ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 21, 2026
Reading Time: 1 min read
A A
0
MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

RELATED POSTS

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

Rewant Reddy : তেলেংগানাৰ মুখ্যমন্ত্ৰীক আমেৰিকালৈ যোৱাত বাধা কেন্দ্ৰৰ, লণ্ডনৰ পৰাই দেশলৈ উভতিল ৰেৱন্ত ৰেড্ডী

Sajjan Kumar dies : তিহাৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ মৃত্যু

New Logo Smal 2 | ASSAM TIMES POST

মধ্যপ্ৰদেশৰ কাটনি জিলা (Katni district of Madhya Pradesh)ৰ উপ-আৰক্ষী অধীক্ষক (DSP) নেহা পাচিছিয়া (Neha Pachisia) পুনৰবাৰ বিতৰ্কৰ মাজত (Amidst the debate again) সোমাই পৰিছে। এইবাৰ কোটি কোটি টকাৰ ভূমিত প্ৰতাৰণা কৰাৰ অভিযোগত এফআইআৰ দাখিল কৰা হৈছে। কেৱল নেহাই নহয়, তেওঁৰ দুই সহযোগী ক্ষিতিজ ৰাজ আৰু মাৰুফ আহমেদৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, নেহাই ১৮ লাখ টকাৰ বিনিময়ত ১.৭ কোটি টকাৰ মূল্যৰ মাটি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগকাৰীৰ নাম আকাশ লোধি। অভিযোগ অনুসৰি, নেহা আৰু তেওঁৰ দুই সহযোগীয়ে দীৰ্ঘদিন ধৰি তেওঁৰ পিতৃ ৰমেশ লোধিক হেঁচা প্ৰয়োগ কৰি আহিছিল। আকাশৰ পিতৃৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আছে। লগতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তেওঁক ভাবুকি দি মাটি দখল কৰিবলৈ চেষ্টা কৰে। এই মাটিৰ মূল্য ১.৭ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু ১৮ লাখ টকাত মাটি বিক্ৰী কৰিবলৈ বাধ্য কৰা বুলি অভিযোগ উত্থাপন হৈছে।

neha 1 | ASSAM TIMES POST
পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

অভিযোগ অনুসৰি, নেহা আৰু তেওঁৰ সহযোগীসকলে ২.৫ হেক্টৰ মাটি বিক্ৰী কৰিবলৈ ৰমেশক হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে। আনকি মাটি বিক্ৰী কৰিবলৈ মান্তি নহ’লে জে’ললৈ পঠিয়াব বুলিও ভাবুকি দিছিল। বিষয়টো আই জিৰ ওচৰ পায়গৈ। তেওঁ জব্বলপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনু বেনিৱালক নেহাৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে নেহাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়। অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও নেহাৰ বিৰুদ্ধে ২৫ হাজাৰ টকাৰ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছত নেহাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়। তিনিখন আৰক্ষী থানাৰ দায়িত্বৰ পৰা আঁতৰাই দিয়া হয় তেওঁক।

ডিএছপি হোৱাৰ পূৰ্বে নেহাই বিমান পৰিচাৰিকা হিচাপে কাম কৰিছিল। সেই চাকৰি এৰি তেওঁ মধ্যপ্ৰদেশ লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল। সেই পৰীক্ষাত তেওঁ উত্তীৰ্ণ হৈ ডিএছপি পদত যোগদান কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DSPNehaPachisia
Share4Tweet3Send

Related Posts

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ
National-International

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

by News Desk
August 22, 2026
50
Rewant Reddy : তেলেংগানাৰ মুখ্যমন্ত্ৰীক আমেৰিকালৈ যোৱাত বাধা কেন্দ্ৰৰ, লণ্ডনৰ পৰাই দেশলৈ উভতিল ৰেৱন্ত ৰেড্ডী
National-International

Rewant Reddy : তেলেংগানাৰ মুখ্যমন্ত্ৰীক আমেৰিকালৈ যোৱাত বাধা কেন্দ্ৰৰ, লণ্ডনৰ পৰাই দেশলৈ উভতিল ৰেৱন্ত ৰেড্ডী

by News Desk
August 21, 2026
51
Sajjan Kumar dies : তিহাৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ মৃত্যু
National-International

Sajjan Kumar dies : তিহাৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ মৃত্যু

by News Desk
August 21, 2026
51
Jharkhand protest : একপক্ষীয়ভাৱে পৰীক্ষা কিয় বাতিল কৰা হৈছে ? হেমন্ত ছোৰেন চৰকাৰৰ সিদ্ধান্তত স্থগিতাদেশ ৰাঁচী উচ্চ ন্যায়ালয়ৰ
National-International

Hemant Soren Govt : পৰীক্ষা বাতিলৰ সিদ্ধান্তত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশত ক্ষুব্ধ চাকৰি প্ৰত্যাশী, পুনৰ আন্দোলনৰ আহ্বান

by News Desk
August 21, 2026
51
CJP Protest : পঁইতাচোৰাৰ আন্দোলন বন্ধ কৰিবলৈ আৰক্ষীৰ বল প্ৰয়োগৰ অভিযোগ তদন্তৰ কমিটী গঠন উচ্চতম ন্যায়ালয়ৰ
National-International

CJP Protest : পঁইতাচোৰাৰ আন্দোলন বন্ধ কৰিবলৈ আৰক্ষীৰ বল প্ৰয়োগৰ অভিযোগ তদন্তৰ কমিটী গঠন উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 21, 2026
51
Ship missing : ছোমালিয়া আৰু য়েমেন উপকূলত দুখন মালবাহী জাহাজ অপহৰণ, ২২ ভাৰতীয়ক আটক
National-International

Ship missing : ছোমালিয়া আৰু য়েমেন উপকূলত দুখন মালবাহী জাহাজ অপহৰণ, ২২ ভাৰতীয়ক আটক

by News Desk
August 21, 2026
52
ADVERTISEMENT
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ
National-International

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026
50
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

August 21, 2026
52
MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ
National-International

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

August 21, 2026
51
Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets
NORTHEAST

Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets

August 21, 2026
57
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

August 21, 2026
MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

August 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d