ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Mobile phone explosion I কেৰালাত মোবাইল ফোন বিস্ফোৰণত এটি শিশুৰ মৃত্যু, কি কয় ফোন নিৰ্মাতা কোম্পানীটোৱে

নিউজ ডেস্কঃ

News Desk by News Desk
April 27, 2023
Reading Time: 1 min read
A A
0
Mobile phone explosion I কেৰালাত মোবাইল ফোন বিস্ফোৰণত এটি শিশুৰ মৃত্যু, কি কয় ফোন নিৰ্মাতা কোম্পানীটোৱে

RELATED POSTS

Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য

Drugs Seized : আমিনগাঁৱত প্ৰায় ৩ কোটি মূল্যৰ নিচাজাতীয় দ্ৰব্য জব্দ

SC on SIR : SIR বিতৰ্কৰ সকলো তদন্ত কৰিব উচ্চতম ন্যায়ালয়ে

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

কেৰালা (Kerala)ৰ এগৰাকী ৮ বছৰীয়া শিশুৰ গেম খেলি থকা অৱস্থাত মুখত মোবাইল ফোন বিস্ফোৰণ (Mobile phone explosion) ঘটি মৃত্যু (Death) হয়। উক্ত ঘটনাত চীনৰ এটা মোবাইল ফোন নিৰ্মাতা কোম্পানীৰ (China’s phone maker company) বিৰুদ্ধে অভিযোগ উত্থাপন হয়। শিশুটিৰ পৰিয়ালে জনোৱা মতে, তেওঁলোকে এটা নিৰ্দিষ্ট কোম্পানীৰ ওচৰত অভিযোগ দাখিল কৰি কয় যে সেই কোম্পানীটোৰ ফোন বিস্ফোৰণ হৈ তেওঁলোকৰ কন্যাৰ মৃত্যু হয়। অৱশ্যে আৰক্ষীৰ সূত্ৰ অনুসৰি, মোবাইল নিৰ্মাতা কোম্পানীটোৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। এই বিষয়ত তদন্ত চলি আছে।

 মোবাইল ফোন বিস্ফোৰণ
কেৰালাত মোবাইল ফোন বিস্ফোৰণত এটি শিশুৰ মৃত্যু:

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত চীনৰ ফোন নিৰ্মাতা কোম্পানীটোৱে জনাইছে যে গ্ৰাহকৰ সুৰক্ষা তেওঁলোকৰ বাবে সদায় অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে। বিষয়টোক ‘গুৰুতৰ’ বুলি অভিহিত কৰি তেওঁলোকে কয় যে শিশুটিৰ পৰিয়ালৰ কাষত থিয় দিব লাগে। এই প্ৰসংগত কোম্পানীটোৰ মুখপাত্ৰই কয়, “এই ঘটনাৰ তদন্ত চলি আছে। অৱশ্যে আমাৰ কোম্পানীৰ ফোনটো শিশুটিৰ হাতত আছিলনে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে সতৰ্কতামূলক ব্যৱস্থা হিচাপে আমি ইয়াৰ কাৰণো তদন্ত কৰি আছো।”

কণমানি আদিত্যশ্ৰীয়ে সোমবাৰে নিশা আন দিনাৰ দৰেই মোবাইল ফোনত গেম খেলি আছিল। খেলি থাকোঁতে হঠাৎ এটা ডাঙৰ শব্দৰে মোবাইলটো বিস্ফোৰণ ঘটে। কণমানি আদিত্যশ্ৰীক পিতৃ-মাতৃয়ে চিকিৎসালয়লৈ লৈ যায়। চিকিৎসকৰ সকলো প্ৰচেষ্টা বিফল হয় আৰু চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়। জনা যায় যে আদিত্যশ্ৰীয়ে গেম খেলা আৰু মোবাইল ফোনত ভিডিঅʼ চাই ভাল পাইছিল। কামৰ অন্তত পিতৃ-মাতৃয়ে ঘৰলৈ উভতি আহোঁতে ছোৱালীজনীৰ হাতত মোবাইলটো গতাই দিবলগীয়া হৈছিল। তেনে কৰি থাকোঁতে সংঘটিত হয় দুৰ্ঘটনাটো।

আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণা যে কিবা কাৰণত মোবাইলৰ বেটাৰী অতিমাত্ৰা গৰম হৈছিল। সেইটোৱেই হৈছে বিস্ফোৰণৰ কাৰণ। ফাটি যোৱা মোবাইলটো ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। সেই প্ৰতিবেদন পোৱাৰ পিছত স্পষ্ট হʼব, আদিত্যশ্ৰীৰ মৃত্যুৰ সঠিক কাৰণ। মোবাইল ফোনটোত কোনো ধৰণৰ বিজুতি হৈছিল নেকি সেই বিষয়েও তদন্ত চলি আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: KeralaMobile phone explosionকেৰালামোবাইল ফোন বিস্ফোৰণ
Share5Tweet3Send

Related Posts

Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য
National-International

Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য

by News Desk
October 28, 2026
50
Drugs Seized : আমিনগাঁৱত প্ৰায় ৩ কোটি মূল্যৰ নিচাজাতীয় দ্ৰব্য জব্দ
National-International

Drugs Seized : আমিনগাঁৱত প্ৰায় ৩ কোটি মূল্যৰ নিচাজাতীয় দ্ৰব্য জব্দ

by News Desk
October 28, 2026
50
ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা
National-International

SC on SIR : SIR বিতৰ্কৰ সকলো তদন্ত কৰিব উচ্চতম ন্যায়ালয়ে

by News Desk
October 28, 2026
50
Scientiest suicide : বেংগালুৰুত বিজ্ঞানীৰ আত্মহত্যা, আছিল যুঁজাৰু বিমানৰ প্ৰগ্ৰেমিঙত নিয়োজিত
National-International

Scientiest suicide : বেংগালুৰুত বিজ্ঞানীৰ আত্মহত্যা, আছিল যুঁজাৰু বিমানৰ প্ৰগ্ৰেমিঙত নিয়োজিত

by News Desk
October 28, 2026
50
Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক
National-International

Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক

by News Desk
October 27, 2026
51
ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা
National-International

ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা

by News Desk
October 27, 2026
51
ADVERTISEMENT
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য
National-International

Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য

October 28, 2026
50
Drugs Seized : আমিনগাঁৱত প্ৰায় ৩ কোটি মূল্যৰ নিচাজাতীয় দ্ৰব্য জব্দ
National-International

Drugs Seized : আমিনগাঁৱত প্ৰায় ৩ কোটি মূল্যৰ নিচাজাতীয় দ্ৰব্য জব্দ

October 28, 2026
50
ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা
National-International

SC on SIR : SIR বিতৰ্কৰ সকলো তদন্ত কৰিব উচ্চতম ন্যায়ালয়ে

October 28, 2026
50
Scientiest suicide : বেংগালুৰুত বিজ্ঞানীৰ আত্মহত্যা, আছিল যুঁজাৰু বিমানৰ প্ৰগ্ৰেমিঙত নিয়োজিত
National-International

Scientiest suicide : বেংগালুৰুত বিজ্ঞানীৰ আত্মহত্যা, আছিল যুঁজাৰু বিমানৰ প্ৰগ্ৰেমিঙত নিয়োজিত

October 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য

Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য

October 28, 2026
Drugs Seized : আমিনগাঁৱত প্ৰায় ৩ কোটি মূল্যৰ নিচাজাতীয় দ্ৰব্য জব্দ

Drugs Seized : আমিনগাঁৱত প্ৰায় ৩ কোটি মূল্যৰ নিচাজাতীয় দ্ৰব্য জব্দ

October 28, 2026
ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা

SC on SIR : SIR বিতৰ্কৰ সকলো তদন্ত কৰিব উচ্চতম ন্যায়ালয়ে

October 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d