ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Medium and Language Teacher Recruitment : মাতৃভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে পৰিষদ বদ্ধপৰিকৰ : তুলিৰাম ৰংহাং

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
November 2, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে (KAAC) আজি দুয়োখন পার্বত্য জিলাৰ বাবে খালী থকা ৫০টা পদত (50 posts) ৫০গৰাকী কাৰ্বি মাধ্যম আৰু ভাষা শিক্ষক নিযুক্তি (Karbi Medium and Language Teacher Recruitment) দিয়ে। এই উপলক্ষে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সভাকক্ষত অনুষ্ঠিত সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাং (Tuliram Ronghang)। ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং, পৰিষদৰ বহু কেইগৰাকী কাৰ্যবাহী সদস্য, বহু কেইগৰাকী এমএচি উপস্থিত থাকে উক্ত সভাত। পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য বিচার্ড টকবিয়ে আদৰণি ভাষণ পাঠ কৰাব লগতে শিক্ষা বিভাগে লোৱা বিভিন্ন পদক্ষেপ সম্পর্কে অবগত কৰে।

tULIP2 | ASSAM TIMES POST

আনহাতে, মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে পৰিষদে শিক্ষাক অগ্রাধিকাৰ প্ৰদান কৰা বুলি উল্লেখ কৰি শিক্ষাৰ জৰিয়তে জিলাখনৰ উন্নয়ন সম্ভব বুলি উল্লেখ কৰে৷ সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰংহাঙে কয় যে কেন্দ্ৰীয় চৰকাৰে নতুন শিক্ষা নীতিৰ জৰিয়তে মাতৃ ভাষাক অগ্রাধিকাৰ দিবলৈ নিৰ্দেশ প্রদান কৰিছে। এই নতুন শিক্ষা নীতিৰ আধাৰত মাতৃ ভাষা যাতে সুৰক্ষিত হোৱাৰ লগতে প্ৰচাৰ আৰু প্রসাৰ কৰিব পাৰি তাৰ বাবে পৰিষদ বদ্ধপৰিকৰ মাতৃ ভাষা বিকাশৰ স্বাৰ্থত পৰিষদে কাৰ্বি মিডিয়াম আৰু কাৰ্বি লেংগুৱেজ শিক্ষক নিযুক্তি প্রদান কৰি অহাৰ লগতে পৰিষদৰ ৰাজহৰ জৰিয়তে তেওঁলোকক দৰমহা প্ৰদান কৰি থকা হৈছে বুলি উল্লেখ কৰে ৷

Tulip0 | ASSAM TIMES POST

এই সকলো নিযুক্তি পৰিষদৰ তৰফৰ পৰা প্ৰদান কৰা বুলি উল্লেখ কৰাৰ লগতে দুয়োখন জিলাৰ প্ৰতিখন বিদ্যালয়ত এই শিক্ষক নিযুক্তি প্রদান কৰা হ’ব। আজি যি সমূহ বিদ্যালয়ত পদ খালী আছে তাত নিযুক্তি প্ৰদান কৰা হ’ল বুলি উল্লেখ কবি ইয়াৰ বাবে সম্পূর্ণ নিযুক্তি প্রক্রিয়া পৰিষদে পালন কৰা বুলিও ব্যক্ত কৰি মেধাৰ ভিত্তিত এই নিযুক্তি প্রদান কৰাৰ কথা উল্লেখ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: KarbiMediumRecruitmenকাৰ্বিমাধ্যমআৰুভাষাশিক্ষকনিযুক্তি
Share6Tweet4Send

Related Posts

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত
KARBI ANGLONG

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত

by News Desk
August 26, 2026
50
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

by News Desk
August 25, 2026
55
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

by ASSAM TIMES POST
August 25, 2026
57
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

by ASSAM TIMES POST
August 25, 2026
56
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

by News Desk
August 22, 2026
61
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

by News Desk
August 21, 2026
65
ADVERTISEMENT
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

August 26, 2026
50
Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬
National-International

Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

August 26, 2026
50
Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ
National-International

Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ

August 26, 2026
50
US Iran conflict : ইৰাণৰ সৈতে ব্যৱসায়; ৩ ভাৰতীয় নাগৰিককে ধৰি চাৰিটা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা ট্ৰাম্প প্ৰশাসনৰ
National-International

US Iran conflict : ইৰাণৰ সৈতে ব্যৱসায়; ৩ ভাৰতীয় নাগৰিককে ধৰি চাৰিটা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা ট্ৰাম্প প্ৰশাসনৰ

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

August 26, 2026
Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

August 26, 2026
Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ

Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d