৰপেটাৰোডত শোকৰ ছাঁ

Bilas Inn murder : গুৱাহাটীৰ হোটেল বিলাসৰ হত্যাকাণ্ডক লৈ বৰপেটাৰোডত শোকৰ ছাঁ

October 27, 2026
Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

October 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d