ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Joe Biden On silicon Valley I আমেৰিকাত ইটোৰ পিছত সিটোকৈ বেংক দেউলীয়া! পৰিস্থিতি মোকাবিলা কৰিবলৈ বাইডেনৰ বাৰ্তা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 13, 2023
Reading Time: 1 min read
A A
0
Joe Biden On silicon Valley I আমেৰিকাত ইটোৰ পিছত সিটোকৈ বেংক দেউলীয়া! পৰিস্থিতি মোকাবিলা কৰিবলৈ বাইডেনৰ বাৰ্তা

RELATED POSTS

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে (Joe Biden) আমেৰিকাৰ ছিলিকন ভেলী (Silicon Valley, America) বেংকৰ পতনৰ বাবে দায়ীসকলক সকীয়াই দিয়ে। ইয়াৰ বাবে সকলোকে জবাবদিহি হʼব লাগিব বুলিও তেওঁ কয়। আমেৰিকাৰ ষোড়শ বৃহত্তম বেংক আছিল ছিলিকন ভেলী। যোৱা শুকুৰবাৰে বেংকটো বন্ধ কৰি দিয়া হৈছিল।

Joe Biden
Joe Biden on Silicon Valley:

বেংক দেউলীয়া হোৱাৰ পিছতে বেংকটোৱে সংগ্ৰহ কৰা ধনখিনি চৰকাৰে অধিগ্ৰহণ কৰিছিল। ২০০৮ চনৰ বিশ্ব বিত্তীয় সংকটৰ পিছত খুচুৰা বেংকিং ব্যৱস্থাৰ আটাইতকৈ ডাঙৰ বিফলতা বুলি কোৱা হৈছে।

আমেৰিকাত ছিলিকন ভেলী বেংক অতি জনপ্ৰিয় হৈ পৰিছিল। বহুতে এই বেংকটোক বিশ্বাস কৰি নিজৰ কষ্টোপাৰ্জিত ধন জমা কৰি ৰাখিছিল। কিন্তু ছিলিকন ভেলীৰ দেউলীয়া হোৱাৰ ফলত আমেৰিকাৰ বেংকিং ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ আস্থা কমি গৈছে। বাইডেনে ইয়াক পুনৰ ঘূৰাই আনিবলৈ চেষ্টা কৰিছে। সোমবাৰে তেওঁ কয় যে নাগৰিকসকলক আশ্বস্ত কৰিবলৈ বেংকিং ব্যৱস্থাৰ উন্নতিৰ বিষয়ে আলোচনা কৰিব।

প্ৰযুক্তিভিত্তিক ষ্টাৰ্টআপত বিনিয়োগ কৰি কম সময়ৰ ভিতৰতে ছিলিকন ভেলী বেংকে বৃহৎ পৰিমাণৰ সঞ্চয় কৰিছিল। এই বেংক কৰ্তৃপক্ষই আমেৰিকাৰ বণ্ডত বিনিয়োগ কৰিছিল। কিন্তু ফেডাৰেল ৰিজাৰ্ভে (Federal Reserve)  যোৱা বছৰ মুদ্ৰাস্ফীতি ৰোধৰ বাবে সুতৰ হাৰ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছিল, যাৰ ফলত বণ্ডৰ মূল্য হ্ৰাস পাইছিল। কʼৰোনা মহামাৰীৰ পাছত ষ্টাৰ্টআপসমূহো ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছে। আত্মবিশ্বাস হেৰুৱাই গ্ৰাহকে খৰখেদাকৈ বেংকৰ পৰা ধন উলিয়াবলৈ ধৰে।

বেংক কৰ্তৃপক্ষই নিজৰ শ্বেয়াৰ বিক্ৰী কৰি গ্ৰাহকক ধন যোগান ধৰিবলগা হয়। ফলত বেংকৰ বেলেন্স শ্বীটত অতি সোনকালেই প্ৰভাৱ পৰিল। কিছুদিন পূৰ্বে ছিলিকন ভেলী বেংকে দেখুওৱা পৰিসংখ্যাত কোৱা হৈছে যে যোৱা কেইদিনমানত বেংকটোৱে প্ৰায় ২ বিলিয়ন ডলাৰ সংগ্ৰহ কৰিছে। সেই বেংকত জমা হোৱা গ্ৰাহকৰ ধনৰ দায়িত্ব লৈছে ফেডাৰেল ডিপোজিট ইনশ্বুৰেন্স কৰ্প’ৰেচন অব কেলিফৰ্ণিয়াই (Deposite Insurance Corporation Of California)।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Joe Biden
Share4Tweet3Send

Related Posts

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

by News Desk
August 22, 2026
51
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত
National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

by News Desk
August 22, 2026
51
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

by News Desk
August 22, 2026
51
Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

52
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

August 21, 2026
51
ADVERTISEMENT
BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
51
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
57
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত
National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026
51
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d