ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Assembly elections in Karnataka I কৰ্ণাটকত প্ৰধানমন্ত্ৰীৰ কংগ্ৰেছক তীব্ৰ তাচ্ছিল্য

নিউজ ডেস্কঃ

News Desk by News Desk
April 28, 2023
Reading Time: 1 min read
A A
0
Assembly elections in Karnataka I কৰ্ণাটকত প্ৰধানমন্ত্ৰীৰ কংগ্ৰেছক তীব্ৰ তাচ্ছিল্য

RELATED POSTS

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

কংগ্ৰেছৰ দাবী যে কৰ্ণাটক (Karnataka)ৰ সাধাৰণ জনতাই বিজেপি চৰকাৰক লৈ ক্ষুব্ধ, দুৰ্নীতিৰ বাবে বিৰক্ত। এইখন দক্ষিণৰ ৰাজ্যত বিধানসভা নিৰ্বাচনৰ (Assembly elections) টিকট দিয়াৰ সমান্তৰালকৈ বিজেপিতো দলীয় সংঘাত চৰ্চালৈ আহিছে। কৰ্ণাটকৰ এই কঠিন যুদ্ধত শেষলগ্নৰ বাবে প্ৰচাৰ চলাই নৰেন্দ্ৰ মোডী (Narendra Modi)য়ে প্ৰথমে বিজেপিৰ নেতা-কৰ্মীক বাৰ্তা দিছিল। নিৰ্বাচনৰ দুসপ্তাহমান পূৰ্বে তেওঁৰ এপৰ জৰিয়তে ভোটদান কৌশলৰ পাঠ দিয়াৰ উপৰি মনোবল বৃদ্ধিৰ বাবে তুচ্ছ-তাচ্ছিল্য কৰে কংগ্ৰেছক।

কৰ্ণাটক
কৰ্ণাটকত প্ৰধানমন্ত্ৰীৰ কংগ্ৰেছক তীব্ৰ তাচ্ছিল্য:

প্ৰধানমন্ত্ৰীৰ ভাষাত, “কংগ্ৰেছ মানে কেৱল মিছা প্ৰতিশ্ৰুতি (গেৰাণ্টী), দুৰ্নীতিৰ প্ৰতিশ্ৰুতি। কংগ্ৰেছ এতিয়া এনে অৱস্থাত আছে যে তেওঁলোকৰ বাবে কোনো প্ৰতিশ্ৰুতি দিয়াটো একেবাৰেই অসম্ভৱ। বৰঞ্চ তেওঁলোকৰ ৱাৰেণ্টীৰো ম্যাদ উকলি গৈছে।” কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে অৱশ্যে প্ৰতি আক্ৰমণত দাবী কৰে, “আমি সদায় প্ৰতিশ্ৰুতি পালন কৰোঁ। তেওঁলোকৰ (বিজেপি) হাতত কিবা এনে তথ্য আছেনেকি যʼত আমি কথা ৰখা নাই?”

বৃহস্পতিবাৰে দক্ষিণৰ ৰাজ্যখনত পূৰ্ণাংগ প্ৰচাৰ চলাই যোৱাৰ পিছতো ভাষণ দিয়াৰ পৰিৱৰ্তে মোডীয়ে ভাৰ্চুৱেলি দলীয় কৰ্মীসকলৰ সৈতে তেওঁৰ ‘নমো’ এপৰ জৰিয়তে মত বিনিময় কৰে। তেওঁৰ পৰামৰ্শ, “দহজনকৈ পুৰুষ-মহিলাৰ এটা দল বনাওক। দুৱাৰে দুৱাৰে গৈ Double Engine Govt-ৰ সফলতা বিয়পাই দিয়ক…. প্ৰতিটো ঘৰতে অন্তত এঘণ্টা সময় কটাওক, বয়োজ্যেষ্ঠৰ আশীৰ্বাদ লওক।”

নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰ জোৰদাৰ কৰি তোলাৰ দাবী জনাই মোদীয়ে কয়, “বিজেপিয়ে অভিলেখ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব।” দলীয় কর্মীসকলক সম্বোধন কৰি তেওঁ কয়, “মই কেইদিনমানৰ পাছত কর্ণাটক ভ্রমণ কৰিম৷ ৰাজ্যত প্ৰচাৰ চলাবলৈ অহা বিজেপি নেতৃত্বই মোক কʼলে যে ইয়াৰ ৰাইজে তেওঁলোকক দুহাত ভৰি আশীৰ্বাদ কৰিছে।”

প্ৰধানমন্ত্ৰীৰ এই বক্তব্যৰ বিপৰীতে কংগ্ৰেছে কৰ্ণাটকৰ বিজেপি চৰকাৰক ‘৪০ শতাংশ আয়োগ চৰকাৰ’ বুলি ঠাট্টা-মস্কৰা কৰিছে। কাৰণ ৰাজ্যৰ একাংশ ঠিকাদাৰে অভিযোগ কৰিছিল যে মন্ত্ৰীসকলে চৰকাৰী কামৰ বাবে ৪০% কমিচন দিব লাগে। কংগ্ৰেছৰ মুখপাত্ৰ জয়ৰাম ৰমেশে কয়, “১০ মেʼৰ নিৰ্বাচনত কৰ্ণাটকৰ ৰাইজে ৪০% আয়োগ চৰকাৰৰ পতন নিশ্চিত কৰিব। ইয়াৰ পিছত কংগ্ৰেছে দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ হʼব। যেনেকৈ ছত্তীশগড়, ৰাজস্থান আৰু হিমাচল প্ৰদেশত ঘটিছে।”

ইয়াৰ মাজতে প্ৰচাৰত উচটনিমূলক ভাষণ দিয়াৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। জ্বলন্ত বক্তব্য দিয়া, ঘৃণা বিয়পোৱা আৰু বিৰোধীক অপমান কৰাৰ অভিযোগত কংগ্ৰেছ নেতাসকলে গোচৰ তৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Assembly ElectionKarnataka electionsmodiকৰ্ণাটক নিৰ্বাচনবিধানসভা নিৰ্বাচন
Share4Tweet3Send

Related Posts

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

by News Desk
August 26, 2026
50
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

by News Desk
August 26, 2026
50
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

by News Desk
August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

by News Desk
August 26, 2026
50
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

by News Desk
August 26, 2026
50
Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬
National-International

Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

by News Desk
August 26, 2026
50
ADVERTISEMENT
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
50
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
50
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
50
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d