ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ship missing : ছোমালিয়া আৰু য়েমেন উপকূলত দুখন মালবাহী জাহাজ অপহৰণ, ২২ ভাৰতীয়ক আটক

নিউজ ডেস্কঃ

News Desk by News Desk
August 21, 2026
Reading Time: 1 min read
A A
0
Ship missing : ছোমালিয়া আৰু য়েমেন উপকূলত দুখন মালবাহী জাহাজ অপহৰণ, ২২ ভাৰতীয়ক আটক

RELATED POSTS

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

Rewant Reddy : তেলেংগানাৰ মুখ্যমন্ত্ৰীক আমেৰিকালৈ যোৱাত বাধা কেন্দ্ৰৰ, লণ্ডনৰ পৰাই দেশলৈ উভতিল ৰেৱন্ত ৰেড্ডী

New Logo Smal 2 | ASSAM TIMES POST

লোহিত সাগৰ (Red Sea) আৰু এডেন উপসাগৰৰ (Eden Bay) উপকূলত জলদস্যুই পুনৰ প্ৰভাৱ বিস্তাৰৰ চেষ্টা (Attempt to expand the influence of pirates) চলাইছে। ভৌগোলিক আকৃতিৰ বাবে ‘হৰ্ণ অব আফ্ৰিকা’ (Horn of Africa) বা আফ্ৰিকাৰ শিং নামেৰে জনাজাত অঞ্চলটোত দুখন মালবাহী জাহাজ অপহৰণ (Two cargo ships hijacked) কৰা হৈছে। এই জাহাজ দুখনত মুঠ ২২ জন ভাৰতীয় (222 Indian prisoners) আছিল। বাকী ক্ৰুৰ লগতে তেওঁলোককো বন্দী কৰি লোৱা হৈছে।

খবৰ অনুসৰি, প্ৰথম অৱস্থাত ইৰিত্ৰিয়াৰ পতাকা থকা তেল টেংকাৰ এম টি চিবু ১ত ২০ জন ক্ৰু মেম্বাৰ আছিল। ইয়াৰে ১৬ জন ভাৰতীয়। য়েমেনৰ উপকূলৰ পৰা ৩০ নটিকেল মাইল দূৰৈৰ এডেন উপসাগৰত ছয়জন সশস্ত্ৰ জলদস্যুই টেংকাৰখন অপহৰণ কৰে।

hope | ASSAM TIMES POST
ছোমালিয়া আৰু য়েমেন উপকূলত দুখন মালবাহী জাহাজ অপহৰণ, ২২ ভাৰতীয়ক আটক

সোমবাৰে ছোমালিয়াৰ পুণ্টলেণ্ডৰ উপকূলৰ ওচৰত কেমেৰুনৰ পতাকা থকা জাহাজ এম ভি লুটুফক জলদস্যুই অপহৰণ কৰে। জাহাজখনত থকা ১০ জন ক্ৰুৰ ভিতৰত ৬ জন ভাৰতীয়। অপহৰণৰ পিছত জাহাজখন নুগালৰ উপকূললৈ লৈ যোৱা হয় বুলি এ পি সংবাদ সংস্থাই প্ৰকাশ কৰিছে। খবৰ অনুসৰি, জাহাজখন সামৰিক সা-সৰঞ্জাম লৈ ছোমালিয়াৰ মোগাদিছু চহৰৰ তুৰ্কীৰ সামৰিক প্ৰশিক্ষণ কেন্দ্ৰলৈ গৈ আছিল।

য়েমেনৰ উপকূলৰ জাহাজখন কেতিয়া অপহৰণ কৰা হৈছিল সেয়া সঠিকভাৱে স্পষ্ট হোৱা নাই। অৱশ্যে বৃহস্পতিবাৰে পোহৰলৈ আহে দুয়োটা ঘটনা। বাণিজ্যিক জাহাজ চলোৱাৰ নিৰীক্ষণ কৰা সামুদ্ৰিক প্ৰশাসন সঞ্চালকালয়ে জনোৱা মতে, য়েমেনৰ উপকূলত অপহৰণ কৰা জাহাজখনৰ ২০ জন লোকৰ আটাইকেইজন লোক নিৰাপদে আছে। অৱশ্যে তেওঁলোকৰ বৰ্তমানৰ অৱস্থা আৰু স্থান এতিয়াও স্পষ্ট নহয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: HornofAfricaMissingShipmissing
Share4Tweet3Send

Related Posts

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ
National-International

by News Desk
August 22, 2026
50
MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ
National-International

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

by News Desk
August 21, 2026
51
Rewant Reddy : তেলেংগানাৰ মুখ্যমন্ত্ৰীক আমেৰিকালৈ যোৱাত বাধা কেন্দ্ৰৰ, লণ্ডনৰ পৰাই দেশলৈ উভতিল ৰেৱন্ত ৰেড্ডী
National-International

Rewant Reddy : তেলেংগানাৰ মুখ্যমন্ত্ৰীক আমেৰিকালৈ যোৱাত বাধা কেন্দ্ৰৰ, লণ্ডনৰ পৰাই দেশলৈ উভতিল ৰেৱন্ত ৰেড্ডী

by News Desk
August 21, 2026
51
Sajjan Kumar dies : তিহাৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ মৃত্যু
National-International

Sajjan Kumar dies : তিহাৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ মৃত্যু

by News Desk
August 21, 2026
51
Jharkhand protest : একপক্ষীয়ভাৱে পৰীক্ষা কিয় বাতিল কৰা হৈছে ? হেমন্ত ছোৰেন চৰকাৰৰ সিদ্ধান্তত স্থগিতাদেশ ৰাঁচী উচ্চ ন্যায়ালয়ৰ
National-International

Hemant Soren Govt : পৰীক্ষা বাতিলৰ সিদ্ধান্তত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশত ক্ষুব্ধ চাকৰি প্ৰত্যাশী, পুনৰ আন্দোলনৰ আহ্বান

by News Desk
August 21, 2026
51
CJP Protest : পঁইতাচোৰাৰ আন্দোলন বন্ধ কৰিবলৈ আৰক্ষীৰ বল প্ৰয়োগৰ অভিযোগ তদন্তৰ কমিটী গঠন উচ্চতম ন্যায়ালয়ৰ
National-International

CJP Protest : পঁইতাচোৰাৰ আন্দোলন বন্ধ কৰিবলৈ আৰক্ষীৰ বল প্ৰয়োগৰ অভিযোগ তদন্তৰ কমিটী গঠন উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 21, 2026
51
ADVERTISEMENT
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ
National-International

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026
50
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

August 21, 2026
52
MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ
National-International

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

August 21, 2026
51
Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets
NORTHEAST

Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets

August 21, 2026
57
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

August 21, 2026
MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

August 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d