ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Gaurav Gogoi : বোকাখাতত যোৰহাটৰ নৱ নিৰ্বাচিত সাংসদ গৌৰৱ গগৈক কংগ্ৰেছ কৰ্মীৰ বিপুল আদৰণি

অজন্তা তালুকদাৰঃ বোকাখাত :

News Desk by News Desk
June 6, 2024
Reading Time: 1 min read
A A
0
Gaurav Gogoi : বোকাখাতত যোৰহাটৰ নৱ নিৰ্বাচিত সাংসদ গৌৰৱ গগৈক কংগ্ৰেছ কৰ্মীৰ বিপুল আদৰণি

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

গুৱাহাটীমূখী যাত্ৰাত আজি যোৰহাট (Jorhat)ৰ নৱ নিৰ্বাচিত সাংসদ গৌৰৱ গগৈ (Newly elected MP Gaurav Gogoi)ক বোকাখাতৰ কংগ্ৰেছ কৰ্মীসকলে বিপুল আদৰণি জনায়। বোকাখাতত সাংসদ গৰাকীয়ে কয়- “পীয়ুয হাজৰিকাই ৰাজনীতি এৰিলে আমাৰেই লোকচান। তেখেতে ৰাজনীতি এৰিব নেলাগে। কংগ্ৰেছৰ বিজয় নিশ্চিত কৰিবলৈকে তেখেত ৰাজনীতিত থকা প্ৰয়োজন। যোৰহাটেই তাৰ উদাহৰণ”।

GOURAVE | ASSAM TIMES POST

লগতে সাংসদ গৌৰৱ গগৈয়ে আৰু কয়- “মুখ্যমন্ত্ৰী আৰু তেখেতৰ সোঁহাত বাঁওহাত য’ত যায় তাতে কংগ্ৰেছৰ ভাল দিন আহে গতিকে তেখেত সকলক নিমন্ত্ৰন জনোৱা হৈছে। তেওঁলোক আহিয়ে থাকক, আহিয়ে থাকক। মুখ্যমন্ত্ৰী যোৰহাট আহি থাকক, বোকাখাত আহি থাকক, গোলাঘাট আহি থাকক, ডিব্ৰুগড় আহি থাকক তেতিয়া ভাল লাগিব।

পিযুষ হাজৰিকাই ৰাজনীতি এৰিব নালাগে”। যোৰহাটৰ দৰে এটা সন্মানীয় সমষ্টিৰ পৰা নিৰ্বাচিত গৌৰৱ গগৈয়ে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ শেহতীয়া বক্তব্য আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য সৰ্ন্দভতো বহু কথাই কৈ গ’ল সাংসদ জনে। একেদৰে ৰাজ্যৰ সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিক বিজেপি য়ে নহয় কংগ্ৰেছ দিলেহে উফৰালে বুলিও মন্তব্য কৰে গৌৰব গগৈয়ে।

Tags: GauravGogoiগৌৰৱগগৈ
Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
ADVERTISEMENT
‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা   ‎
National-International

‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা  ‎

June 6, 2026
50
“Supreme Court Refuses to Stay New Election Commissioner Appointment Law, Seeks Detailed Responses”
National-International

Porn Video । ইণ্টাৰনেটত পৰ্ণ’গ্ৰাফিক ছবি চাবলৈ লাগিব আধাৰ কাৰ্ড, নতুন আইনৰ প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026
50
AirTrunk I ২০৩০ চনৰ ভিতৰত দেশত ৩ লাখ কোটি বিনিয়োগৰ পথত এয়াৰট্ৰাংক
National-International

AirTrunk I ২০৩০ চনৰ ভিতৰত দেশত ৩ লাখ কোটি বিনিয়োগৰ পথত এয়াৰট্ৰাংক

June 6, 2026
50
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!
National-International

Iran US war I অস্ত্ৰৰ নাটনি, যুদ্ধবিৰতিৰ বাহিৰে গত্যন্তৰ নাই ইৰাণৰ: দাবী ট্ৰাম্পৰ

June 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা   ‎

‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা  ‎

June 6, 2026
“Supreme Court Refuses to Stay New Election Commissioner Appointment Law, Seeks Detailed Responses”

Porn Video । ইণ্টাৰনেটত পৰ্ণ’গ্ৰাফিক ছবি চাবলৈ লাগিব আধাৰ কাৰ্ড, নতুন আইনৰ প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026
AirTrunk I ২০৩০ চনৰ ভিতৰত দেশত ৩ লাখ কোটি বিনিয়োগৰ পথত এয়াৰট্ৰাংক

AirTrunk I ২০৩০ চনৰ ভিতৰত দেশত ৩ লাখ কোটি বিনিয়োগৰ পথত এয়াৰট্ৰাংক

June 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx