ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

India-Australia Against Terrorism! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত অষ্ট্ৰেলিয়া ভাৰতৰ লগত আছে, মোদীক আশ্বাস আলবানিজৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 11, 2023
Reading Time: 1 min read
A A
0
India-Australia Against Terrorism! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত অষ্ট্ৰেলিয়া ভাৰতৰ লগত আছে, মোদীক আশ্বাস আলবানিজৰ

RELATED POSTS

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

ভাৰত (India) আৰু অষ্ট্ৰেলিয়াই (Australia) কয় যে সন্ত্ৰাসবাদৰ (Terrorism) বিৰুদ্ধে যুঁজত কোনো ধৰণৰ বৈষম্য নাথাকিব। শুকুৰবাৰে দিল্লীৰ (Delhi) হায়দৰাবাদ হাউছত (Hyderabad House) অনুষ্ঠিত বাৰ্ষিক সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)  আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজৰ (Anthony Albanese) যৌথ বিবৃতিত সন্ত্ৰাসবাদ বিৰোধী ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ আহ্বান জনায়।

Narendra Modi & Anthony Albanese
সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত অষ্ট্ৰেলিয়া ভাৰতৰ একলগত!

কূটনৈতিক সমাজৰ এটা অংশই বৰ্তমানৰ ভূ-কৌশলগত ৰণনীতিৰ প্ৰশ্নত এই সহযোগিতাক ‘উল্লেখযোগ্য’ বুলি বিবেচনা কৰে। যদিও যৌথ বিবৃতিত কোনো দেশৰ নাম উল্লেখ কৰা হোৱা নাই, তথাপিও সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদক বিত্তীয় সাহায্য প্ৰদানৰ ক্ষেত্ৰত ৰাজ্যখনৰ ভূমিকা সম্পৰ্কে চৰ্চা চলিছিল। এই গোচৰত পাকিস্তান যে লক্ষ্যত, তাক লৈ কোনো সন্দেহ নাই বুলি একাংশ কূটনীতিবিদৰ ধাৰণা।

যৌথ বিবৃতি অনুসৰি, উগ্ৰপন্থীয়ে যাতে কʼতো আশ্ৰয় নাপায়, কোনো দেশৰ মাটি সন্ত্ৰাসবাদৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাব লাগে। মোদী-আলবানিজে সন্ত্ৰাসবাদৰ জন্ম দিয়া সকলো কাৰণ চিনাক্ত কৰি নিৰ্মূল কৰাৰ চেষ্টা কৰাৰ কথা কয়। ২৬/১১ মুম্বাই আক্ৰমণ আৰু পাঠানকোট সেনা শিবিৰৰ বিষয়েও আলোচনা কৰা হয়।

উক্ত বৈঠকত ভাৰত আৰু কোৱাডৰ দুখন মূল সদস্য ৰাষ্ট্ৰৰ ভিতৰত অন্যতম অষ্ট্ৰেলিয়াৰ নেতাসকলে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ একচেটিয়া অধিকাৰ হ্ৰাস কৰাৰ বাবে পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰিবলৈ কয়।

বৈঠকত দুয়োখন দেশৰ শীৰ্ষ পৰ্যায়ৰ নৌসেনা বিষয়াৰ মাজত বিভিন্ন বিষয়ত যোগাযোগ আৰু তথ্য বিনিময় বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়। দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ বৈঠকৰ অন্তত দুয়োখন দেশৰ নেতাই কেইবাখনো বুজাবুজি স্মাৰক পত্ৰত স্বাক্ষৰ কৰে। ইয়াৰ ভিতৰত সৌৰশক্তিৰ ওপৰত যৌথ টাস্ক ফোৰ্চ গঠন, ক্ৰীড়াত সহযোগিতা, ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে পাৰস্পৰিক বিনিময় আদি অন্যতম।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: india
Share4Tweet3Send

Related Posts

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

by News Desk
August 22, 2026
50
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত
National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

by News Desk
August 22, 2026
50
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

by News Desk
August 22, 2026
50
Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

August 21, 2026
51
ADVERTISEMENT
BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
50
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
50
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত
National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026
50
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d