ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Flood in Assam : ৰাজ্যৰ বানত ৫২ জন লোকৰ মৃত্যু

নিউজ ডেস্কঃ

News Desk by News Desk
July 5, 2024
Reading Time: 1 min read
A A
0
Flood in Assam : ৰাজ্যৰ বানত ৫২ জন লোকৰ মৃত্যু

RELATED POSTS

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক

New Logo Smal | ASSAM TIMES POST
ৰাজ্যৰ বান পৰিস্থিতি প্ৰায় অপৰিৱৰ্তিত হৈ আছে। আনহাতে, চৰকাৰী তথ্য মতে, শেহতীয়া বানত মৃত্যুৰ সংখ্যা ৫২ জনলৈ বৃদ্ধি (Death toll rises to 52) পাইছে। ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য মতে, ৰাজ্যখনৰ ২৯ খন জিলা বান (Flood in Assam)ৰ কবলত পৰিছে। আনহাতে, এই জিলাকেইখনৰ ১০৭ টা ৰাজহ চক্ৰৰ ৩২০৮ খন গাঁও বৰ্তমানো জলমগ্ন হৈ আছে। ইয়াৰে বহু ঠাইত দলং আৰু বাট-পথত খহনীয়াৰ সৃষ্টি হৈছে। যাৰ ফলত এই অঞ্চলবোৰত যাতায়াত ব্যৱস্থা ব্যাহত হৈছে।

flood0 | ASSAM TIMES POST

উল্লেখ্য, চলিত বানত ৰাজ্যৰ মুঠ ২১.১৩ লাখ লোক প্ৰভাৱিত হৈছে। ইফালে ৫৭,০১৮ হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। বৃহস্পতিবাৰে পুনৰ ৬ জন লোকৰ বানত মৃত্যু হৈছে। আনহাতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আশ্রয় শিবিৰ তথা সাহায্য কেন্দ্ৰত ৭৬৩ লাখ বানাক্ৰান্তই আশ্রয় গ্ৰহণ কৰি আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: FloodinAssamঅসমবানপানী
Share4Tweet3Send

Related Posts

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ
Assam

by News Desk
October 27, 2026
50
Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ
Assam

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

by News Desk
October 26, 2026
51
Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক
Assam

Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক

by News Desk
October 26, 2026
51
Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি
Assam

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

by News Desk
October 24, 2026
52
Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

54
Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ
Assam

Medicine black market : নলবাৰীত ১০ কোটিৰো অধিক মূল্যৰ চোৰাং ঔষধ উদ্ধাৰ

by News Desk
October 24, 2026
51
ADVERTISEMENT
Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক
National-International

Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক

October 27, 2026
50
Guwahati hotel firing : হোটেল বিলাস ইনৰ হত্যাকাণ্ড, অভিযুক্ত ঘনকান্ত গগৈৰ পৰিয়ালৰ বিস্ফোৰক মন্তব্য
Guwahati

Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ
NORTHEAST

ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা
National-International

ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা

October 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক

Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক

October 27, 2026
Guwahati hotel firing : হোটেল বিলাস ইনৰ হত্যাকাণ্ড, অভিযুক্ত ঘনকান্ত গগৈৰ পৰিয়ালৰ বিস্ফোৰক মন্তব্য

Guwahati hotel firing : হোটেল বিলাস ইনৰ হত্যাকাণ্ড, অভিযুক্ত ঘনকান্ত গগৈৰ পৰিয়ালৰ বিস্ফোৰক মন্তব্য

October 27, 2026
Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ

Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ

October 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d